এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
।
পুৰণি কলীয়া দুটা ৰাজ্য
তোমাতে মানিলে যা,
মা পৰামী কমপুৰে
বৰিলে মিতিৰ পাতি।
তোমাৰ সমান নাছিলে তেতিয়া
ৰৰীৰ্য পক্ৰম,
প্ৰমাণ ছোৰ অসম-গৌৰ
আজিৰ আহোম” নাম।
তথাপি অচল! একে ভাৱে তুমি
পূৰ্বাপৰ আছো চাই,
তোমাৰ বিহনে গোঙ্গতি মোৰ
গুলোতা কেও যে নাই।
গোচৰ কৰিছে না গিৰিৰৰ।
| মোৰ এটি নিবেদন,
আছিলে তোমাৰ গৌৰৱ বিভক্ত
লম আহোমশ।
সেই সকলৰ নাতিপুতি তুমি
টিনিৰ নাপাৰা আলি,