এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
শলি।
ওগো তোমাৰ দ্ৰ তুমি
সংৰি কাল হই,
(ই। তিনি তোমাৰ বিষয় তুমি,
| তুমি স্থিলিৰ।
এ। তুমিয়ে পুৰুষ পৰমান্বৰূপ
নিৰাকাৰ নিৰঞ্জন,
তুমিয়ে প্ৰতি বিশপ
ভবলীলা নিবন্ধন।
সত্ৰতে তুমি নিচিনোহে আমি
সংসাৰ চাকত ঘূৰে,
হিয়াতে আছা মোৰ বিশ্বস্বামী।
(তোমাৰ বাহিৰত বিচাৰি ফুৰে।
প্ৰভু! তোমাৰ ৰচিত সত্য জগতত
| সত্য বিচাৰি ফুৰে,
এফান তাৰে বুজিব নোৱাৰি
অসত্য বুলি এৰে।
এভাগক ভাবে নিজৰ আপোন,
এভাগক ভাবে পৰ,
ভাবে বিশাল শকতি,
এভাগক ভাবে জড়।
এ