এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কাব্য-কলি।
আৰু আচৰিত মাজৰচোৱা নিৰনুভৱত অনুভৱ পোৱা জীৱন কেঁচুৱা ডেকা বুঢ়া হোৱা (আৰু) সংসাৰ আসক্তি আশ্চৰ্য্য বোলোঁ "হে নোহাৱা নোপোজা" (নিজে) আশ্চৰ্য্য উপজি। প্ৰভু। হয়েই আশ্চৰ্য ই।
⸻
(১০)
ধন্য কৰিলাঁ হিয়া প্ৰভু। মোৰ ধন্য কৰিলোঁ হাত, মোৰ হিয়া জুৰি পেলালাঁ তোমাৰ হিয়াৰ কৰুণ-ছাট্; মোৰ হাতে দি নি উদ্দেশ্য সাধিলোঁ সঞ্চাৰি তোমাৰ হাত; (মোৰ) ধন্য কৰিলোঁ হাত।
ভোকত প্ৰাণ যায়-যায় তাৰনো সৌভাগ্য কি! কৰুণাময়ৰ কৰুণ্য হাতৰ প্ৰসাদ পালে যে সি! প্ৰভু! মোৰ হস্ত্ৰেৰে যে কাৰ্য সাধিলাঁ সাৰ্থক বস্ত্ৰ তাত;