এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কাব্য-কলি।
১-স্তোত্ৰ থুপি
(১)
(মোৰ) নোক বেজাৰত থি, দিয়া তুমি
| শাবনা ৰূপ নই,
দুখ ৰিপত ৰখাহি আগটি
ধৈৰ্য্য সীমনা হই।
'অমঙ্গল ছায়া পৰেহি যেতিয়া
মঙ্গল চলি ৰেদোৱ তেতি,
তোমাৰ ৰত তোমাৰেই
তোমাতেই পায় লয়।
হে প্ৰভু মঙ্গল!
পাপৰত মোৰ শক্তিৰে লোৱা
, তুলক কাটতে ,
অপৰাধ দেৰ ধুৱাই পেলোৱ
অনুতাপ চ ললাখে।