পৃষ্ঠা:Des-Dimona kabya.pdf/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


Icono aviso borrar.png
এই পৃষ্ঠাটো ক্ষিপ্ৰ বিলোপনৰ বাবে মনোনীত কৰা হৈছে।
প্ৰদৰ্শিত কাৰণটো হৈছে "অপ্ৰয়োজনীয় পৃষ্ঠা, শুদ্ধখন ইয়াত আছে পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৩৪"। আপুনি ক্ষিপ্ৰ বিলোপনৰ সৈতে সন্মত নহ'লে ইয়াৰ আলোচনা পৃষ্ঠাত কাৰণ দৰ্শাওক। যদি এই পৃষ্ঠাটোৱে সঁচাকৈ ক্ষিপ্ৰ বিলোপনৰ মাপকাঠি পূৰণ নকৰে বা আপুনি ইয়াক ঠিক কৰিব বিচাৰিছে, তেন্তে অনুগ্ৰহ কৰি এই জাননী আঁতৰাওক, কিন্তু আপুনি নিজে সৃষ্টি কৰা পৃষ্ঠাৰ পৰা এই জাননী নাতৰাব।

প্ৰশাসকবৃন্দ, বিলোপ কৰাৰ আগতে ইয়ালৈ সংযোজিত পৃষ্ঠা আৰু পৃষ্ঠা ইতিহাস (শেষ সম্পাদনা) চাবলৈ নাপাহৰিব।

১৭ ডেচ দিমােনা। “কৌশল-জালত পৰি দুষ্ট মানুহৰ “বিশ্বাসঘাতিনী ভাবা সখীক প্ৰাণৰ ॥” (১৯) কাঢ়ি এটি হুমুনীয়া চকু দুটি মেলি বুলিলা সখীক, ডেচি! “সখী মৰমৰ ! “আনে কটা নাই মােক, কাটিলাে নিজেই, “নিজেই কৰিলো শেষ এই জীৱনৰ !! “নাকান্দিবা তুমি, সখি ! মােৰ বেজাৰত “নুটুকিবা চকুপানী, সকলাে মৰিম, “আৰু, নাথ! নাকান্দিবা তুমিও শােকত, “মৃত্যুৰ পাছতাে মই ইয়াকে চিন্তিম ; “জীৱনে মৰণে যেন তুমিয়েই স্বামী “সি জম্মতো স্বামী যেন তােমাকেই পাও “অনন্ত প্ৰেমেৰে ভৰা স্বৰ্গৰ মাজতো “তােমাৰ পাৱতে যেন দেহাটি বিকাওঁ। এই বুলি চকু দুটি মুদিলা, সুন্দৰি ! স্বৰগত গ'লা পাছে দেহা পৰিহৰি ।