পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৪৮ সাৰথিয়ে দেখৈ ভীষ্ম স্বৃতক পৰায়। বায়ুধেগে বথথান নিলে পলুৱাই চক্ষু ফুৰাই অৰ্জ্জুনে তহিতে নেদেখন্ত । সৈন্যৰ মাজক নিল দণ্ড দুইৰ পথ ॥ ১৯৮৮১ বৈশম্পায়ন বদতি শুনিয়ে| জন্মেজয়। কৈয়ে৷ কথা পাচে যেন ভৈল ৰঙ্গময় ॥ ভীষ্ম পলাইল| দেখি কৌৰৱী সেনাত । কেহে| দূৰাদূৰি গৈয়া উঠিল পৰ্ব্বত ৷ ১৯৮৮২ কতো! হস্তী থেৌৰ| মৰ| শৱৰ মাজত। পৰি পৰি আছৈ মৰ! শৱ যেনমত || ‘কতে| ৰৃক্ষসতাৰ সাঞ্ধিত হোৱে আৰ। ধীৰে পাৱ কাঢ়ে যেন নুগুনয় সাৰ ॥৷ ১৯৮৮৩ খেৰগাঁছ লৰে যদি বৌলে গুন গুন। হেৰ বুলিলেক বাপ পাইলেক অৰ্জ্জুন ॥ কতো শ্ৰুতি নাহিকয় দুই চক্ষু মুদি। মুগু গোট লুকাই থাকে সবে গাৱ উদি ॥১৯৮৮৪ বিমুকুত কেশে কেহে| পৃথিৱীত পৰি। সাদ্থ,ৰি ফুৰয় কতো দুই হাত ভৰি ৷ হেন দেখি আগবাঢ়ি ৰাজ৷ দুধ্যোধনে । ধমু ধৰি অৰ্জ্জুনক ধাইল| কোপমনে || ১৯৮৮৫ কৰ্ণমানে ধনু টানি ভল্ল একপাট । বৰ চোটে অৰ্জ্জুনৰ ভেদিল ললাট ॥ শৰে ফুটি অৰ্জ্জুন জ্বলিল অগ্নি সম। নৃপতিক ধাইল| যেন কালান্তক যম ॥ ১৯৮৮৬ বাস্তুকি সদৃশ শৰ মাৰিল| বিস্তৰ ৷ পাচে হুইবে ঘোৰ যুদ্ধ লাগিল ডাঙ্গৰ ॥ ছুয়ো মহ! তৰুণ দাকণ বলৱন্ত । ছুয়ে৷ কুৰু পাণুৱ মহন্ত যশৱন্ত ॥ ১৯৮৮৭ খৰ ক্ষুৰ ভল্ল ছুয়ে৷ ভেদ্লিল নৰাচে। অদ্ভুত যুদ্ধ ছুইবে| সবে চাহি আছে। হেন দেখি ধৃঁতৰাষ্ট্ৰতনয় বিকৰ্ণে। মহামত্ত হস্তীগোটে চৰি তেতিক্ষণে ৷৷ ১৯৮৮৮ চাৰি মহাৰথী সমে গজপাদ ৰক্ষা।

অৰ্জ্জূনক ধাইল কুৰুমৃপতিৰ সখ৷ ॥

1

মহাভাৰত অৰ্জ্জুনে দেখন্ত মোক যুদ্ধক প্রৱন্ধে। _

খেদি আলৈ বিকৰ্ণ প্রচণ্ড হস্তীস্কন্ধে ৷৷ ১৯৮৮৯ দৃঢ়তৰ শৰপাট লৈল ৰুক্ম পুংখ।

লহ লহ কৰে যেন তক্ষকৰ মুখ ॥

কৰ্ণমানে ধনু টানি কৰিল| প্রহাৰ।

গজকুন্ভ ভেগ্নি শৰ ভৈল পাখিয়াৰ ৷ ১৯৮৯০ ঁৰাৱত কুলে জাত ময়মত্ত দত্ত।

কুমুদ অঞ্জন সম মহ! বলৱন্ত ॥

কুকুমৃপতিক পাই হস্তী আগুৱান!

হস্তিনী শতেক যাৰ আগত যোগান ॥ ১৯৮৯১ যাৰ গন্ধে হস্তীযুথ বিপক্ষ ৰাজাৰ ।

ৰণ এৰি পলাই সবে ভাঙ্গি পটোৱাৰ | অৰ্জুনৰ বজ্র সম পাইয়া শৰ চোট।

ফুৰি ফুৰি ভূমিত পৰিল হস্তীগোট || ১৯৮৯২ বহৱৈ কধিব তাৰ কুম্ভস্থল ভেদি।

পৰ্ব্বতৰ হস্তে যেন বহি যাই নদী ॥

বজ্জে হত ভৈল যেন পৰ্ব্বত শিখৰ।

দিগ্‌গজৰ সম হস্তী গৈল যমঘৰ ৷৷ ১৯৮৯৩

| ডেৱেদিয়া বিকৰ্ণ ভূমিত ভৈল| থিৱ ।

হাঞ্চুতি ঘামিল দেহ| উৰি গৈল জীৱ ॥

লৱৰ দিলেক বিবিংশতি ৰথে চৰি।

আধেবেধে দুয়ো পলাই গৈলেক অন্তৰি ॥ ৯৪ গজপা ৰক্ষা যিব৷ ভৈলাহা বিৰধী ।

সিয়ে ডৰে পলাইল পৰিল বুলি হস্তী ॥ অৰ্জুনৰ গাণডীৱৰ পাইয়| শৰলাক। মহাৰথীগণ সবে এৰিল ৰাজাক ॥ ১৯৮৯৫ পলাইল বিকৰ্ণ যেৱে পৰিল মাতঙ্গ।

অৱশেষ সেনামানে দেখি দিলে ভঙ্গ ॥

তাত পাচে হুৰ্য্যোধন ৰাজাক অৰ্জ্জুন । আকৰ্ণ পূৰিয়া কোপে টানি ধনুগুণ ॥ ১৯৮৯৬ হৃদয়ত এক শৰ তেদিল নৰাচ!

কৱচ ভেদিয়া বঙাইল| পিঠিপাচ ॥

দাৰুণ প্রহাৰে ৰাজ| কাম্পে ঘনে ঘন।


চলে| পলে| কৰে দেহ| হৰিল চেতন | ১৯৮৯৭