পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব বিপৰীত চোটে আতি খঙ্গিলা অৰ্জ্জুন। দুই শৰে কৰ্ণৰ কাটিলা দুই তূণ॥ ১৯৮১২ কুৰি শৰ হানি তাৰ হৃদয়ক ভেদি। সিংহ সম গৰ্জ্জি ক্ৰোধে যাস্ত তাক খেদি॥ হেন দেখি মহাক্ৰোধে কৰ্ণে ক্ষুৰ বাণে। অৰ্জ্জুনৰ হাতত ভেদিলা বৰ টানে॥ ১৯৮:৩ বজ্ৰ সম শৰে বীৰ দুই কৰে ফুটি। বাম হাতে অৰ্জ্জুনৰ ঢিলা ভৈল মুঠি॥ মহাবীৰ সব্যসাচী বাসৱৰ্তনয়। ডাহিনত যেন আৰ বামতো তেনয়। ১৯৮১৪ সোঁহাতে ধৰ্ম্ম ধৰি বাম হাতে বাণ। বায়ুবেগে কৰ্ণৰ কাটিল৷ ধলুখান॥ ধনু ছেদ দেখি কোপে কৰ্ণ মহাৰথী। শক্তিগোট তুলি লৈল৷ অৰ্জ্জুনক প্ৰতি॥ ১৯৮১৫ প্ৰহাৰিল৷ কোপে যেন যমে যমদণ্ড। শৰ হানি অৰ্জ্জুনে কৰিলা খণ্ড খণ্ড॥ মাৰিলেক কৰ্ণৰ অনেক সেনাগণ। অৰ্জ্জুনে কাটিয়৷ নিলা যমৰ কৰণ॥ ১৯৮১৬ ত্ৰিভুৱনে নাহি বীৰ অৰ্জ্জুনক যোৰ। চাৰি শৰ মাৰিয়া কাটিলা চাৰি ঘোৰ॥ হৃদয়ত সাত শৰে ভেদিলা কৰ্ণক। ফুৰি ফুৰি মুৰ্চ্ছ৷ গৈলা দেখিয়া যমক। ১৯৮১৭ বোম্বালে ৰুধিৰ বহে চোট পাই বৰ। ৰণ এখি ভূমিপাৱে দিলেক লৱৰ অৰ্জ্জনে দেখস্ত কৰ্ণ পলাই লৱৰন্তে। উত্তৰে সহিতে চাইয়া থাকিলা দুই হস্তে॥ ১৮ দেৱঋষি পিতৃগণে দানৱ গন্ধৰ্ব্বে। অৰ্জ্জুনৰ বাহুবল প্ৰশংসিলা সবে বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়। কৰ্ণক সমৰে জিনি বীৰ ধনঞ্জয়॥ ১৯৮১৯ উত্তৰক ধুলিলপ্ত ৰথখান বাওঁ। ভীষ্ম সমে যুজো আৱে কৌতূকতে চাওঁ॥ উত্তৰে বেলিস্ত’ প্ৰভু ভৈলোহোঁ হাতাস। কৰ্ণশৰে পীড়ে হেৰা নপাওঁ উপাহ। ১৯৮২০ দাৰুণ প্ৰহাৰে মই ভৈলা জৰ্জৰিত। নাকে মুখে কাণে সবে বহুৱে শোণিত॥ কুশ থেৰ দিবে লাগি নাহি দেখা গাৱ। থিৰ নোহে দেহা মোৰ কাম্পে হাত পাব॥ '২১ কৰ্ণৰ তোমাৰ দুইৰ দিব্য অস্ত্ৰ দেখি। চাহিৰে নোৱাৰো যেন ফুটি যাই আখি। । ধলুৰ টঙ্কাৰ শঙ্খৰাৱ কোলাহল। শ্ৰুতি বুদ্ধি হৰিল কৰ্ণত লাগে-তাল। ১৯৮২২ মণ্ডল আকাৰে ৰথ যূৰয় সতত। ৰাখিবে নোৱাৰে৷ ঘোৰা নৰহে হাতত॥ তোমাৰ প্ৰচণ্ড ৰূপ দেখো যম সম মাংসে যে শোণিতে মহী কৰিল কদম॥ ১৯৮২৩ 1 a কল্কি ৰূপ হৰি যেন দেখি লাগে ভয়। ভীষ্মৰে৷ তেহেন ৰূপ দেখোছো নিশ্চয়॥ দ্বাদশ আদিত্য যেন প্ৰলয় কালৰ। ৰুদ্ৰৰূপ ধৰি যেন আসিলা শঙ্কৰ॥ ১৯৮২৪ অৰ্জ্জনে বেলিস্ত শুনা ৰাজাৰ তনয়। ক্ষত্ৰি জাতি ভৈলে তোৰ মুহি হেন নয়॥ বিশেষত মৎস্যৰাজকুলে ভৈলা জাত। ভয় পৰিহৰি যুদ্ধ যজ্ঞৰ বেলাত॥ ১৯৮২৫ সাহাষ্টম হুই শ্ৰুতি ধৰ আপুনাক। ভীষ্ম সমে ঘুঞ্জে৷ মোৰ ৰথখান ডাক # দেখ৷ দুই হন্তৰ দিব্য অস্ত্ৰৰ মহত। চন্দ্ৰ সূৰ্য্য বায়ু যেন নৰহে ৰখত॥ ১৯৮২৬ গাণ্ডীৱ ধনুৰ চোট দেখোক কৌৰৱে। কাটি ওপচাওঁ মহী মনুষ্যৰ শৱে। কাৰো হাতপাৱ শিৰ পেট সবে ছেদি। প্ৰজাৰ শোণিতে আজি বহাইবোহো নদী॥ '২৭ দেখল্তোক যুদ্ধ আজি কুষ্ণবৰ্গ বৃদ্ধ। মাংসক ভুঞ্জোক কাক শেন পক্ষী গৃঞ্জ # ত্ৰিজগতনাথে যেন কৰে চক্ৰ ধৰি। বধিল৷ অলুগণ দেৱতা শ্ৰীহৰি॥ ১৯৮২৮ ময়ে৷ সেহি মতে আজি মাৰো বিপুগণ। । ভয় পৰিহৰি মোৰ তাক ৰখান।