পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

juge মহাভাৰত লীলায়ে অৰ্জ্জুনে তাক কাটিয়া পেলাইলা। অস্ত্ৰযুদ্ধ এৰি পাচে দ্ৰোণ ধনঞ্জয়। পাচে গুৰু দ্ৰোণ শৰে অৰ্জ্জুনক চাইলা॥ ১৯৭৬১! শৰযুদ্ধ কৰিলন্ত দেখি লাগে ভয়॥ নাকলিয় অৰ্জ্জুনৰ শুক্লবৰ্ণ ৰথ। সুৱৰ্ণ পুথিয়া শৰ মাৰস্ত আপাৰ। নিহৰে ঢাকিল যেন হিমস্ত পৰ্ব্বত॥ অগনি কণিকা সম দেখি চমৎকাৰ॥ ১৯৭৭০ বিজুলীচমক সম চিকমিক বৰ্ণ। আকাশে সঞ্চৰৈ যেন নিশি তাৰাগণ॥ দুইৰে৷ শৰে চাইল ৰথ গগনমণ্ডল। স্বৰ্গে সমে পৃথিবীক দেখি একস্থল॥ ১৯৭৭১ অৰ্জ্জুনৰ শৰৰ নাহিকৈ আদি অস্ত। সমৰত লঘুহস্ত দেখিয়া দ্ৰোণৰ। অৰ্জ্জুনে। মাৰিল৷ পাচে অসংখ্যাত শৰ। ১৯৭৬২ হুইকো দুই শৰ হানি চাইলা সমুদায়। অন্তৰি কৌৰৱী সেনা আছে যুদ্ধ চাই॥ দুইৰে৷ শৰে দিশপাশ ছানিল আকাশ। ক্ষণিতেকে সন্ধি নাই নবহে বতাস॥ ১৯৭৬৩ আকাশে হুৰাৱে পক্ষী মাৰিবাক ভয়। নেদেখিয়া সূৰ্যক ভৈলেক তমোময়॥ শৰত পৰিয়া শৰ তাতে অগ্নি উঠে। ঠাক ঠিক শব্দে মাশুল যেন ফুটে॥ ১৯৭৬৪ এহিমতে দণ্ড হুই শৰযুদ্ধ ভৈল৷। পাচে দিব্য অস্ত্ৰে দুয়ে৷ যুঞ্জিৰাক লৈলা॥ ইন্দ্ৰ যম কুবেৰ ৰায়ধ্য দেৱ অস্ত্ৰ। হুইকো দুই ছিদ্ৰ চাই প্ৰহাৰ কৰন্ত॥ ১৯৭৬৫ অগণি বৰুণ বাণ মাৰে দুয়ো আনি। অস্ত্ৰে অস্ত্ৰ সংহাৰ কৰম্ভ ৰঙ্গে হানি॥ গিৰগিৰ শৱদে পৃথিৱীখান লৰে। বজ্ৰৰ উপৰে যেন আৰ বজ্ৰ পৰে॥ ১৯৭৬৬ ত্ৰিভুৱন খলকিল' অস্ত্ৰৰ শৱদে। ডৰে জীয়া, জন্তু সবে থাকিল তবধে॥ দেৱাহুৰ নাগ যক্ষ দানৱ গন্ধৰ্ধ্বে। দ্ৰোণক প্ৰশংস! লোকে কৰিলেক সবে॥ ৬৭ অৰ্জ্জুনক সম কোন আছে জগতত ১ দৃঢ় মুঠি ধৰি মাৰে বীৰ লঘুহস্ত॥ দেৱাহুৰ নাগে যাক হাৰিলেক ৰণে। তাহাঙ্ক সমুখে আজি যুঞ্জে গুৰু দ্ৰোণে॥ ১৯৭৬৮ | নাহিক প্ৰভঙ্গ লীলামত যেন গঞ্জ॥ ক্ষত্ৰি জাতি ভৈলে হোৱে স্বভাৱে নিষ্ঠুৰ ৰথখান ফুৰাইলন্ত দ্ৰোণক যে এৰি। নচাৰয় পিতা পুত্ৰ সুহৃদ শ্বশুৰ॥ বজ্ৰে বান্ধিলেক হিয়া কিনো নিদাঞ্চন। শিষ্য হই গুৰুক যে যুঞ্জন্ত অৰ্জ্জুন। ১৯৭৬৯ সহস্ৰ সংখ্যক শৰ অযুত মাৰম্ভ॥ কোটি অবুদ লক্ষ জাকে জাকে যায়। বৃক্ষ গিৰি হস্তে যেন ফৰিঙ্গা উৰাই॥ ১৯৭৭২ মাৰস্তে যোৰস্তে হাত নাকলিয় আৰ। যেন মেঘে জল বৃষ্টি কৰৈ বাৰিষাৰ॥ দেৱঋষি পিতৃগণ গন্ধৰ্ব্ব সহিতে। । অৰ্জ্জুনক প্ৰশংস৷ কৰিল সবে হস্তে॥ ১৯৭৭৩ কহিবে নপাৰি অৰ্জ্জুনৰ পৰাক্ৰম। দ্ৰোণত অধিক দশ গুণে শৰশ্ৰম॥ প্ৰচণ্ড গাণ্ডীৱখান কৰ্ণমানে টানি। 1 ভেদিল দ্ৰোণৰ সবে মৰ্ম্মস্থানে হানি॥ ১৯৭৭৪ কাটিল কৱচ ধ্বজ ধনু বাণ ভূণ। লালকাল ভৈল অৰ্জ্জুনৰ শৰে দ্ৰোণ॥ বোম্বালে ৰুধিৰ বহি যায় সবে গাৰ। দেখি কুৰুসেন৷ সবে কৰৈ হাহাকাৰ। ১৯৭৭৫ হেন দেখি অশ্বত্থামা কোপে বহ্নি সম। অৰ্জ্জুনক ধাইলা যেন কালাগুক যম॥ বজ্ৰঘোষ সম কৰি থলুৰ টঙ্কাৰ। অৰ্জ্জুনক লাগি শৰ মাৰিলা আপাৰ। ১৯৭৭৬ ত্ৰৈলোক্যে অজয় বীৰথৰ কপিধ্বজ। অশ্বত্থামা বীৰক ধাইলেক ধহু ধৰি। ১৯৭৭৭ ৰণ এৰি দ্ৰোণেও পলাইলা ছেগ পাই। সৈন্যৰ মাজত পশি থাকিল৷ লুকাই