পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব আন ধলুখান আনি তুলি লৈলা কৃপে। শোণিত বহুৱৈ দেহা কাম্পে ঘনে ঘন। তাকে৷ শৰে অৰ্জ্জুনে কাটিল৷ একেচিপে॥ ১৯৭৪৪ | সিন্দুৰীয়া ফল সম তৈল গাৰ বৰ্ণ যেই যেই ধলুক লৱস্তে ৰূপে আনি। তাকে তাকে অৰ্জ্জনে কাটও শৰ হানি॥ নিৰন্তৰে কাটিলন্ত একাধিক কুৰি। মাৰিবাক নাপান্ত ধনুত শৰ জুৰি॥ ১৯৭৪৫ ক্ৰোধিলা ব্ৰাহ্মণে বৰ কম্পিলন্ত তনু। আছাৰিয়া পেলাইল৷ হাতৰ কটা ধনু। থাক ধনঞ্জয় আজি কৰো তোৰ উলি। এহি বুলি প্ৰচণ্ড শকতি লৈলা তুলি॥ ১৯৭৪৬ বল দিয়া ক্ৰোধে মালিন্ত অৰ্জ্জুনক। আকাশে চলিল যেন যমৰ শায়ক। অৰ্জ্জুনে দেখিল আসৈ শত্ৰুতি প্ৰচণ্ড। শৰে হানি পথতে কৰিলা খণ্ড খণ্ড॥ ১৯৭৪৭ শকতিক হত দেখি কূপে হুঁ বুলি। ভয়ঙ্কৰ ধনুখানি ৰূপে লৈল৷ তুলি॥ কুৰি শৰে অৰ্জ্জুনক ভেদি মহাখঙ্গে। পাচে বৰ শঙ্খনাদ কৰিলন্ত ৰঙ্গে॥ ১৯৭৪৮ ক্ৰোধিল৷ অৰ্জ্জুন মুখ অগ্নিৰ বৰণ। তিনি শৰে কৃপৰ কাটিলা ধনুখান॥ সাত শৰে সাৰথি ৰথৰ সব সাজ। বৰ ভঙ্গ পাইল কূপে অৰ্জ্জুনত ৰণে। t পলুৱাই নিল৷ তাঙ্ক সবে বীৰ্গণে॥ ১৯৭৫৩ বেহু এৰি ৰূপ পলাই গৈলা হেন দেখি। পলাই কুষ্ণ সৈন্য সবে সমৰ উপেক্ষি॥ বাঘে যেন হণিক খেদন্ত অৰ্জ্জুনে। হেন দেখি আগবাঢ়ি ধাইল গুৰু দ্ৰোণে॥ '৫৪ নিৰ্ঘাত সদৃশ কৰি ধনুৰ টঙ্কাৰ। প্ৰজাক বোলস্ত কেহো নপলাইবি আৰ হেন দেখি উত্তৰক বুলিলা অৰ্জ্জুন। চাৰি শৰে তূণ বাণ ৰথ ধনু ধ্বজ॥ ১৯৭৪৯ ৰথ ৰক্ষ৷ সেনা যত আছিল কৃপৰ। তাকো কাটি অৰ্জ্জুনে পেশিলা যমঘৰ | শৰীৰকে৷ ভেদিল অনেক শৰথাৰে। গদ৷ ধৰি অৰ্জ্জুনক ধাইলা ভূমিপাৰে॥ ১৯৭৫০ মাৰোহো অৰ্জ্জুন গদা হানি মুগু ভাঙ্গি। এহি বুলি প্ৰহাৰিলা অৰ্জ্জুনক লাগি॥ অৰ্জ্জনে দেখয় গদা আসয় কৃপৰ। যমদগুগোট সম আতি ভয়ঙ্কৰ। ১৯৭৫১ অৰ্দ্ধচন্দ্ৰ শৰপাট প্ৰহাৰিল ভাটি। পথতে ৰূপৰ গঙ্গা পেলাইলেৰ কাটি। নাহিকে পদান্তি ৰথী ধ্বজ এনু শৰ। শব্ষাৱে জাবিত ভৈল ১৯৭৫২ SCOS হেৰ দেখ যুদ্ধক আসম্ভগুৰু দ্ৰোণ॥ ১৯৭৫৫ তাহাঙ্ক সমুখে মোৰ ডাক ৰথখান। গুৰু শিষ্যে যুজো আজি চাউক সবে ৰণ॥ এহি শুনি ৰথখান উত্তৰে ডাকিল। বায়ুবেগে দ্ৰোণ আসি অৰ্জ্জুনক পাইল৷ ১৯৭৫৬ দুইৰো শঙ্খনাদ বৰ শুনি বিপৰীত। উচল পাচল প্ৰজ৷ ভৈল ভয়ভীত॥ ৰথে ৰথে দুইহন্তে৷ ভৈলেক একঠাই। অদভুত দেখি সবে প্ৰঞ্জ৷ আছে চাই। ১৯৭৫৭ দ্ৰোণক প্ৰণাম আসি কৰি ধনঞ্জয়। অশেষ কাকৃতি বাণী বুলিলা বিনয় আপুনি সকলে গুৰু জানাহ৷ আমাৰ। পাপিষ্ঠ কৌৰৱে যত কৰিল৷ নিকাৰ॥ ১৯৭৫৮ তেহয় বৎসৰ হেৰ ফুৰো যেন দুঃখে। কহিবে নপাৰে৷ তাক মোৰ এক মুখে || তাৰ প্ৰতিকাৰ কিছো কৰে৷ কৌৰৱক। কোপ নকৰিবা আমি তোমাৰ সেৱক॥ ১৯৭৫৯ আৰ কৰযোবে হেৰ৷ বুলিলো প্ৰণামি। প্ৰথমে প্ৰহাৰ গুৰু নকৰিবো আমি!! গুৰু গৌৰৱক মান্য ৰাখিবাক লাগে। আমাক প্ৰহাৰ গুৰু কৰিয়োক আগে। ১৯৭৬- হাসি গুৰু দ্ৰোণে যে কুত শৰ জুমি। প্ৰথমে হানিলা শৰ একাধিক কুষি