পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৩৪ বায়ুবেগে ৰথে খেদি গৈল ধনঞ্জয়। শঙ্খনাদ কৰিলও সবে ভৈলা ভয়॥ ১৯৬৭০ প্ৰথমে অৰ্জ্জনে গই হানি দুই বাণে। প্ৰণাম কৰিল৷ গুৰু দ্ৰোণৰ চৰণে॥ পুনৰপি অৰ্জ্জুনে হানিলা শৰ দুই। দ্ৰোণত সঙ্কেতে কই গৈল কৰ্ণ ছুই॥ ১৯৬৭১ প্ৰথমে গাণ্ডীৱ ধনু কৰিয়া টঙ্কাৰ। শৱদে পূৰিল৷ সিটো স্বৰ্গৰ দুৱাৰ॥ কম্পিল পৃথিৱী মেৰু গিৰি হিমৱন্ত। হেন দেখি গুৰু দ্ৰোণে সবাকে বেলিন্ত॥১৯৬৭২ সাম্প্ৰতেকে দেখা হেৰা আসন্ত অৰ্জ্জুন। ৰথৰ কিঙ্কিণী হেৰা বাজে ৰুণঝুন॥ বানৰৰ ধ্বজগোট আতি ঘোৰ ৰাই। বৰ কৰি নাদি আসে আমাকেসে চাই॥ ১৯৬৭৩ ধনুৰ টঙ্কাৰে ভুমি কাম্পে ঘনে ঘন। দেখা বীৰ্গণে অৰ্জ্জুনৰ ৰথখান॥ হেৰ দেখ দুই শৰ সুৱৰ্ণৰ কাম। মহাভাৰত । অৰ্জ্জনে বোলন্ত পাইলো কাৰ্য্যৰ যে মজ্জা। সবে আছে নাই দেখো দুৰ্য্যোধন ৰাজা॥ ভীষ্ম দ্ৰোণ সমে ঐত কটকক থই। জানিলোহে পাপিষ্ঠ পলায় গৰু লই। ১৯৬৭৯ তাক লাগি খেদি যাওঁ ঝাণ্টে ডাক ৰথ। কৈক যাইবে দুৰাচাৰ মোহোৰ আগত॥ এসম্বাক যুজন্তে বিলম্ব কিছো আছে। এহিক্ষণে গৰু আনি যুজে৷ আমি পাচে॥১৯৬৮০ পৱনসঞ্চাৰে ৰথ উত্তৰে ডাকিল। নিমিষেকে৷ নলাগিল খেদি লাগ পাইল॥ কৌতুকে অৰ্জ্জনে কৰ্লিন্ত শঙ্খনাদ। মোহোৰ পাৱত পৰি কৰিল৷ প্ৰণাম॥ ১৯৬৭৪ আৰ দুই শৰ কৰ্ণ ছুয়৷ গৈল বই। অৰ্জ্জুনে পঠাইলে সঙ্কেততে বাৰ্ত্তা কই॥ চিৰকাল দুঃখ পাই জনাইল আমাত। আজি কৌৰৱক সবে কৰিবে৷ নিপাত॥ ১৯৬৭৫ এতেকে অৰ্জ্জুনে গই চাপিলা সন্নিত। এতেকে আপুনি সবে পলাইব কৌৰৱ। উত্তৰে ৰাখিলা তেৱে ৰথৰ ঘোৰাক। 1 অৰ্জ্জুনে নিহালি চাস্ত প্ৰবন্ধে ৰাজাক॥ ১৯৬৭৭ ভীষ্ম দ্ৰোণ কৰ্ণ দ্ৰৌণী কৃপকো দেখিলা। আনে৷ মহাবীগণ সবাকে! লক্ষিলা॥ আগে পাচে নিহালি চাইল ঠাই ঠাই। ভ্ৰাতৃগণ সমে ৰাজা দুৰ্য্যোধন নাই। ১৯৬৭৮ প্ৰলয়কালত যেন মেঘৰ সম্বাদ॥ ১৯৬৮-১ ধনুৰ টঙ্কাৰে মহীপৰ্ব্বত লৰিল। ডৰে কুৰুসেন৷ মূত্ৰ পুৰীষ এৰিল। বানৰৰ ধ্বজগোট তেজিলে আটাস। শৱদে পূৰিল দিশ পৃথিৱী আকাশ॥ ১৯৬৮২ সাগৰৰ ঢৌ যেন খলকিল বাৱে। উলটি কৌৰৱী সেনা দশোদিশে ধাৱে। এৰিল পালৰ গৰু ভৈল উসমিস। সহস্ৰ কিৰণে যেন সূৰ্য্যৰ উদিত॥ উত্তৰক বুলিলন্ত ৰাখ ৰখখান। কৈত আছে চাওঁ দুষ্ট ৰাজা দুৰ্য্যোধন॥ ১৯৬৭৬। অৰ্দ্ধচন্দ্ৰ বিপাট হানন্ত শৰজাক। প্ৰথমতে তাক মই কৰে৷ পৰভিৱ। - খৰস্ফুৰ ত্ৰিকণ্টক ভল্ল বৎসদম্ভ। তঙ্কুল আন্দোল বোল লাগি দশোদিশ॥ ১৯৬৮৩ ঢাক ঢোল শঙ্খ ভেৰী ৰোল কোলাহল। যত গৰু আছে মৎস্যনৃপতিৰ পাল॥ থিয়ল৷ঞ্জে হাম্বাৰাৱে কৰি উৰ্দ্ধদৃষ্টি। একেবাৰে সবে গৰু পলাইল উলটি॥ ১৯৬৮৪ পাচে ৰঙ্গে ধনঞ্জয়ে কৌৰৱী সেনাক। সহস্ৰ সংখ্যাত লক্ষ অযুত মাৰম্ভ॥ ১৯৬৮৫ যেনে কালমেঘে বৃষ্টি কৰে ধাৰাসাৰ। শৰময় দশোদিশ ভৈল অন্ধকাৰ | উৰু শিৰ গ্ৰাৱ নাশ৷ ললাট ফুটিল। কাৰে৷ জঙ্ঘাযুগ মধ্য দেহতে কাটিল। ১৯৬৮ কাৰো এক হাত-পাৰ জানু দুই ছিৰি। সৰ্ম্মস্থানে ফুটি কতো থাকি গৈল পৰি