পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একেশ্বৰে দেখা হেৰ খেদি আসে যিবা জন জাজ্জ্বল্য যে অগ্নিৰ সমান। অনুমানে জানো হেন অৰ্জ্জুনত পৰে নাই আন আমাৰ সেনাক লাগি সিংহে যেন ঘনে ঘনে চান্ত। তেহয় বৎসৰ ঘোৰ নিশ্চয় জানিলো এই বনবাস দুখ পাই কৌৰৱক কৰিবে উপাত্ত॥ ১৯৬১৯ মৎস্যৰ সহায় হুই কৌৰৱ মাজত এৱে অৰ্জ্জুনলে আসন্ত যুদ্ধক। দ্ৰোণৰ বচন সমুখে যুক্তিৰে অৰ্জ্জুনক॥ ১৯৬২০ শুৰু দ্ৰোণৰ দুৰ্যোধন আৰু কৰ্ণৰ উপাল আৰু তিৰস্কাৰ বাৰে বাৰে গুৰু অৰ্জ্জুনক আতি প্ৰস্তুৰ টঙ্কাৰ যেন বোলৈ অতি গৰ্বব খঙ্গে। অনুমানে জানো হস্তীৰ যূথক প্ৰতি তেৱে পলাই কোন ভঙ্গে॥ দেখাহা গুৰু আগত। শুনা পাত্ৰ লোক পুনৰপি তেৱে আগ হুই কোন বীৰে হাসি কুক ৰায় তুমিসে জান৷ সমস্ত॥ ১৯৬২১ অনেক প্ৰৱন্ধে শুনি দুৰ্যোধন অৰ্জ্জুন আসয় বিৰাট পৰৰ ময়ো সাধো এহি কাম। চাহিয়ো আটাই এই ডৰুৱাৱা স্নেহৰ নিমিত্তে আসে যে অৰ্জুন বিনা যুদ্ধে পাইলে৷ ৰাজ॥ ভীষ্মক বুলিলা বাণী। অৰ্জ্জুন আসোক বিধি মিলাইবেক খুজি নাপাও যাক বিধি মিলাইলেক আনি॥ ১৯৬২২ গুৰু কন্তু এই বাঘ ঘোঙ্গ দেখুৱাই। গৈল কি নউ যা কৰ্ণক যে চাই তেয় বৎসৰ থাকস্তে সেৱস্তে নুগুনা কৈত আৱস | পাণ্ডৱৰ হিত অৰ্জ্জুনৰ কন্ত যশ। মেঘৰ গৰ্জ্জন কৈত বায়ু নবহস্ত। শুনা পিতামহ অৰ্জ্জুনক প্ৰশংসন্ত | সৈন্যৰ উঝাৰে শগুন কাক উৰায়। পণ্ডিত লোকৰ আৱৰ আশেষ তিলৰ কুশৰ দেখস্ত আত অপায়। ১৯৬২৪ আগম পুৰাণ যুদ্ধত মুহি শকতি॥ পণ্ডিত যুজৰ নুই। পাচ গুচি গুৰু দ্ৰোণক কৰি বিগুটি। বিবাহ উৎসৱ হেঞ্চু আকে গুক ১৯৬২৩ মুশুনা কৈসান অস্ত্ৰক শিখাইবে ১৩২৯ ঘোৰাৰ হ্ৰেসনি যুজৰ বেলাভ গুৰু আত কিয় গুৰুক বুলিবা শৃগালী পলায় আতে লাট পাট কৰ্ণ যুঞ্জ৷ আগ হুই॥ ১৯৬২৫ ভাল ভাল সৈন্য বুলিলেক ৰাজা পণ্ডিতে পাতা সমাজ। পণ্ডিতালি লোক পণ্ডিতৰ হেন কাজ॥ ৰাজাৰ ইঙ্গিতে পুছা লাগে মান থাকা যুদ্ধ চাই ডৰুক লোক পণ্ডিত। ডৰুক ব্ৰাহ্মণ শাস্ত্ৰক পঢ়াইবে বিহস্তোক প্ৰায়শ্চিত। ১৯৬২৬ পাতা তুমি বেহুখান। আগ হুই যুঞ্জ৷ কৰ্ণ॥ ধজ্ঞৰ সময় নুপুছিবা আন্ত ভবদেৰ মেলি বাছি পিতামহ পাচত থাকোক কৰ্ণ মহাৰথী জোখক বোলৈ উফশি।