পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেখ মোৰ যুদ্ধ আজি ৰথখান ডাক। একেশ্বৰে মাৰে৷ আজি কৌৰৱী সেনাক॥ ৮৯ হেন জানি কৌৰৱক পাইলে যমকালে। বিৰাট পৰ্ব্ব পদ্মে৷ মহাপদ্ম শঙ্খ পদাতি অসংখ্য। ১৯৫৯৩ কোটি সহস্ৰেক লৰে একৈক লৰত। মাংগক ভুঞ্জোক কাক শশুন শৃগালে॥ উত্তৰে বোলয় প্ৰভো শুনা ধনঞ্জয়। এভো মোৰ কৌৰৱক দেখি লাগে ভয়॥ ১৯৫৯০ তাহাৰ বিস্তৰ সেনা আমি একেশ্বৰ। মহাবীৰ পৰাক্ৰমী সবে ধনুৰ্দ্ধৰ। ভীষ্ম গুৰু দ্ৰোণ ৰূপ অশ্বত্থামা কৰ্ণ। একৈক জিনিবে পাৰে তিনিয়ে৷ ভুৱন॥ ১৯৫৯১ | কুৰুসৈন্যশোনিতৰ বহাইবোহে৷ গাঙ্গ॥ এহি বুলি ধনঞ্জয়ে ৰথৰ নামিলা। ছতি ইন্দ্ৰ সম আতি কৌৰৱ নৃপতি। পৃথিবী মণ্ডলে শুনো এহি চয় ৰথী॥ দুঃশাসন বিবিংশতি দুঃসহ দুন্মুখ। দুৰ্জ্জয় বিষ্কৰ্ণ চিত্ৰসেন প্ৰতিমুখ॥ ১৯৫৯২ ৰাজা দুৰ্য্যোধনৰ সোদৰ ঊনশত I আনে৷ মহাৰ্থীসব আছে অপৰ্য্যন্ত। একৈকৰ লগে ৰথ চলে লক্ষ লক্ষ। একেশ্বৰে সবাকো ফুঁজিবা কেনমত॥ নাহিকৈ তোমাৰ কেৱ সাৰথি সহায়। হস্তীকে৷ বান্ধয় তৃণ-জৰী এক ঠাই॥ ১৯৫৯৪ একক অনেকে যদি সমৰত ধাৱে। অথাত্তৰ হৱে জানো সমুলি বুৰাৱে। হেন শুনি হাসিয়া বুলিলা কুন্তীস্থত। সিংহক কৰিবে কিবা পাৰে হস্তী-যূথ॥ ১৯৫৯৫ গৰ্ডক কি কৰিবে পাৰয় ভুজঙ্গ। একেশ্বৰে কেনে কৰো চাই থাকা বঙ্গ॥ যৈসানি খাণ্ডৱ দহি অগ্নিক তৰ্পিল। সুৰুৰ নাগে মোক সবেও যুজিল॥ ১৯৫৯৬ ইন্দ্ৰে বৰিষিল৷ ঘোৰ বৃষ্টি সমুদায়। সি ফালত কোন মোৰ আছিল সহায়॥ ইটো কোন মোৰ আগে ক্ষুদ্ৰ যে সুষক। তৃণ বুলি নগণোহো পৰে কৌৰৱক। ১৯৫৯৭ ১২৭ দিব্য অস্ত্ৰ হানি মই দেৱক ভঙ্গাইবো। নাগলোক জিনি সাতে৷ পাতালক যাইবো॥ শৰ বৰিষিবে৷ সাত সাগৰান্তে সীমা। আজি মোৰ সমৰত বুজোক মহিমা॥ ১৯৫৯৮ নিজ অস্ত্ৰে চানি থৈবো গগন সমস্ত। চন্দ্ৰ সূৰ্য্য বায়ুৰ যে নিৰোধিবো পথ॥ সাগৰ শুষিবো মহী পৰ্ব্বত ভেদিবো। দুষ্ট কৌৰৱৰ হুখে থাকিবে নেদিবে॥ ১৯৫৯৯ যোহোৰ বীৰত্ব আজি দেখ তেৱে সাঙ্গ। স্ত্ৰীৰ আকাৰ বস্ত্ৰ গুচাইলা মেখলা॥ ১৯৬০ কাঢ়িল বলয়৷ শাঙ্খা এৰি ছদ্মবেশ। থিউযূৰ কৰি ফালি বান্ধিলন্ত কেশ॥ বিচিত্ৰ বসন গাৱে পিন্ধিল উত্তম। মেঘ ছিৰি বাজ ভৈলা চন্দ্ৰবিশ্ব সম॥ ১৯৬০১ ভন্ম ছদ্ম গুচি যেন জ্বলিল অগনি। সূৰ্য্যৰ উদয়ে যেন গুচিল ৰজনী॥ শিশিৰ গুচিল যেন ফুলিল কমল। শ্ৰীমন্ত শৰীৰ চন্দ্ৰ সদৃশ উজ্জ্বল॥ ১৯৬০২ উত্তৰৰ সিংহধ্বঙ্গ ধনু বাণ ৰথ। সবাকো থৈলন্ত বান্ধি সমীধবৃক্ষত। শৌচ আচমন হুই বিষ্ণুক হুমৰি। শ্ৰীহৰি গোবিন্দক প্ৰণিপাত কৰি॥ ১৯৬৩ ধ্যান কৰি অগনিক চিন্তিলা মনত। দিব্য ৰথখান আসি মিলিল৷ আগত। স্তৱৰ্ণে মাণিকে কামে অগ্নিবৰ দত্ত। মনপৱনৰ বেগে চলৈ আকাশত॥ ১৯৬-৪ বানৰৰ ধ্বজ গোট আতি বিপৰীত। কণক গিৰিত যেন সূৰ্য্যৰ উদিত॥ আতি ঘোৰ ৰাৱে ঘনে চিঞৰস্তে আছে। যুদ্ধক প্ৰবন্ধে উঠি ঠিয়লাঞ্জে নাচে। ১৯৬০৫ সুৱৰ্ণ অক্ষয় তূণ বান্ধিলা পিঠিত। অসংখ্যাত অস্ত্ৰ আছে বুদ্ধৰ সম্ভৃপ্ত।