পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৈৰিঞ্জী আমাত প্ৰপঞ্চি কহিয়া আছে। ১৯৪৭৭ তোমাৰ কথাক অৰ্জ্জনে বেলিস্ত কৰিবো তোমাৰ কাৰ্য্য। কৈৰা ৰথ বৰ হুৱৰ্ণে ৰচিত যুদ্ধৰ যে সব সাব্জ॥ অৰ্জ্জুনে বোলস্ত উত্তৰে আনিয়া দিল। নঞ্জানিল ভাৱে মোক উপালম্ভ ইঙ্গিতে তাক জাৰ্নিল॥ ১৯৪৭৮ কৱচক গাৱে উত্তৰা সহিতে পিন্ধিলন্ত ওভোতাই। বামহাতে তেৱে হাসে বেঢ়ি বেঢ়ি চাই॥ দেখি কন্যাগণ যত মান পাৰো চন্দ্ৰ সম উৰ্দ্ধক লাগি ক্ষেপিয়া। বিস্ময়ে থাকিল৷ নাকত আঙ্গুলি দিয়া॥ ১৯৪৭৯ চাৰিগোটা ঘোৰা যুদ্ধৰসম্ভাৰ ঘোটক অনাবা নিবন্ধিল অস্ত্ৰ শস্ত্ৰ সুৱৰ্ণৰ সিংহ অৰ্জ্জুনে সজ্জিলা ৰথ। ধৱল মেঘৰ কন্যাগণ দমে গুৰু দেৱতাক পিন্ধিল কৱচ ধ্বজক প্ৰথামি পতাকা আতি উচ্ছিত। উত্তৰা প্ৰমুখ্যে ধনু তূণ বাণ প্ৰচণ্ড যেন আদিত্য। ১৯৪৮০ প্ৰণামি কুমাৰে কৌৰৱৰ যন্ত্ৰ ধ্বজগোট দিল বাপকে। নমিল মনে। আগত জ্বলন্ত যাত্ৰা কৰি শুভক্ষণে॥ ৰথত চৰিল অৰ্জুনক চাই চাই। কন্যাগণে বোলে আনিব৷ আমাৰ জালি পুতলাক লাই॥ ১৯৪৮১

| হাসি হাসি পাচে প্ৰবোধ সখিজনত। কৌৰৱক যদি আনি দিৰে৷ তেৱে বস্ত্ৰ॥ এহি বুলি ৰথ ঘোটকৰ পাৱে সাৰথি হুয়৷ অৰ্জ্জুন। দাহিনে ব্ৰাহ্মণ শৱদেয়ে ঋণ-ঝুণ॥ ১৯৪৮২ বুলিল আশেষ অৰ্জ্জনে বুলিল কুমাৰে জিনয় অৰ্জ্জুনৰ যেন ডাকিবাক শৈল দীপ ঘট থৈলা প্ৰান্তে। খাগুৱ দাহ সময়। বৃহন্নলা সমে কিঙ্কিণী বাজয় কুমাৰ যুদ্ধক যান্তে॥ বোলগু কংসাৰি বামে কন্যাগণ পুৰুষ উদ্ধাৰা মাঙ্গল্য বিশেষ তুমিয়ো তেনয় হোৱা আজি জয় জয়। ১৯৪৮৩ শুনা নৰ-নাৰী শুভ যাত্ৰা ভৈল মুখত নেৰিবা নাম। অপুনিয়ো তৰা ডাকি বোলা ৰাম ৰাম॥ ১৯৪৮৪ অৰ্জ্জুন আৰু উত্তৰৰ সমীধবৃক্ষ ওচৰলৈ গমন আৰু অৰ্জ্জুনেৰে সৈতে পৰিচয় পদ অৰ্জ্জুন-সাৰথি পাচে ডাকিলন্ত ৰথ। ত্বৰিতে নগৰী চাৰি পাইল! ৰাজপথ॥ অৰ্জ্জুনক চাই পাচে উত্তৰ বদতি। জাণ্টে তুমি ৰথখান ডকায়ে৷ সাৰথি। ১৯৪৮৫ কৌৰৱক খেদি যেন শীঘ্ৰে লাগ পাওঁ। মাৰে৷ গৰুচোৰ যমকৰণে পঠাওঁ। আজি দেখা সাৰথি মোহোৰ মুনিয়াই। এতিক্ষণে সৰে পাল আনো ওলটাই। ১৯৪৮৬ এহি শুনি ধনঞ্জয় ডাকিল ৰথক। বায়ুবেগে চলে ঘোঁৰা উত্তৰ পথক |