পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফিসক বদন যেন প্ৰভাতৰ চা কাৰ্য বৰ অসাধন। তোমাৰ পাশক পিতৃ গৈলে কালি দদা পঠাইলেক বোলে তাঙ্ক মাতি আন। ১৯৪৬৯ সুশৰ্মাৰ থাৰে শূন্য কাল পায়৷ চতুৰঙ্গ দলে সাব্জি। তাক লাগি এৱে লগত নাহি সাৰথি কুবলে সাব্জি আজি তোমাকে সৈৰিন্ত্ৰী অৰ্জ্জুনৰ হুলু দদাত কহিলে প্ৰশংসা কৰিয়া আতি॥ ১৯৪৭০ সাৰথি আছিল তুমিসে সহায়ে দদাৰ সাৰথি প্ৰকাশ নকৰে কৃষ্ণৰ যেন দাকক। শুনিয়োক গুৰু তোমাৰ প্ৰসাদে মুৰাহুৰ যত লোক॥ আমাৰ বচনে পাল নেই ধৰি পাপিষ্ঠ কৌৰৱে ৰাখি আনা গই পাল। Fদা খেদি যাস্ত এতেক কাৰ্য্যক ৰাজত ৰহোক যতেক গফ গোৱাল॥ ১৯৪৭১ সমৰে জিনিল তোমাৰ আগত বিলম্বত নাহি কাজ। উত্তৰাৰ হেন হোৱা আজি তুমি প্ৰমস্ত বাৰণ গৈলেক অনেক ৰাজ॥ চলিয়োক গুৰু গৰু লৈয়া হুনু বোলো নৃপতিৰ জীয়া। মৰিৰোহে আজি গলত কটাৰী দিয়া॥ ১৯৪৭২ বিনয় বচনে নকৰাহা যদি মনে। চলি গৈলা তেতিে বিৰাট পৰ্ব্ব পাচত উত্তৰা পৰাণে ভুলত চলিল শিশু হস্তিনী॥ ১৯৪৭৩ কুমাৰে মাতিল আগত অৰ্জ্জুন চলিল গন্জ গমনী। যেন গজৰাজ কতো দূৰে দেখি হাসি হাসি আশ্বাসিয়া অনেক প্ৰশংসি সন্নিতক লাগি নিয়া॥ শুনা বৃহন্নলা সাৰথি কৰ্ম্মক জানা। আমাৰ আগত সৈৰিন্ধী কহিল বোলে তাঙ্ক মাতি আনা॥ ৭৪ ||| সাৰথি আছিল৷ অৰ্জ্জুনৰ হুমু ইন্দ্ৰৰ মাতলি সম তুমিসি সহায়ে আমাৰ সাৰথি কৰিয়া অসংখ্য কৰ্ম্ম | তুমি সমে আজি ছদ্ম বৃহন্নলা চাটু কৰি বলে মাজি লোৱা ৰথখান। যৈসানি সাৰথি তুমি হুলু বৰ কৌৰৱক জিনি ৰণ। ১৯৪৭৫ অৰ্জ্জনে বেলিস্ত কুমাৰৰ মুখ চাই। পৃথিৱী জিনিলা হীন ভৈল বল হুয়োক সম্প্ৰতি উত্তৰে বোলয় ডকাই আমো পাল সম্প্ৰতি সি বল নাই॥ বৃদ্ধ ভৈলে৷ আৱে নচাইবে! গোৱাইবো দণ্ড দুইক লাগি তাহাৰেসে আৰে পাত্ৰ। নাচনী হোৱা বা আছিলো শুনিলা নাম সৰোবৰ মাত্ৰ। ১৯৪৭৬ ওথাই গৈল জল এৰা মিছা আল-জ শুমি আছো সবে সাৰধি হৈাল তিনি আনে! গৈয়া পাল॥ গাৰী হোৱা বা মেহিৰি নোহোৱা পো