পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এহি বুলি আগবাঢ়ি স্ত্ৰীগণৰ মাজে। অধোমুখে কান আঞ্চালে ঢাকি লাজে। অল্প কৰি কুমাৰত কহিলেক পাচে। মই জানে৷ সাৰথি যিঠাইত ভাল আছে। ১৯৪৫৮ তোমাৰ নাচনশালে আছে বৃহন্নলা। সাৰথিক কৰ্ম্মে তেহো বৰহি কুশলা॥ অৰ্জ্জুনৰ পূৰ্ব্বে তেহে৷ আছিল সাৰথি। বুদ্ধিত সাগৰ অতি গুণে নাহি ক্ষতি॥ ১৯৪৫৯ পাণ্ডৱৰ ঘৰত আছিলো একে ঠাই। তাহানে আমাৰে কিছো ভিন্ন ভাৱ নাই॥ তাহাঙ্ক সাৰথি কৰি মধ্যম পাণ্ডৱ। অগনিক তপি দাহ কৰিলা খাওৱ॥ ১৯৪৬ • পৃথিৱীৰ ৰাজা ৰণে জিনিল সমস্ত অৰ্জ্জুনৰ সম এস্তে ধনুত পাৰ্গত॥ ইন্দ্ৰৰ মাতলি যেন সুজান সাৰথি। উত্তৰাক পঠায়োক আনস্তোক মাতি॥ ১৯৪৬১ দ্ৰৌপদীৰ বাণী শুনি ৰাজাৰ কুমাৰ। উত্তৰাক বোলে আই যায়োক সত্বৰ। কৰ্পূৰ তাম্বল দিয়ো কৰি বহু মান। বৃহন্নল৷ সাৰথিক জাণ্টে মাতি আন॥ ১৯৪৬২ বোলন্ত কংসাৰি কবি এৰা আন কাম। পুৰুষ উদ্ধাৰ হৌক বোলা ৰাম ৰাম। ১৯৪৬৩ বৃহঞ্জলাৰ ওচৰলৈ উত্তৰাৰ গমন আৰু উত্তৰৰ যুদ্ধযাত্ৰা ভ্ৰাতৃৰ বচনে উত্তৰা সুন্দৰী চলি গৈলা বৰবালা। কপালে তিলক গ্ৰীৱে সুৱৰ্ণৰ মালা॥ মহাভাৰত মণি চিত্ৰময় ময়ূৰৰ পুচ্ছ কটিত মেখলা পাৱত নূপুৰ বাজে। নব চন্দ্ৰমা দেখি মনোহৰ ১৯৪৬৪ কুৰঙ্গনয়নী কটাক্ষে অনঙ্গ বাণ। সমান। আয়ত শোভন মদন নীল লুকোমল চামৰে গঞ্জিল কাল। নাস৷ তিল ফুল দশন পঙ্কতি সদৃশ বৰ্ত্তল শোভন কৰ্ণ কপাল॥ ১৯৪৬৫ মুকুতাৰ পান্তি অধৰ যে বিশ্বফল। মৃণাল বলিত কৰ কিশলয় দল | হৃদয় ৰঞ্জন ঈষত বৃহত স্তন। যেন পঞ্চবাণ কেশৰী সদৃশ ত্ৰৈলোক্য মোহিনী যেন হুকোমল উৰু কৰীকৰ যুৱত মন মোহন॥ ১৯৪৬৬ পদ্মিনী সুন্দৰী চলত্তে হালে কঙ্কাল। নবীন শ্ৰীফলভাল॥ হংসৰ গমনী দ্ৰৱযুগ ঘন অৰ্জ্জুনৰ আগে ফুটি কুণ্টল বাহু সুৱলিত বিতোপন ঘন দেখিয়া অৰ্জ্জুনে সুলক্ষণী সৰ্ব্ব অঙ্গে। ক্ষীণ মধ্যদেহ নাচনৰ বেলা পদ্ম-মধু-গন্ধে ভ্ৰমৰ! নচাৰে সঙ্গে। ১৯৪৬৭ ত্বৰিত গমনে মদন পৱন পৰনে হালই উত্তৰাৰ মুখ চাই। সাক্ষাতে যেন ৰুক্মিণী। বৃহত নিতম্ব মেঘ মাজে সৌদামিনী মৎস্যৰ নন্দনী ভৈল উপগত সাদৰে পুছিল নতু হয়ে আসি কিসক আসিলি খাই। ১৯৪৬৮৮ উন্নবো মনে চিত্তত নাহি আনন্দ।