পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩০৮ মহাৰথীগণ সন্নাহা” চৰাইলা গাৱে। কৰযোৰে বোলে। ৰাখিব৷ গোসানী ৰণচণ্ডী দেৱী মাৱে॥ ১৯৩২৬ স্মৱৰ্ণ কৱচ জ্ৰসম দণ্ড ৰত্নে জ্বলে চিকিমিকি। ৰাজাৰ সোদৰ সুবৰ্ণ সন্নাহা পিন্ধি গৈলা শতানিকী # হেনয় সম্ৰাহ! সূৰ্য্যৰ সম প্ৰকাশ। সুৱৰ্ণৰ শত অপৰ কনিষ্ঠে তাৰ ভাই মন্দিৰাশ॥ ১৯৩২৭ পদ্ম দিল তাত শুদ্ধ সুৱৰ্ণৰ হেন জ্বলে তাৰা শত। বিৰাটৰ জ্যেষ্ঠ ৰথত চৰিল কনিষ্ঠে সন্নাহ৷ পিন্ধি ভৈল সূৰ্য্যদত্ত॥ ৰাজাৰ আদেশে আতি অনুপাম বিচিত্ৰ সন্নাহা সূৰ্য্য সম জ্যোতি কৰে৷ পিন্ধি সাব্জ ভৈলা নানা ৰত্নময় শঙ্খ নামে ধমুৰ্দ্ধৰে। ১৯৩২৮ মৎস্যৰাজা এহি বথ দিলা চাৰি অগু। হুৱৰ্ণ মাণিক সন্নাহা ৰত্নৰ সন্নাহ। বিচিত্ৰ উচ্ছিত প্ৰৱল দণ্ড॥ তাতে চৰি ৰাজ! তনয়ে পিন্ধিল চাৰি পাওৱক ধনুকাগু খাও সূৰ্য্য সম জ্যোতিষ্কাৰ। জ্বলম্ভে আছয় ষাঠি মুনিষৰ ভাৰ॥ ১৯৩২৯ কৱচ পিন্ধিলা ৰথখান সাজি সাৰথি যোগাইলা আনি। যুদ্ধক লৰিল সৈন্য সমে দিশ চানি॥ মহাভাৰত ৰাজাৰ পাচত কৰে ধনুৰ্ব্বাণ চৰিয়৷ চাৰি ৰখত। হস্তী যূথ চলে সচল চাৰি পৰ্ব্বত। ১৯৩৩০ চাবুকৰ কোবে যেন কাল মেঘদল। ঢাক ঢোল শঙ্খ ডৰে জীৱজন্ত ভূমি কৰে টলবল॥ পদাতি কটক ধমুৰ টঙ্কাৰ শব্দ গৈল দশোদিশ। হেন আড়ম্বৰে • সন্নাহা--ঋণুৱাৰ কৱচ। চাৰিয়ো পাণ্ডৱ সবে ভৈল উসমিস॥ ১৯৩৩১ যেন বৃত্ৰাহুৰে খেদন্তে খোস্তে কৰিল৷ পয়াণ মাহুতে চলাৱে গোৱালে দেখাৱে পথ। কাট মাৰ বুলি ঘোঁৰা নিকলিল বোলে আগে আসে ৰথ॥ এহি বুলি মৎস্য নিশান বজাৱে বনত লুকাইল চলি গৈলা ৰথীবৃন্দ। কাণ্ডে খাণ্ডে জোঙ্গে মাৰিবে প্ৰৱন্ধে ত্ৰিদশে সহিতে ইন্দ্ৰ॥ ১৯৩৩২ ৰবি অস্ত যাস্তে ৰাহুতে ৰাহুতে চলৈ আগুৱান মহাৰথাগণে শুনি বাৰুচাট সন্ধ্যা বেল৷ পাইল৷ গই। সবে চপকৰে হেৰ পলাই গৰু লই॥ বেঢ়ি ৰিঙ্গ দিল ত্ৰিগৰ্ভে ধাইল উলটি। দুয়োদলে থঙ্গে লাগি গৈল কটাকটি॥ ১৯৩৩৩ মহুিতে মাহুতে কটকে বেঢ়িল পদাতিয়ে পদাতিক। থাইল অঙ্কো অন্যে হস্তীয়ে৷ ধাইল হস্তীক॥