সমললৈ যাওক

পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাৰি ভাই নৃপতিৰ চাৰি মহাপাত্ৰ। অজ্ঞাতবাসৰ আৰে আছে জল্প মাত্ৰ। সভামধ্যে মৎস্যৰাজা আছে ৰঙ্গে বসি। পাত্ৰে পুত্ৰে মন্ত্ৰীবৰ্গে আহস্ত উপাসি। ১৯৩১৭ লৱৰস্তে আগ হুয়৷ জনাইল গোৱাল। ত্ৰিগৰ্ভ বাজায়ে প্ৰভু লুটি নেই পাল॥ কৰে ডাঙ্গ ধৰি তাক আমি সবে ধাইলো। তাহাত বিস্তৰে পাই আমাক ভঙ্গাইল॥ ১৯৩১৮ কাকো ধৰি বান্ধি নেই পলাইলাহা কেৱ। হেন জানি যেন যুৱাই কৰা নৰদেৱ॥ শুনা সভাসদ পদ ভাৰত পয়াৰ। বোল৷ ৰাম ৰাম হৌক পুৰুষ উদ্ধাৰ॥ ১৯৩১৯ সুপৰ্দাৰ লগত মংৰাজৰ যুদ্ধ এতেক বচন ক্ৰোধিলেক মৎস্যৰাজ। পাত্ৰ যে লোকক নিলাজ নিৰ্গত ঝাণ্ট কৰি সৈন্য সাব্জ॥ বাৰে বাৰে মোক নৃপতি এহি হুশৰ্ম্মা। পূৰ্ব্বত ব্যাধিৰ শুনি গোৱালৰ কতো দিন মানে চাই আদেশিলা গৰুচোৰ ক্ৰুৰকৰ্ম্মা॥ ১৯৩২ ০ বিষ গাছ কাটি পাপিষ্ঠ ত্ৰিগৰ্ভ বাঢ়ি ভৈল অচিকিৎচ সৰ্প'গোটা মাৰি দেখি জোঙ্কায় বলে পাৰি আটি ঔষধ নিদিলো দুনাই আসি ভৈল নীচ॥ সঙ্কুৰ্কি আছিল মুতুলিয়া শিয়া মূল। সমূলে উৎপাতি বিৰাট পৰ্যৰ্থ দয়া সম্পৰ্কি জীয়াইয়া খৈলো লাঙ্গুল। ১৯৩২ ১ খেদিলো নাকাটি ৰাজ্যৰ কৰি উচ্ছেদ | দিন কতিপয় লগাইল৷ দুনাই বিবাদ আজি যদি এৱে সম্মুখ সমৰে পলাই যাইবে কতোদুৰ। মুহি আজি ধৰি মাৰি পেশো যমপুৰ। ১৯৩২২ থৈবো বন্দী কৰি ঝান্তে পাত্ৰ লোক কাঠৰ শালত নিয়া। মুখ্য মুখ্য বীৰ আমাৰ আদেশ নিশানত বাৰি দিয়া॥ আপুনাৰ সৈন্য লই। অনুমানে জানো সঙ্কোচি আহিল কৈৰ শতানীক খেদি লাগ পাওঁ কেহো যেন নথাকয়॥ ১৯৩২৩ গোপ গ্ৰন্থিকক চাৰিয়ে৷ বীৰ সদৃশ। হুৱৰ্ণ সমাহা যুদ্ধত বৰ মুনিষ॥ ৰাজাৰ বচন সৈন্য সাজিয়োক দিয়ে৷ ধনু শৰ ৰথ। হস্তী ঘোঁৰা পাইক অনেক সহস্ৰ সৰ্প মুখ শৰে সবাতে জনাইবা চাৰিকো দিবাহা মোহোৰ যাইবে লগত। ১৯৩২৪ শুনি পাত্ৰগণ চলা আগুৱান সবে বায়ু সমে হুৱৰ্ণে ৰচিত চাৰিয়ো হুইবেক নিশানত দিয়া বাৰি। কতো সিংহ ৰাৱ বাজ ভৈলা ভৰঙৰি॥ ইসব চাৰিক উচ্চৈঃশ্ৰৱ৷ সম ঘোৰে। পৃথিৱী চানিয়া ৰঙ্গে তুৰঙ্গমে যেন আকাশত উৰে॥ ১৯৩২৫ পতাকা চিল কতো কতো মত উপৰত দিলা ধ্বজে ৰথ সাজি লৈয়া কৰয় উৰাৱ ।