পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৯৪ যাৰ লগে ঋষি শত সহস্ৰ বৈসন্তি। তেহে যুধিষ্ঠিৰ ৰাজা মৎস্যক সেৱন্তি॥ ১৯০৯৮ অন্ধ খোৰ৷ কুঁজা অনাথক পালে নিত। নট ভাট নগৰিকে৷ দেস্ত বহু বিত॥ আঠাইশ সহস্ৰ ঋষি ভুঞ্জে ঘৰে বাসে। একৈকত সেৱা কৰে ত্ৰিংশ ত্ৰিংশ দাসে। '৯৯ ব্ৰাহ্মণ ভুঞ্জাইতে যাৰ যায় দিন কাল। আঠাইশ সহস্ৰ ঋষি সুৱৰ্ণৰ থাল॥ প্ৰতিনিতে অম্ল ব্ৰাহ্মণক দেই দান। তেহেন্তে ভৈলন্ত কঙ্ক বিধিৰ লিখন॥ ১৯১০০ অন্তেষপুৰত পাট মহাদৈৰ আগে। যুজাৱে মহিষে মেঠে গজে সিংহে বাঘে!! তোমাৰ সহিতে যুব্জাৰে যেতিক্ষণে। দেখি ভীমসেন মোৰ নধৰয় মনে৷ ১৯১০১ পটেশ্বৰী বোলে মোৰ দেখি মনে খঙ্গ। উপকাৰ যুজান্তে সবাৰে মন ৰঙ্গ॥ একে মাত্ৰ অসন্তোষে থাকয় গান্ধাৰী। স্ত্ৰীৰ চৰিত্ৰ ভাৱ বুজিতে নপাৰি॥ ১৯১০২ বোলে সৈৰিষ্ক্ৰীৰ ৰূপে নাৰী নাহি সম। তাতো কৰি লুপকাৰ সুন্দৰ উত্তম॥ একদিনে দুইজনে উপসিল মন। মহাভাৰত দেখি অপমানে মোৰ নসহে শৰীৰে॥ ১৯১০৫ ভযু প্ৰিয় ভাই সহদেৱ যাৰ নাওঁ। তান দুখ দেখি কালবৰ্ণ হুয়া যাওঁ। গৰুৰ ছালত যাৰ ভৈলেক শয়ন। ধূলিয়ে ধূসৰ দেখি মোৰ ফাটে মন। ১৯১০৬ AAAAAAAAAAA সহদেৱ কোলে কৰি কুম্ভী যে গোসানী। কান্দি কান্দি মোক বুলিলেক প্ৰিয়বাণী॥ লজ্জাৱন্ত হুপকাৰ একোকে নজানে। অন্ন যে ব্যঞ্জন তাঙ্ক ভুঞ্জাইব৷ আপুনে॥ ১৯১০৭ স্বধাৰ্ম্মিক সত্যৱস্ত সুশীল সুন্দৰ। ভ্ৰাতৃত ভকত তেন্তে নেদেখিয়া পৰ॥ কুন্তী গোসানীয়ে প্ৰশংসন্ত নিতে নিত। হেন সহদেৱ থাকে গোৱাল চৰিত॥ ১৯১০৮ যাহাৰ ৰূপক পটন্তৰ নাহি কেৱ। কামিনীমোহন স্বৰূপত কামদেৱ। অস্ত্ৰে শস্ত্ৰে যুদ্ধত কুশল তযু ভাই। হেন বীৰ নকুল থাকম্ভ অশ্ব-ঠাই॥ ১৯১০৯ মৎস্য আগে যেতিক্ষণে চাৰম্ভ তুৰঙ্গ। চাৰি কুটি কৰি দৰশাৱে অঙ্গ ভঙ্গ। অশ্ব-শ্ৰম কৰি বিৰাটক তোষে নিত। তান দুখ দেখি মোৰ নধৰয় চিত॥ ১৯১১০ ইহাত অধিক কি কহিবো দুখকথা। ধৰ্ম্মৰাজা গুণে কিনো নভৈল অৱস্থা | আমি পৰ-সেৱকিনা বিধিৰ বিপাক। তথাপিতো চিন্তে৷ আমি স্বামীৰ সুখক॥ ১৯১১১ যেৱে হেন বোলে মই শঙ্কি থাকে৷ মন॥১৯১০৩ সুৰাসুৰ দৈত্যক জিনিলা একেবাৰে। ধনুৰ্দ্ধৰ ক্ষত্ৰি নাই ত্ৰৈলোক্য ভিতৰে॥ হেনয় অৰ্জুন নপুংসকবেশে আছে। কন্যাগণ মাজে হেন কাছি পাৰি নাচে॥ '১০৪ মাথে খোপা বান্ধি শাঙ্খা বান্ধি দুই বাহেব। কৰ্ণত কুণ্ডল নূপুৰক পিন্ধি পাৱে মৎস্যৰ আগত যেতিক্ষণে নাচে বীৰে। যি পুনু আনক মাৰে তাকো আনে মাৰে যি পুমু জিনয় আগে সিয়ো পাচে হাৰে॥ আনক মগাৱৈ সিয়ো গাৱয় আৱসে। ওলট পালট হোৱৈ জানা বিধি বশে। ১৯১১২ সুখ দুখ ফুৰৈ যেন চক্ৰৰ আনয়। । যথা জল আছিলন্ত অৱশ্যে শুকায় | যাৰ মন্দ হোৱৈ ভাল হোৱয় জুনাই। এহি গুণি স্বামীৰ উদয় আছো চাই। ১৯১১৩ ঘাৰ বাপ দ্ৰুপদ তুমিসে বৰ স্বামী। তাৰ কেনে দুখাদৃষ্ট দেখি আছো আমি। I মাথা তুলি চাহা মোৰ কেনে ভৈল গতি। এহি বুলি ধীৰে ধীৰে কান্দে মহাসতী॥ ১৯১১৪ আৱে ভীমসেন মোৰ দুখ ভৈল বৰ। চন্দন পিষন্তে দুয়ে৷ হাতে ভৈল কৰ॥