পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বথ ঘনিষণ পদাতি কৰয় গতি॥ চিহৰে দস্তালে ধনুকীৰ ঘটমটি। বীৰসৰ সাজে কৰে ধৰাধৰি মালসবে কৰি পটি॥ ২১৪২৬ হুমঙ্গলী নাৰী ডাকে ৰহু বহু বুলি। এহিমতে যাই সেহি সময়ত সঘনে পাৰে উৰুলি॥ মেঘৰ গৰ্জ্জনে ৰহিলা পাণ্ডবগণে। যেন মেঘষুধে কৃষ্ণ ধনঞ্জয় ঘোৰাৰ সেনি সংশপ্তকগণ সমুখ তৈলেক ৰণে॥ ২১৪২৭ ৰথ ঘৰিষণে চাপিলা সবে ওচৰ। ঘণ্টাৰ আস্ফালে সৈন্য আগে পাচে বৃষ্টি কৰে খৰতৰ॥ ৰবিৰ কিৰণ শৰে তমোময় কৈৰ সেনাগণ হুয়া শাৰী শাৰী দেখস্তে চমক শৰে ছাইল৷ দিশপাশে। ঢাকি ঘনে ঘন অৰ্জ্জুনক গিলি আসে। ২১৪২৮ দেখি ধনঞ্জয় ইসব স্যৈক লৱৰা লৱৰি কৃষ্ণক বুলিলা বাণী। একৈক বীৰৰ ৰণভূমি পাই প্ৰত্যেকে সবে এসম্বাৰ শৰে পৰ্ববতক বেঢ়ি তথাতে আছয় কোনে মিলাইলেক আনি॥ আৱে কোন ভিত্তি যাওঁ। কহু নাৰায়ণ কোনে ধুজিবেক লুগুনে৷ তাহাৰ নাও॥ ২১৪২৯ নাহি পটন্তৰ নপাৰো বুজিতে মুনিষ। চলো যমঘৰে ৰাজ্যতাৰ কৰো কিস। ভীষ্ম প আউৰ কি জুনাই গৃহত হৈবো প্ৰবেশ। এৰিলো সমৰ যাওঁ দেশাত্তৰ আজ্ঞা কৰা হৃষীকেশ॥ ২১৪৩০ 'শুনা ধনঞ্জয় । প্ৰজ্ঞামাত্ৰ কৰো গোবিন্দে বোলয় তোমাতে সবে যুদ্ধক নোৱাৰে৷ কে বোলে তোমাক ভাল॥ চিত্ত দৃঢ় কৰা যুদ্ধক কৰা যতন। আন নাহিকয় দুৰ্য্যোধন যুজি সংশপ্তক সেনাগণ॥ ২১৪৩১ সেহি সেনাগণ কৃষ্ণৰ বচনে তুমিঔ জানা তাহাক। এক শৰ ধৰি লগে পাঞ্চভাই ঝাণ্টে উঠা যুক্তিবাক লৱস্তে গোটেক পৰিবাৰ ঠাই মোৰ বোল ধৰা গাম্ভীৱত দিলা গুণ। একৈক বীৰক জানিব! নিশ্চয় মন্ত্ৰক উচ্চৰি ক্ষেপিলা বীৰ অৰ্জ্জুন॥ ২১৪৩২ জোৰন্তে শতেক চতুৰ্ভুজ সেনা নিলা কাৰ্য্য বুজি যাহান্তে সহস্ৰ বাণ। বাৰিষা কালৰ মুহি আন জন ব্যাপিলেক থানে থান॥ কুহুৰি আন্ধাৰে ১৪১ উঠিলা অৰ্জ্জুনে অৰ্জ্জুনৰ শৰঘাৱে। কৃষ্ণে ডাকে বহু লেখা জোখা নাই। হুয়া চেনা বেনা শৰ দিলা গাৱে গাৱে॥ ২১৪৩৩ প্ৰচণ্ড মেঘৰ প্ৰত্যেকে ৰাখিল৷ শব্দ যেন বতাসে। অৰ্জ্জুনৰ চতুষ্পাশে॥ নদনিয় আৰ খনো আকাশত খনো পৃথিৱীক যাই।