পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

SREO দুই চৰণৰ আগে পৰি দুই শৰ। সত্বৰে পশিল যাই তুণে অৰ্জ্জুনৰ॥ আৰু শৰে পাতালপুৰত প্ৰবেশিলা। জলে স্নানি আকাশত মণ্ডলী কৰিলা॥ ২১৪১৪ পুনৰ্ব্বাৰ প্ৰবেশিলা অৰ্জ্জুনৰ তূণে। সাধু সাধু প্ৰশংসা কৰিল৷ ভীষ্ম-দ্ৰোণে॥ আৰু পৰে কৰিলন্ত গুৰু নমস্কাৰ। ইষ্টদেৱ কৃষ্ণক নমিলা বাৰম্বাৰ॥ ২১৪১৫ ব্ৰাহ্মণ ক্ষত্ৰিয় বৃদ্ধ বৃদ্ধ বীগণ। চাৰি বাৰে সবাহাকে কৰিলা সন্মান!! পাচে কুসৈন্যৰ উপৰে ফুৰি ফুৰি। অৰ্জ্জুনৰ তূণত পশিলা শীঘ্ৰ কৰি॥ ২১৪১৬ এতহস্তে অস্তগত ৰবি অপ্ৰমাণু। দুয়ে৷ সেনা মাজত ৰাখিল৷ ৰথখান॥ গোবিন্দে বোলন্ত গাঙ্গেয়ৰ মুখ চাই। শুনা মোৰ বচন মহন্ত আজুৱাই॥ ২১৪১৭ মহাভাৰতৰ যুদ্ধ ভৈল৷ আৰম্ভণ। যুদ্ধযজ্ঞ ক্ষত্ৰিয়ৰ বাঞ্ছিত মৰণ॥ ৰাত্ৰি অৱসানে সবে হৈব৷ একথান। তুমি সবে অৰ্জ্জুনৰ সমৰ প্ৰধান॥ ২১৪১৮ ভীষ্ম বোলে সাথ ক বুলিলা নাৰায়ণ। যুদ্ধ বিনে ক্ষত্ৰিয়ৰ নিষ্ফল জীৱন। প্ৰভাতৰেপৰা যুদ্ধ প্ৰবৰ্ত্তাইবা হৰি। বঞ্চিয়ো ৰজনী সবে যায়ে৷ ঘৰাঘৰি॥ ২১৪১৯ অৰ্জ্জুনে বোলন্ত মোৰ এহি অভিমত। ৰজনী প্ৰভাতে যুদ্ধ জয়তি ভাৰত। দেখাদেখি হয়৷ সবে যায়ো ঘৰাঘৰি। প্ৰথম দিনাৰ যুদ্ধ সমাপত কৰি। ২১৪২০ জয় নমো নাৰায়ণ দৈৱকী নন্দন। মহাভাৰত ব্ৰহ্মা হবে সেৱে যাৰ অৰুণ চৰণ॥ ভূমিভাৰ হৰিতে মনুষ্য অৱতাৰ। সম্ভক পালিবা দুষ্ট কৰিবা সংহাৰ৷ ২১৪২১ শুনা সভাসদ-পদ মহাভাৰতৰ। প্ৰথম দিনৰ যুদ্ধ ভীষ্ম, অৰ্জ্জুনৰ॥ শ্ৰৱণে মুকুতি পদ পাপ বিমোচন। যমপুৰে বঞ্চি কৰা বৈকুণ্ঠে গমন॥ ২১৪২২ নাহিকে কলিত গতি বিনে ৰাম নাম। অভীষ্ট পূৰ্ণ হৌক বোল৷ ৰাম ৰাম॥ দ্বিতীয় দিনৰ যুদ্ধলৈ প্ৰস্তুত ঋষিয়ে বেলিস্ত দ্বিতীয় দিনৰ কথা! প্ৰভাত সময় আজি অৰ্জ্জুনৰ ৰাজাক বোলন্ত তথা॥ প্ৰথমতে ৰণ নিবাৰিবে কোন জনে। দুৰ্য্যোধন ৰায় সংশপ্তকগণ বিচাৰি নপাওঁ মনে॥ ২১৪২৩ আগবাঢ়ি যায় কৃষ্ণৰ সদৃশ ভীষ্মৰ্ত বিনাৱে কাজ। শুনা জন্মেজয় তাসম্বাৰ লগে গঙ্গৰি তনয় তোমাসাত কিবা বাজ॥ হেন কথা শুনি সংশপ্তক দেন! দাণ সমৰ ভীষ্মক উপেক্ষি সমৰত বীৰ কৰ্ম্মা। দিবে কোনজন হুয়া অধিপতি যুক্তিবে বীৰ অপৰ্ম্মা॥ ২১৪২৪ লৰিলা শৰ্ম্মা লই। পাচত পৰিলা ধৰ্ম্ম নৃপতিক সমৰে দাৰুণ বীৰ ঢাক ঢোলে লাপ বলে আসবিশ প্ৰবেশ ভৈলন্ত গই সমৰ ভূষিত ভীষ্মক আগত কৰি। নালা দুৰ্য্যোধন আগ কৰি যাস্ত ধনঞ্জয় দেব হবি। ২১৪২৫ ৰৈ আন্দোলে |