পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব কাহাত খুজিবো কোনে দিবে অন্নপান। চলিবাক নোৱাৰম্ভ দক্ষিণ দুখত। কৈক লাগি যাইবোহো থাকিবে! কোন স্থান॥ '২৯ বন এৰি থাকে৷ গৈয়া জনৰ মধ্যত॥ ১৮৮৩৭ দ্বিজগণ গৈল ধৃতৰাষ্ট্ৰৰ সমীপ। I ৰাজাৰ বচনে ধনঞ্জয় মহাবলী। সবাহাস্কো পুষিলন্ত ধৃতৰাষ্ট্ৰ নৃপ॥ সেৱকিনী ভৃত্যগণ ধৌম্য পুৰোহিত। দ্ৰুপদৰাজাৰ নগৰত ভৈলা থিত॥ ১৮৮৩ ইন্দ্ৰসেন প্ৰতিমুখ্যে কুৰিখান ৰথ। শোকে দুখে চলি গৈল কৃষ্ণৰ ৰাজ্যত॥ সবে বোলে পাণ্ডুপুত্ৰে এৰিলে আমাক। কিনো বিপৰ্যয় শোক দিল। আমাসাক॥ ১৮৮৩১ বিৰাট নগৰত অজ্ঞাতবাস অনন্তৰে পাঞ্চে৷ ভাই যমুনাতীত। কৃষ্ণবৰ্ণ কৰচ পিন্ধিল৷ শৰীৰত॥ শৰ ভৰি তুণ লৈলা পিঠিৰ উপৰে। ডাবৰ খড়্গ ধনু লৈলা বাম কৰে॥ ১৮৮৩২ খুন যে মলিন বস্ত্ৰে ঢাকি সবগাৱ। ডাঢ়ি দেখিলন্তে যেন বাঘৰ স্বভাৱ॥ পূবক সম্মুখে চলিলন্ত পাঞ্চ বীৰ। দ্ৰৌপদী সহিতে চলিলন্ত ধীৰে ধীৰ॥ ১৮৮৩৩ ১২৭৭ দ্ৰৌপদীক তেখনে বোকাত লৈলা তুলি # বন এৰি নগৰৰ সমীপক গৈলা। দ্ৰৌপদীক তহিতে বোকাৰ নমাই থৈলা॥ ৩৮ যুধিষ্ঠিৰে বোলস্ত শুনিয়ে৷ ধনঞ্জয়। I ধনু শৰ কি কৰিবো কহিয়ো নিশ্চয়॥ এহি কথাখানি লোকে মনত শঙ্কিব। যত আলোচিলে৷ মানে কিছু নিৰ্সিঞ্জিব॥ '৩৯ বিশেষত তোমাৰ গাণ্ডীৱ ধনুৰাজ। পাঞ্চোভাই চলি যাস্ত প্ৰেতৰ আকাৰ। বিৱৰ্ণ বদন পাৱন্ত অপাৰ॥ ঘামবৃষ্টি সহি হস্তী যেন চলি যাস্ত। যমুনাৰ তীৰে পুষ্কৰক চাহিলন্ত॥ ১৮৮৩৪ দশাৰ্ণৰ উপৰে দেখিলে পাঞ্চালৰ। মাজে গৈল শুক্ৰনেমি শূৰ যে সেনৰ। ব্যাধ বুলি বুলি দেশ অনেক এৰাইলা। অনন্তৰে বিৰাট ৰাজাৰ ৰাজ্য পাইলা॥ ১৮৮৩৫ দ্ৰৌপদী বোলম্ভ আজি বঞ্চিয়োক আতে। বিশ্ৰাম কৰিয়া কালি চলিবো প্ৰভাতে অল্প অল্প পথক্ষেত্ৰ দেখোহো প্ৰচুৰ। জানিলোহে৷ মৎস্য নৃপতিৰ ৰাজ্য দূৰ। ১৮৮৩৬ অৰ্জ্জুনক চাই ৰাজা বুলিলন্ত ৰাণী। বোকা কৰি দ্ৰৌপদীক ৰহিয়ো আপুনি। আক নিচিন্তা নাই তিনিলোক মাজ || ধনু দেখি তে৷মাক চিনিবে সাঙ্গেপাঙ্গে। নুগুচিবে দুখ জুনাই পৰিবে৷ বিপাঙ্গে॥ ১৮৮৪০ অৰ্জ্জুনে বেলিন্ত বাজা এৰিয়ো সংশয়। দেখিয়ে৷ শমীধ বৃক্ষ গগন লঙ্ঘয়॥ মৰ৷ গৰু মানুহ পেলাৱে সেহিথানে। শ্মশান বুলিয়৷ আক নাসৈ একে৷ জনে৷ ১৮৮৪১ উঠিতে নপাৰে কেহো বৰ বৰ ডাল। । ডালৰ তলত নিতিতয় একে৷ কাল॥ এহি শুনি গৈলা সবে শমীধৰ তল। গাৱৰ কাঢ়িলা সবে আয়ুধ সকল ১৮৮৪২ গুণ কাঢ়ি পাঞ্চে৷ ধনু এৰি একখান। পাঞ্চগোটা তূণ পূৰি আছৈ দিব্যৰাণ। পাঞ্চখান খাও৷ থৈলা ভাবে সমন্বিতে। অস্ত্ৰ শস্ত্ৰ থৈলা মানে তাহাৰ মাজতে॥ ১৮৮৪৩ গোচৰ্ম্মে বান্ধিয়া তাক ঢাকি আৱৰিল। নকুলে প্ৰৱন্ধ কৰি বৃক্ষত উঠিল। দৃঢ় কৰি বান্ধিলন্ত ডালৰ কোটৰে। | বৃষ্টিত নিতিতৈ হেন থৈল৷ আড়ম্বৰে। ১৮৮৪৪ মৃতকৰ শৱ বুলি ডালে বান্ধি থৈলা। বৃক্ষৰ নামিয়া শ্মশানৰ বাজ ভৈলা গৰু ৰখা ছাগ ৰখা যাক লাগ পাস্ত।

শোকে দুখে সবাহান্তে কহি কহি যাস্ত॥ '৪৫