পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সেহি সময়ত ভীষ্ম ৰাজ৷ দুৰ্য্যোধন। কৃপ কৃতবৰ্মা অশ্বত্থামা দুঃশাসন কৰ্ণ গুৰু দ্ৰোণ শল্য ৰাজা ভগদত্ত। ভূৰিশ্ৰৱা অলঘুষ ৰাজা জন্মথ॥ ২১৩৪৭ বৃহৎসেন শ্ৰুতায়ুধ মাগধ সাক্ষাৰ। কলিঙ্গ কাম্বোজ যে স্থল অধিকাৰ | বিন্দ অনুবিন্দ দক্ষিণ অনুশাহ! যুধামন্যু উত্তমেজা বিকৰ্ণ বিশাল॥ ২১৩৪৮ এসম্বাক মুখ্য কৰি বীৰগণ লৈয়া। ভীষ্ম সেনাপতি বণভূমি পাইলা গৈয়া॥ হয়ো সেনা মধ্যত ভীষ্মৰ নাহি সম। তেখনে কৰিলা সবে যুদ্ধৰ নিয়ম॥ ২১৩৪৯ কৃষ্ণ অৰ্জ্জনক দেখি যুদ্ধ সম্মুখত। সৈন্যৰ মাজত ভীষ্মে ৰখাইলেক ৰথ ধৃতৰাষ্ট্ৰ ৰাজা পাচে পুছে সঞ্জয়ত। কুৰু পাণ্ডৱৰ যুদ্ধ কহা কেনমত॥ ২১৩৫০ ভীষ্ম ধনঞ্জয় যেৱে ভৈলা একতৰ। কহা পাচে কি কৰিল! চুয়ে৷ বীৰবৰ # সঞ্জয় বোলন্ত ৰাজ! শুন! বঙ্গমনে। যুদ্ধৰ উৎসৱ আৱে শুনা থানে থানে॥ ২১৩৫১ একেবাৰে কৌৰৱে কৰিল৷ শঙ্খধ্বনি। কাহাৰো মাতক কেৰে থিতাতে মুগুনি মত হস্তীগণে চিহ্নৰিল৷ একেবাৰে। ঘোৰাসবে নাদয় কৰ্ণত তাল মাৰে। ২১৩৫২ বীৰ ঢাক মঙ্গল তৱল জাপ ঢোল। গগন মণ্ডল ঢাকি পাইলা স্বৰ্গ কোল॥ পাওৱৰ শঙ্খধ্বনি শুন৷ আতপৰে। পাঞ্চজন্য শঙ্খ ফুলিও পায়োদৰে॥ ২১৩৫৩ দেৱদত্ত শঙ্খক কুঙ্কিল! ধনঞ্জয়। যুধিষ্ঠিষে বাইলা শঙ্খ অনন্তবিজয় | পৌঁঙ ক শঙ্খক বৃকোদৰে কৈলা ধ্বনি। নকুলে বজাইল৷ শঙ্খ যাৰ নাম মণি॥ ২১৩৫৪ পুষ্পঙ্ক শঙ্খক সহদেৱে বজ্ৰাইলন্ত। পাতাৰি বজাইলা শঙ্খ শ অত্যন্ত। Aid আনো ৰাজাগণে গাৱে গাৱে ৰজাইনে। স্বৰ্গ মৰ্ত্য পাতাল শৰদে পূৰিলেৰ॥ ২১৩৫৫ পাচে দুয়ো দলে ফাংস পৰি জীশ গৈলা। শুনা আতপৰে ৰাজা যেন কথা তৈল! | মহাভাৰতৰ যুদ্ধ চাহিবাক মনে। গগন জুৰিয়া ৰহিলেক দেৱগণে॥ ২১৩৫৬ শচী সমে পুৰন্দৰ ঐৰাৱতে চড়ি। জয়ন্ত কুমাৰ সমে বৈদ্য ধন্বন্তৰি॥ ৰবি শশী বৈশ্বানৰ সঞ্জমণিপতি। নৈঋতি বৰুণ বায়ু আৰু ধনপতি॥ ২১৩৫৭ অষ্টবহু বিভাবস্থ অশ্বিনী কুমাৰে। অপেম্বৰা গন্ধৰ্ব্ব কিন্নৰ উপসাৰে॥ নক্ষত্ৰ মঙ্গল কুজ শুক্ৰ বৃহস্পতি। শনৈশ্চৰ সপ্তঋষি আস্তিক অগস্তি॥ ২১৩৫৮ বৃষপৰ্ব্বা বৈকুণ্ঠ ৰাখন পৰাশৰ। শুন্য জৈমিনী কণ্ব কপিলকুমাৰ॥ ভাগাৰি ভাৰ্গৱ ভৃগু অসিত গৌতম। মধুচন্দ্ৰ বিশ্বামিত্ৰ কাৰু নৰোত্তম॥ ২১৩৫৯ বীতিহোত্ৰ বেদনিধি অগ্নিদত্ত যদি। মাৰ্কণ্ডেয় মাৰ্কও উতঙ্গ পশুপতি। বৃষকেতু বৈশম্পায়ন খাম সনাতন। উৰ্ধ্ব উমানন্দ গৰ্গ সাধ্য কাত্যায়ন॥ ২১৩A পঞ্চৰাম বশিষ্ঠ অৰুপি অথবন। পৈল্য মধুকৈল বামদেৱ যে চ্যবন সম্বৰ্ডক বিভাঞ্জক বীৰ ভা। বিহঙ্গম কদম কুমাৰু কুলা॥ ২১৩৬১ বনপাল পিম্পল নমুচি বাল ঔপনস অলিৰ৷ শতকতু কপিবাজ | সৌভৰি সৌনক গুৰু হুনন্দ নন্দন। ধৌম্য যে দেৱল ব্ৰহ্মা এসস্থাক মুখ্য কৰি যদি মহাভাৰতৰ যুদ্ধ দেখিয়ে সাক্ষা | দেৱ ঋষি ৰাজ বিজ । । সিদ্ধ মুনি বিস্তাধ | ১৯২