পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৮৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোহোৰ বিৰোধী সবে যাওক অধোগতি নমো নাৰায়ণ ভৰ্কতবৎসল দেখ। কৰা কৃপা হৰি কোঁৰয় কুবুদ্ধি বিধিনি খণ্ডন দপ্তৱতে পৰি কৰো লক্ষ কোটি সেৱ॥ ২১৩৩২ ছাড়েকি আপদ শুনা সভাসদ ভীষ্মপৰ্ব্ব কথা সাব। কহে অনিৰুদ্ধ চিত্ত হৌক শুদ্ধ ৰাম বোলা বাৰে বাৰ॥ ২১৩৩৩ প্ৰথম দিনৰ সমৰৰ আয়োজন বৰিয়ে যোগ্য কথা শুনা নৰেশ্বৰ। প্ৰস্তুত কাহিনী কছো ভাৰত যুদ্ধৰ R ৰজনী প্ৰভাত ভৈল ৰজনী প্ৰসন্ন। বজাৰে নিসান পাওৱৰ সেনাগণ॥ স্নান পান কৰিলন্ত বিধি ব্যৱহাৰ। ধৰিলা যোগান সবে বাজাৰ দুৱাৰ॥ ২১৩৩৪ যুধিষ্ঠিৰে স্নান দান কৰি বিধিমতে। দেৱগুৰু পিতৃক নমিলা দণ্ডৱতে॥ ইষ্টদেৱ কৃষ্ণৰ চৰণে কৰি নতি। ব্ৰাহ্মণক ব্ৰহ্মভোজ কৰাইলা নৃপতি॥ ২১৩৩৫ সুৱৰ্ণ ৰজত তুমি দাস দাসীগণ। সমস্তে ৰিদ্ৰক ৰাজা কৰিলা সন্মান॥ বাটে বাটে চৌপস্থাত পঙ্গুলি পঙ্গুলি। হুমঙ্গলি কাগশে পাথৰ উকলি॥ ২১৩৩৬ সিন্দুৰৰ আলিগণ সিন্দুৰে মণ্ডিত। সুবৰ্ণৰ ঘট গচা মাণিকে মণ্ডিত॥ আৰিলা পতাকা চিৰলে বিশেষ। তোৰণ পৰিয়া আছে চামৰে অশেষ॥ ২১৩৩৭ পঞ্চম শৰথে খাঙ্গেন ঘোষ। ব্ৰাহ্মণৰ ফাকুনি শু দাহিনে ব্ৰাহ্মণ বামে পতিব্ৰতা নাৰী। হুমঙ্গল গাৱে সবে হুয়া শাৰী শাৰী। ২১৩৩৮ সুত যে মাগধ বন্দি তাল যন্ত্ৰ ধৰি। চাটুকাৰে চাটু কৰে দেশী দেশান্তৰী॥ দৈৱজ্ঞে জনাৱে যাত্ৰা শুমঙ্গল চাই। 1982 কৃষ্ণ সমে আইলা নৃপতিৰ চাৰি ভাই। ২১৩৩৯ একাসনে বসিলা অৰ্জ্জুন দামোদৰ। সম্মুখে বসিলা সহদেৱ বৃকোদৰ॥ একভিতে সাত্যকি বিৰাট ধৃষ্টদ্যুম্ন। ঘটোতকৰচ হিড়িম্বাত উতপন্ন॥ ২১৩৪০ চেকিতান শিখণ্ডী উৎকল যুধিষ্ঠিৰ। সহদেৱ নকুল দ্ৰুপদ কাশী বীৰ। ভীমসেন পতি বিৰঞ্চিৰ অভিমন্যু। সুধম্বা সুৰ্থ তাম্ৰধ্বজ শতধনু || ২১৩৪১ এসম্বাক মুখ্য কৰি অতিৰথী বীৰ। ৰাজাৰ সম্মুখে আসনত ভৈলা থিৰ॥ মক্কাৰৰ্থী অৰ্দ্ধৰৰ্থী বীৰ থাচি বাচি। কৃষ্ণে সমে ৰথত উঠিল৷ সব্যসাচী॥ ২১৩৪২ ধৰ্ম্মৰাজে বিজয় মাহিন্দ্ৰ যাত্ৰা পায়। অভিজিত মুহূৰ্ত্তক দৈৱজ্ঞে জনায়। যমদণ্ড নক্ষত্ৰ মিলিলা যেতিক্ষণে। ৰথত চড়িলা ৰাজ৷ ধৰ্ম্মৰ নন্দনে। ২১৩৪৩ দক্ষিণত বৃকোদৰ বামে সহদেৱ। সম্মুখে লৰিল৷ ধনঞ্জয় বাহুদেৱ। পাচত নকুল ৰাজাগণ পটোৱাৰে। জয় জয় শব্দ ঘুষিলা বাৰম্বাৰে॥ ২১৩৪৪ যেন পুৰন্দৰ চলে দেৱগণ বেঢ়ি। ত্ৰিপুৰ দহিবে যেন ঋদ্ৰ যায় লৰি॥ গগন ঢাকিয়া দেৱে চাহে একদৃষ্টি। পাণ্ডৱৰ শিৰত কৰেিল। পুষ্পবৃষ্টি॥ ২১৩৪৫ জুন্দুভি বজায়া ঘুৰিলেক জয় জন্ম। বৰ্ণভূমি প্ৰবেশিকা কৃষ্ণ ফুৰি ফুৰি চাইনা বাঁ মধ্যত ৰাখিলা খোৱা হবি। । ২১০৪৬