পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

888 দ্ৰৌপদী বোলস্ত বাণী কুৰুক্ষেত্ৰে ভৈলা একথাম। পুনৰাগমন নাই পাণ্ডৱৰ পাঞ্চ ভাই কেৱলে ৰহিব মাত্ৰ প্ৰাণ॥ ২১৩২২ দ্ৰৌপদী বোলন্ত যত ভীষে দেখে সপোনত 3 | দেৱৰ সম্মত নিসৰ্জ্জন ভৈল ৰাতি চেতন লভিলা বৃকোদৰ। ২১৩২৩ দেখন্ত দ্ৰৌপদী আছে লৰিল৷ ৰাজাৰ কাছে জানু শিষে ভীমে দিলা জান। শুনা দল। ধৰ্ম্মৰাজ দ্ৰৌপদীত সবে কাজ সমাধিতে লভিলো প্ৰমাণ॥ ২১৩২৪ সঁপোনৰ সমাচাৰ শুনা কহে৷ সাৰেসাৰ শুনি মই গৈলো যাই ভৈলা পুনু ভাৰতৰ দিব্য শ্বেত আসনত চুয়ো ঘৰে বুদ্ধ মানি তথাতে দ্ৰৌপদী উপসন্ন॥ ২১৩২৫ বেঢ়ি গান কৈলা যত মহামায়া ভগৱতী সৰে কৰে মাতামাতি দেৱে কৰে পুষ্প বৰিষণ। Blanda kandy দ্ৰুপদনন্দিনী এহি বুলি পৰশে চৰণ॥ ২১৩২৬ ৰণ। দেৱদেৱী এক ঠাই এহেস্তে পাবৰ্তী দ্ৰৌপদী মন্দিৰত পঞ্চ পাণ্ডৱৰ প্ৰবেশ ভুলড়ী ঋঋষিয়ে বোলয় কাত্যায়ণী যশৱৰ্তী জানিবা আৰু নিশ্চয়। ছবিতে পৰিল। দেৱৰ জননী নাহিকে কিছু সংশয় সাদৰিবে৷ মাতি শুনা জন্মেজয় ইটো কথা মনোহৰ। ভীম ৰুধিষ্ঠিৰ ধনঞ্জৰ মোদৰ॥ ২১৩২৭ সে দ্ৰৌপদীৰ মন্দিৰক। সাদৰে মাতত্ত মহাবীৰ অৰ্জ্জনক॥ সতীৰ মহিমা শুনিয়ে৷ অন্ত নপায়। একৈক সভীৰ বস্ত্ৰ অলঙ্কাৰ নাৰীয়ে৷ সমান হুই। ২১৩২৮ ধৰ্ম্ম বৃকোদৰ ধৰ্ম্ম দিয়া মন দিবে৷ দ্ৰৌপদীৰ আগে। সবহি ভেষ্টিৰ লাগে॥ ভীমেয়ো দিলন্ত নৃপতি বোলম্ভ দিলন্ত অমুল্য বাচি। দ্ৰৌপদী সহিত কৈশে কোনে সীমা কৌৰৱ ৰাজাৰ সহদেৱ সব্যসাচী॥ ২১৩২৯ সিটো অপযশ দেখি ভগন্নয় ভাৰত যুদ্ধৰ শত সহস্ৰেক তোমাত সৰে বিদিত। দ্ৰৌপদী তোমাত পাওৱৰ জয় পুষ্প উপহাৰ নাহি মোৰ পৃথিৱীত॥ তেৰেসে যশকা দ্ৰৌপদী বেলিস্ত নকুল সহদে নজানোহো জাম সমস্তে দ্ৰৌপদী জানে। কৰিঝেক জয় বসন ভূষণ নকুল মহন্ত দ্ৰৌপদীৰ বিদ্যমানে॥ ২১৩৩০ পাওৱৰ নিগতি 1 শুনা ভগৱন্ত হিত আসৰিস যত অপকাৰ তোমাৰ চষণ বিনে। গুচাবো কুযশ পছে। ফৌৰৱৰ ক্ষয় | সেৱা কৰো ৰাত্ৰি দিনে ২০১