পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

2882 আমি তাক জানিলোছো গোপ্য আলোচন। শুনিলেসে শান্ত হয়ে আমাসাৰ মন। ২১২৮৮ উঠি আসা সেনাপতি মহস্তুতে সাৰ। কৃষ্ণে যি কহিল৷ তাক কৰিয়ে৷ প্ৰচাৰ। আসা আস৷ বুলি ৰাজা দিল। হাত বাৱ। যেনে তেনে অশ্বত্থামা চালিলন্ত গাৱ॥ ২১২৮৯ আগক নবাঢ়ে ভৰি গাৱ নোহে থিৰ। দেখি মহা মমদুখ ফুৰু নৃপতিৰ॥ শীঘ্ৰে আসি কহ বোলে দুৰ্য্যোধন ৰায়। ঠনগণ ব্ৰাহ্মণ কাহাত গহ পাই। ২১২৯০ ভয় হুয়৷ ব্ৰাহ্মণেয়ে৷ গুণে মনে মনে। কদাচিতো ভাল নেদেখিবে দুৰ্যোধনে॥ আজি মোৰ কুক্ষণে ৰজনী পৰণে। নাৰাখিলো হস্তে মই কৃষ্ণৰ আদেশ॥ ২১২৯১ তেৱে কি আপদে পাই নজানিলো মই। শুধাহাতে মোক কি কৰিবে ধনঞ্জয় | যাক খুজিবাক লাগে হাততে লভিলো। তথাপিতো মাধৱৰ চেষ্টা নুবুজিলো॥ ২১২৯২ থিয় হৈয়া অশ্বত্থামা নোতোলও মাথ। গলাগোপ লাগি গৈল কুৰু সমাজত সম্বোধিয়া দ্ৰৌণীক মাতয় দুৰ্য্যোধন। ওবা অশ্বত্থামা মোৰ ভিৰ্তি কৰা মন॥ ২১২৯৩ আন কথা আলজাল তাক নাহি মন। কৰ্ণে মুখ দিয়া কি কহিলা নাৰায়ণ॥ তাহাকে কহিয়ো সবে পৰিহৰা মান। প্ৰিয়তম নাহি মোৰ তাহাৰ সমান৷ ২১২৯৪ স্বৰূপত তুমি মোৰ ভিন্ন পৰ নাই। কৃষ্ণ-ধনঞ্জয় কাৰ উৰুৱাইবে ছাই। এহি বুলি নৃপতি কৰিলা নিশৱদ। কাংস পৰি জীণ গৈল ৰাজ সভাসদ। ২১২৯৫ কতো বেলি সেনাপতি দিলেক উত্তৰ। কোন বা প্ৰস্তুত কৈয়ো সভাৰ ভিতৰ। নৃপতি মাতন্ত কিছু মন কষ্ট কৰি। প্ৰস্তুত কহিয়ো প্ৰস্তুত পৰিহৰি। ২১২৯৬ ৰাজাৰ বচনে ৰাতিলন্ত আপবাড়ি। কৃষ্ণে যি বুলিলা তাক কহিয়ো প্ৰচাৰি। ধানত তণ্ডুল আছে পভানত নাই। ইহাকেসে কহে মোত জুনাই জুনাই॥ ২১২৯৭ প্ৰস্তুত কহিলে৷ কথা কৃষ্ণৰ মুখৰ। অক্সেসে প্ৰাণীৰ এহি সমস্তে সংসাৰ ধান্যত তণ্ডুল পতানত কিবা হয়। স্বৰূপ কৰিয়া মোত কহিয়ো নিৰ্ণয়॥ ২১২৯৮ কৰ্ণে জপি কহিলন্ত চাপৰি জুনাই। এহি অপ্ৰস্তুত বিনে আন কথা নাই॥ হেন শুনি কোপ কৰি মাতে নৃপবৰ। আকেসে কহিবে আসিলেক দামোদৰ। ১৯৯ নযাওঁ সঞ্জাত মই ইসব কথাত। কৃষ্ণে কহিবাৰ কথা কহিয়ো আমাত। ধানত তণ্ডুল হোৱে সমস্তে জানয়। আক কি কহিৰো ৰাজা সমস্তে জানয়॥ ২১৩০০ যেৱে তই ব্ৰাহ্মণ ৰহিধি ভালে ভালে। কৃষ্ণৰ ৰহুদস্য মোত কহিয়ো সকলে অশ্বত্থাম৷ বোলে মোত কিছু দোষ নাই। আকে কহি সত্বৰে উঠিল৷ যদুৰায় # ২১৩০১ শুনি কৰ্ণ নৃপতিৰ নপশে কণিত। বোলে ওৰা ব্ৰাহ্মণ বুজিলো তোৰ মত নিষ্টে জানো তই পাণ্ডৱৰ খাইলি ভাষি। তাকে ৰাজ্য জোকাৰিয়ে৷ আমাসাক মাৰি।৩০২ তেসম্বে সহিতে তই গুৈলি একতৰ। নিলাজ ব্ৰাহ্মণ তোৰ মোক মাহি যুদ্ধক নপাৰি ধনঞ্জয় মহাবীৰ। সমৰ উপেক্ষি পঠাইলেক ঘুমিষ্টিৰঃ ২১৩০৩ শুনিলেক চিৰন্ধীয় ভৈল সেনাপতি। আগবাঢ়ি তোক কৰিে তোৰ কটকৰ সৰে মিশিবেৰ মান। পাণ্ডৱৰ মিত্ৰতাক মৰৰে শ্বাস ভিলৰ কুপৰ ভোজনীয়।