পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুনা দামোদৰ নুবুজো তযু আশয়। কিবা প্ৰয়োজনে নাৰায়ণ-ধনঞ্জয় বনক খেদিলো যুদ্ধক কৰিলে৷ সাঞ্জ। অসময় বেল! কিসক আসিল! কি কহিলা ধৰ্ম্মৰাঞ্জ॥ ২১২৫৯ বিলম্ব নকৰ কহা দামোদৰ শুনি নাৰায়ণ যি কাজে আসিছা দুই শুনা নৰবন্ধ বঙ্কুবংশধৰ আইলা দুয়ো জনে ॥ আতি আনন্দিত হুই॥ কহিবো সকল যি বুলিলা ধৰ্ম্মৰায়। ৰাজ্যক নেদিলো নমো সদাশিব শুনা কুবল বঢা-টুটা কিছু নাই॥ ২১২৬০ জগতৰ জীৱ অভয় চৰণে হুৰাস্থৰে কৰে সেৱ। দ্বিজ অনিৰুদ্ধ নিস্তাৰিয়ো কৃষ্ণদেৱ॥ সমাজিক লোক বুলিলা বচন নলৈলো হৰিৰ নাম। P ফুৰুবংশধৰ শৰণে পশিলো মতিত অবোধ নছাড়িবা মোক ডাকি বোলা ৰাম ৰাম ২১২৬১ অৰ্জুনৰ দুৰ্য্যোধনৰ লগত আলোচনা আৰু অশ্বত্থামাৰ ঠাইত ভীষ্মক-সেনাপতি বৰণ মাধৱে বেলিন্ত ৰাজা শুনা দুৰ্য্যোধন। যুধিষ্ঠিৰে আমাক পঠাইল৷ যি কাৰণ॥ বোলে মোৰ পাশা খেলি লৈলা ৰাজ্যভাৰ। বাকলি যখন ফল-ফুলেন্সে আহাৰ॥ ২১২৬২ বনে বনে ফুৰিলো দণ্ডেক যুগ যায়। সুখে ৰাজ্য ভোগ কৰে দুৰ্য্যোধন ৰায়॥ তথাপি খুজিলো ৰাজ্য নেদিলা দুনাই। সবাকে জনাইলে৷ এৱে মোৰ দোষ নাই॥ ৬৩ এভে৷ যদি যুদ্ধ এখি দেই ৰাজ্যভাৰ। তেসম্বে আমাৰ তেভো আমিয়ো তাহাৰ॥ সি কাৰণে বোলে৷ জ্ঞাতিগণ ৰক্ষা কৰি। দুয়ে৷ ঘৰ ৰহোক কন্দল পৰিহৰি॥ ২১২৬৪ এহি বুলি মাধৱে চাহিল। দক্ষিণক। দ্ৰৌণীক সম্বোধি মাতে আসা ইথানক॥ যুধিষ্ঠিৰে যি কহিল৷ তোমাত গোচৰে। মন কৰি শুনা তাক মোহোৰ ওচৰে। ২১২৬৫ সাদৰে উঠিলা কৃষ্ণে ধৰিলম্ভ কৰে। কিছু কিছু কৰি গৈলা কৃষ্ণৰ ওচৰে॥ নাৰায়ণে মাতস্ত নগৈলে ভাল নাই। অশ্বত্থামা ত্বৰিতে উঠিল৷ গিৰিসাই। ২১২৬৬ আসা আসা সেনাপতি মোক্ষ কৌৰৱৰ। তোমাতেসে আসকতি পাঞ্চ পাণ্ডৱৰ॥ তুমি যাৰ সহায় আপুনি চিৰঞ্জীৱ। কাহাৰ শত্ৰুতি সমৰত হৈব থিৱ॥ ২১২৬৭ সাৰ্থক জন্মিলা বিপ্ৰকুলে উতপতি। মহাভাৰতৰ যুদ্ধে ভৈলা সেনাপতি॥ দুৰ্য্যোধন ৰাজায়ো সাৰ্থক বুলিলস্ত। তুমি হেন সেনাপতি মহিমা অত্যন্ত। ২১২৬৮ তুষ্ট ভৈলে৷ তোমাক প্ৰত্যেকে লাগ পাই। কৰ্ণে মুখ দিয়া হৰি ধৰিলা জপাই। গোপ্য কৰি পেলো তোক দ্ৰোণৰ তনয়। ধানত তণ্ডুল হৰে সমস্তে জানয়॥ ২১২৬৯ পতানত কিবা হোৱে কহা নিষ্ট কৰি। অম্ল বিনে প্ৰাণীৰ জীৱন যায় মৰি। অন্নেসে দেহীৰ সাধ্য ব্ৰহ্ম সনাতন। অন্ন বিনে দেহীৰ নৰহে নিৰঞ্জন॥ ২১২৭০ ধৰ্ম্ম কৰ্ম্ম বিহীন নৰহে সদাচাৰ। যত প্ৰাণী আছে হবে অয়েসে সাহাৰ |