পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তোৰা দুই জন নৰ-নাৰায়ণ যুধিষ্ঠিৰ ৰায় কুৰুক্ষেত্ৰে ভৈলা থিৰ॥ ২১২৫০ এথা আগমন সাক্ষাতে ব্ৰহ্ম শৰীৰ। তোমাসৰি হস্তে কিবা প্ৰয়োজন সজ্বৰে জানিবে চাওঁ। ৰাজ-সমাজত এক্ষণে জনাইবে যাওঁ॥ বোলে নাৰায়ণ যুধিষ্ঠিৰ ৰাজ৷ আন প্ৰয়োজন নাই। শীঘ্ৰে দিয়ো জান জনাইবে৷ ৰাজাৰ ঠাই॥ ২১২৫১ নাহি অপ্ৰমাণ কেৱলে বসন অস্ত্ৰ শস্ত্ৰ পৰিহৰি। নকৰা বিলম্ব শুনি দ্বাৰপাল ৰাজ আজ্ঞা শিৰে ধৰি। ৰাজ-সমাজত সকলে বৃত্তান্ত কাল অতিক্ৰমি যায়। ৰাজাৰ দুৱৰী শুনা দ্বাৰীগণ যি কথা কহিছে আদেশ নৃপতি কৃষ্ণৰ চৰণ চাই। ২১২৫২ বিনে নাহি আন কৃষ্ণ-ধনঞ্জয় অন্যো অন্যে কৰে মেলা। অস্ত্ৰ শস্ত্ৰ নাহি তোমাৰ সভাক নাহি উপালন্ত জনাইলেক সেহি বেলা॥ ৰাজ-দুৱাৰৰ কথা। শুনি দুৰ্য্যোধন লৰিল৷ সকাল ধনঞ্জয়- বনমালী। বসি বীৰ যত শীঘ্ৰে জানু পাৰি আসিয়া আছয় নজানো কোন ব্যৱস্থা | ২১২৫৩ বসন বিনাই শুনিয়ে৷ সম্প্ৰতি চাহে আসিবাক বন্ধৰ আদেশ পালি॥ মনে ন ভীষ্ম প যুদ্ধে নোৱাৰিয়া এৰি দিব সামৰাজ॥ ২১২৫৪ সবে বীগণ সমৰ উপেক্ষি কিনে৷ সুপ্ৰভাত জানি। সুখী ভৈল লোক কহিবে সম্মত বাণী॥ দ্বাৰীক বোলয় শুনিয়৷ দুৱৰী মহাৰাজ গুণে মনে। সম্বৰে যায়োক মাতি আন এতিক্ষণে॥ ২১২ আগত মাধৱ কৃষ্ণ-অৰ্জুনৰ আগে। ভীষ্ম আদি কৰি আমাত হাৰিয়া দুৰ্য্যোধন ৰায় কৌৰৱ ৰাজাৰ আগে H সেহিবেলা দুয়ো কৰে বিজ্ঞাপন সমজ্যাত পৰবেশ। আইলা দুয়ো নথি যত ৰাজাগণে নাহি চুখ শোক উঠিলা সাদৰি হৰিষ ভৈলা অশেষ॥ ২১২৫৬ সাদৰে বঢ়াই চন্দ্ৰৰ আগত জগত মঙ্গল আসনক পাতি দিলা। অতি প্ৰীতিভাৱে গৈল৷ পুনৰ্ব্বাৰ কৃষ্ণ-ধনঞ্জয় আসিয়া পাচে বসিলা || ভকতৰ মহাধন। নিজ আসনত 3805 সবে কহিয়োক কৃষ্ণ-অৰ্জ্জুনক চাই। মধুৰ বচনেল পাচত অৰ্জ্জুন নক্ষত্ৰ প্ৰকাশে দেখিয়া তত্ত্ব পৰায় # ২১২৫৭ নমিলেক ৰাজাগণ॥ বসিয়া আসনে কৃষ্ণ-ধনঞ্জয় যত ৰাজাগণ আছে। পৰি ঠাৰে ঠাৰে চৰণ যুগল বলিয়া সমস্ত ৰাজা দুৰ্য্যোধনে কৃষ্ণকলি পাচে ২১২৫৮