পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৩৮

আজ্ঞ৷ কৰ| মহাৰাজ এতিক্ষণে যাওঁ। কুঞ্চ-সমাজৰ মাজে বিষম লগাওঁ॥

বিন! অস্ত্ৰে জিনিবে| সমস্তে বীৰচয়।

মোৰ লগে দিয়ে| প্ৰাণ-সখি ধনঞ্জয় | ২১২৩৭ সবে হস্তে চাই থাক| আমি হুয়ে| যাওঁ। সমস্তে বুঙাণ্ত আসি তোমাত বুজাওঁ॥ মোৰ বিদ্যমানে সবে পৰিহৰ| শোক।

যাহা বুলি দদ| মোক আজ্ঞ| কৰিয়োক॥ ২১২৩৮ চিন্ত| এৰি যুধিষ্ঠিৰে কুলিল| কৃষ্ণক।

তুমি ইষ্টদেৱ আমি তোমাৰ সেৱক

চাৰি ভাই সমে মই তোমাৰ কিঙ্কৰ।

যেন লাগে আপুনি কৰিয়ে| দামোদৰ॥ ২১২৩৯ কৌৰৱৰ পাশে যাইবা আমালাৰ" কাজে। কুটনাট বেঢ়ি কৰিবেক সামবাজে॥

হেন বেল| কৃষ্ণ অৰ্জ্জুনক লাগ পাই।

বেঢ়ি ধৰিবেক সবে কৰিয়া অন্যায়। ২১২৪০ তেবেতো আমাৰ সবে ব্যৰ্থ হবে কাজ। বিনাযুদ্ধে কৌৰৱে লৈবেক সামৰাজ } এতেকে কাতৰ কৰে| অভয় চৰণে।

তুমিসে আমাৰ গতি জীৱন মৰণে।॥৷ ২১২৪১ সত্বৰে আসিব| প্ৰভু মোৰ মনোৰথ।

অৰ্জ্জুমক সম্বোধি মাতিল| সন্মুখত॥

কৃষ্ণে যেন কৰন্ত তোমাৰ প্ৰিয়কাৰী।

মই সমে ভীম নকুল সহদেৱ চাৰি॥ ২১২৪২ তোহোতে ভৰস| কৰে| আন কেহে| নাই। কৃষ্ণ ধনঞ্জয় শীঘ্ৰ যায়ে| দুই তাই॥ অধব্যহুতে আসিয়োক শত্ৰগাণ জিনি। যাহান্তে পন্থত কিছু নহৌক্ল'বিঘিনি॥ ২১২৪৩ শুভক্ষণে লবিল| মাধৱ ধনঞ্জয়।

সহদেৱে মাঙ্গল্য ঘুষিল| জয় জয়॥

নমে| নমে| নাবায়ণ দীন দয়াশীল।

তুমিসে কৃপাৰ নিধি আবেসে জানিল॥ ২১২৪৪ যৌক কৃপ৷ কৰ| হৰি ধৰে| চৰণত।

ফেপে সগুছি লৈবে| চৰণৰ ধূলি যত॥

মহাভাৰত



হৰি-ভক্ত ব্ৰাহ্মণক কৰে| নমস্কাৰ। ভীষ্মপৰ্ব্ব নামে মহাভাৰত-পয়াৰ॥ ২১২৪৫ বিৰচিলে| গুৰুৰ চৰণ অনুসৰি।

প্ৰথনক আদি-দশমক অমুসবি॥ ভীষ্ম-অৰ্জ্জুনৰ যুদ্ধ কৃষ্ণৰ বিজয়।

গুনন্তে মুকুতি পদ পাপ হোৱে ক্ষয়॥৷ ২১২৪৬ গুচে যম যাতন| প্ৰসঙ্গ হোৱে চিত্ত।

সাক্ষাতে হোৱন্ত আতি স্থখ বিপৰীত॥

দ্বিজ অনিকদ্ে কহে এৰ! আন কাম।

অভীষ্ট পূৰণ হৌক বোল| ৰাম ৰাম॥ ২১২৪৭

হুধ্যোধনৰ ৰাজসভাত কৃষ্ণ-ধন[য়ৰ উপস্থিতি

কুষ্ণ অৰ্জ্জুনৰ বীৰগণ নিশৱদ।

যুধিষ্ঠিৰ ৰায় নয়ন দুই তবধ }॥

প্ৰথমে ৰাজাক প্ৰণাম কৰিয়া লৰি গৈল| নাৰায়ণ।

পাচে প্ৰদক্ষিণে নমিয্। ৰাজাক্ষ লৰিল বীৰ অৰ্জ্জন॥২১২৪৮

যেন ৰবি শশী প্ৰকাশ কৰন্ত অন্ধকাৰ দূৰ কৰি।

বলিক ছলিতে বামন চলিল! সেহিমতে যান্ত হদি য

আগবঢ়াই থৈয়া পৰ নিৰেক্ষিয় বসিল! সমাজ পাতি।

আন চিন্ত৷ নাই কৃষ্ণক ধিয়াই গৈল৷ মুই পৰ ৰাতি॥ ২১২৪৯

পয়াণ দেখিয়া

লোতক জুৰায়