১৪৩৮
আজ্ঞ৷ কৰ| মহাৰাজ এতিক্ষণে যাওঁ। কুঞ্চ-সমাজৰ মাজে বিষম লগাওঁ॥
বিন! অস্ত্ৰে জিনিবে| সমস্তে বীৰচয়।
মোৰ লগে দিয়ে| প্ৰাণ-সখি ধনঞ্জয় | ২১২৩৭ সবে হস্তে চাই থাক| আমি হুয়ে| যাওঁ। সমস্তে বুঙাণ্ত আসি তোমাত বুজাওঁ॥ মোৰ বিদ্যমানে সবে পৰিহৰ| শোক।
যাহা বুলি দদ| মোক আজ্ঞ| কৰিয়োক॥ ২১২৩৮ চিন্ত| এৰি যুধিষ্ঠিৰে কুলিল| কৃষ্ণক।
তুমি ইষ্টদেৱ আমি তোমাৰ সেৱক
চাৰি ভাই সমে মই তোমাৰ কিঙ্কৰ।
যেন লাগে আপুনি কৰিয়ে| দামোদৰ॥ ২১২৩৯ কৌৰৱৰ পাশে যাইবা আমালাৰ" কাজে। কুটনাট বেঢ়ি কৰিবেক সামবাজে॥
হেন বেল| কৃষ্ণ অৰ্জ্জুনক লাগ পাই।
বেঢ়ি ধৰিবেক সবে কৰিয়া অন্যায়। ২১২৪০ তেবেতো আমাৰ সবে ব্যৰ্থ হবে কাজ। বিনাযুদ্ধে কৌৰৱে লৈবেক সামৰাজ } এতেকে কাতৰ কৰে| অভয় চৰণে।
তুমিসে আমাৰ গতি জীৱন মৰণে।॥৷ ২১২৪১ সত্বৰে আসিব| প্ৰভু মোৰ মনোৰথ।
অৰ্জ্জুমক সম্বোধি মাতিল| সন্মুখত॥
কৃষ্ণে যেন কৰন্ত তোমাৰ প্ৰিয়কাৰী।
মই সমে ভীম নকুল সহদেৱ চাৰি॥ ২১২৪২ তোহোতে ভৰস| কৰে| আন কেহে| নাই। কৃষ্ণ ধনঞ্জয় শীঘ্ৰ যায়ে| দুই তাই॥ অধব্যহুতে আসিয়োক শত্ৰগাণ জিনি। যাহান্তে পন্থত কিছু নহৌক্ল'বিঘিনি॥ ২১২৪৩ শুভক্ষণে লবিল| মাধৱ ধনঞ্জয়।
সহদেৱে মাঙ্গল্য ঘুষিল| জয় জয়॥
নমে| নমে| নাবায়ণ দীন দয়াশীল।
তুমিসে কৃপাৰ নিধি আবেসে জানিল॥ ২১২৪৪ যৌক কৃপ৷ কৰ| হৰি ধৰে| চৰণত।
ফেপে সগুছি লৈবে| চৰণৰ ধূলি যত॥
মহাভাৰত
হৰি-ভক্ত ব্ৰাহ্মণক কৰে| নমস্কাৰ। ভীষ্মপৰ্ব্ব নামে মহাভাৰত-পয়াৰ॥ ২১২৪৫ বিৰচিলে| গুৰুৰ চৰণ অনুসৰি।
প্ৰথনক আদি-দশমক অমুসবি॥ ভীষ্ম-অৰ্জ্জুনৰ যুদ্ধ কৃষ্ণৰ বিজয়।
গুনন্তে মুকুতি পদ পাপ হোৱে ক্ষয়॥৷ ২১২৪৬ গুচে যম যাতন| প্ৰসঙ্গ হোৱে চিত্ত।
সাক্ষাতে হোৱন্ত আতি স্থখ বিপৰীত॥
দ্বিজ অনিকদ্ে কহে এৰ! আন কাম।
অভীষ্ট পূৰণ হৌক বোল| ৰাম ৰাম॥ ২১২৪৭
হুধ্যোধনৰ ৰাজসভাত কৃষ্ণ-ধন[য়ৰ উপস্থিতি
কুষ্ণ অৰ্জ্জুনৰ বীৰগণ নিশৱদ।
যুধিষ্ঠিৰ ৰায় নয়ন দুই তবধ }॥
প্ৰথমে ৰাজাক প্ৰণাম কৰিয়া লৰি গৈল| নাৰায়ণ।
পাচে প্ৰদক্ষিণে নমিয্। ৰাজাক্ষ লৰিল বীৰ অৰ্জ্জন॥২১২৪৮
যেন ৰবি শশী প্ৰকাশ কৰন্ত অন্ধকাৰ দূৰ কৰি।
বলিক ছলিতে বামন চলিল! সেহিমতে যান্ত হদি য
আগবঢ়াই থৈয়া পৰ নিৰেক্ষিয় বসিল! সমাজ পাতি।
আন চিন্ত৷ নাই কৃষ্ণক ধিয়াই গৈল৷ মুই পৰ ৰাতি॥ ২১২৪৯
পয়াণ দেখিয়া
লোতক জুৰায়