পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪২৬

তাৱত স্থবুদ্ধি দদা নুপজৈ তোমাৰ ।

যাৱে দোষ গোটক নকৰি পৰিহাৰ ॥ ২১*৬২ নিচিন| দোষক যদি চিনায়ে৷ সম্প্ৰতি । তোমাৰ ঘৰতে রয্োষ ভৈল উতপতি ॥

বৰ পুত্ৰ বুলি যাক মানি আছ সাৰ! পুত্ৰ মুহি দদ| সিটো দোষৰ ভাঙাৰ ৷৷ ২১০৬৩ ইটো কথা দদ| তুমি মনে গুণি চাৱ ।

উপজি কাঢ়িলে সিটে| গৰ্্গভৰ বাৱ ॥

কৃষ্ণত বিমুখ ইটো দুষ্বাচাৰ পাপ ।

বংশক বিনাশি ইটো কৰাইবে সম্তাপ ৷৷ ২১০৬৪ কুলৰক্ষা হেতু ইটো শৃগালক এৰি।

নিংহ সম পাণ্ডৱক আনিয়ে| সাদৰি ॥

কাকক এৰিলে দদ্| ময়ূৰক পায়।

আকে জানি পাপিষ্ঠক খেদাইবে যুৱায় ॥ '৬৫ ছু্টগণ সহিতে একত্ৰ কৰি মিলি ।

পাপিষ্ঠক খেদায়োক দেশৰ নিকালি ॥

যদি তযু স্নেহ লাগে নপাৰাহা তাক।

তেৱে অৰ্জ্জুনৰ হাতে বধাউ ইহাক ৷৷ ২১০৬৬ অৰ্জ্জুনৰ হাতত কপট হৌক ঠাই।

লঘু কৰি খেদ৷ আক দেশৰ ডকাই ॥

পাগুৱ সহিতে ৰাজ্য ভুঞ্চী মহাভাগ৷ তেৱে তুমি কৃষ্ণক হাততে পাইব৷ লাগ ॥ ২১০৬৭ অন্যথ| সহায় যদি হৱে দেৱগণ। তথাপিতে৷| যুদ্ধত সবংশে হৈব| ছন্ন ॥ বৈশল্পায়ন বদতি শুনিয়ে| জম্মেজয়।

হেন শুনি দুৰ্য্যোধন ক্ৰোধত কাম্পয় ৷ ২১০৬৮ দুই চক্ষু ক্লোধত ৰাতুল বৰ্ণ ভৈল । মহাকোপে বিদুৰক বুলিবাক লৈল ॥

সুন অৰে দুৰাচাৰ দাসীৰ সম্ভতি।

কি কাৰণে আমাক নিন্দস মন্দনতি ॥ ২১০৬৯ মোৰ ভাতে পুট ভৈলি জীৱ মোৰ আমে । আ্বামাক নিদাস তই অধ্ম দুৰ্জ্জনে ॥

কাকে বেন জীৱয় পাতৰ ভাত খায়।

মহাভাৰত |] পাসৰিলি তই আৱে আপুনাৰ জাতি। |;

আমাঠেৰ দাসীৰ গৰ্ভত উতপতি ॥ ৰাজাৰ সোদৰ বোলাই ফুব মোৰ ঘৰে। নীচে বৰ ভৈলে দেখে| ক্লাতিকে| পামৰে ৷ ’৭১ | পৰম কপটী ইটো পাগী দুৰ্জ্জনক। কোনজনে মাতি আনিলেক ভিতৰক ॥ গুন অৰে নীচ জাতি অধম প|মৰ। কৌৰৱৰ খায়| পাণ্ডৱক কৰ বৰ ॥ ২১০৭২ এহিমতে বাৰম্বাৰ নিন্দ যত যত | সেৱকৰ দোষ গুণ নধৰে| মনত }৷ কি কাৰণে নিন্দস কাহাত গহ পায়। কৈৰ কৰ্ণ দুঃশাসন কিব| আছ! চাই ॥২১০৭৩ শ্মশান সমান দেখিবাক অমঙ্গল। জাণ্ট কৰি পাপিষ্ঠক দেশৰ নিকাল ॥ প্রাণ লৈয়| যাউক দেখন্তোক সামৰাজ | গল্চ্ক| দিয়া নগৰৰ কৰ| বাজ ॥ ২১০৭৪ অধিক যে শাস্তি আৰে| ক্ষেমিলে৷ আছোক। ৷ দেখে| আক আসি আজি পাণ্ডৱে ৰাখোক ॥ খেদ খেদ বুলি কোপে কাম্পে দুধ্যোধন। গুনি কাচি উঠিলেক কৰ্ণ দুঃশাসন ॥ ২১৭৭৫ বৈশপ্পায়ন বদতি সুনিয়ে| নৰপতি। দুহটৰ গালিক শুনি বিদুৰ স্তষতি ॥ তিৰস্কাৰ শুনি আতি অসন্তোষ বৰ । ধাৰাসাৰে লোতক বহুৱে নয়নৰ ॥ ২১৭৭৬ আৰে| বোলে ঢঙ্কাই ৰুৰ নগৰ বাহিব। সুনি বিন্বৰৰ শোকে নসহে শৰীৰ ৷ দেখন্তে ঢঙ্কাইবে আলে কৰ্ণ দুঃশাসন । ঘনে ঘনে চান্ত জ্যেষ্ঠ ভ্ৰাতৃৰ বদন ॥ ২১৭৭৭ দেখিলন্ত ধৃতৰাষ্ট্ৰে নমাতন্ত তাত অধিক লাগিল আৰে| বিচাট মনত ॥ বিহুৰে বোলন্ত মোৰ বিধি সুঞ্ৰসম। ভাল ভৈল নেদেখিবে| তোৰাৰ যৰণ | ২১%৭৮ আমিসে ব্ৰামাৰ সেহ গুচাইলি মনৰ |


প্মধ্ম দুৰ্জ্জন কাকে তাতে ভক্ষি যায় ॥ ২৯০৭০ | গালি পাৰি আমাক কৰিলি কৃপা ৰৰধ