পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ARB জান দোলে কুষ্ণাকুঞি দশোলিশ। হস্তীৰ আটাসে নজানি দিশ বিদিশ॥ ২১০৩৭ তৰু তৃণ ভাঙ্গি পৃথিৱী মেলয় ফাট। সৈক্ষত্ৰ ঘোঁৰাক। মদে পঙ্ক ভৈল বাট খড়্গ দুই হাতে প্ৰজাৰ গিৰত মুখে ধৰি বাঘজৰী। সসাগৰা বহুমতী। যেন ভৰা নাও- বিজ্বলি সাক্ষাতে যেন দেখি যায় উৰি॥ ২১০৩৮ দলদোপ কৰে বোলে দেৱগণে কুৰু-সৈন্য সমে ব্ৰহ্মায়ে দেখিয়া সমুদ্ৰ মধ্যত আতি॥ নামন্তে কথাই আজিসে জানিলো পৃথিৱী তলক যায়। পাৱৰ ধূলায়ে মধ্য চয় ফৰ্ণ ফাটি যায় পথ কৰি নেই একত্ৰে মিলিলে কিমতে সহিবা আই॥ ২১০৩৯ কৌতূক কন্ত পাণ্ডৱ চলিল ৰণে। ৰাহুতে ডকাৱে অসংখ্যাত পাত্ৰ তান আগে যায় সংহৰিবে৷ নাৰায়ণে॥ হস্তীযূথ সমে J গোট তল যায় ভয়ঙ্কৰ গদা দাঙ্গি। পাণ্ডু-সৈন্য ভৰে তান' পাচে বাস শ্বেত যে চাষৰে দোলে। মন্ত্ৰীসব চলে দেখস্তে আনন্দু মিলে॥ ২১০৪০ বীৰ ৰূকোদৰ পৃথিৱীৰ ভাৰ ৰাজা যুধিষ্ঠিৰ চমু কৰি পথ ভাঙ্গি॥ মহা পৰাক্ৰমে বীৰ ধনঞ্জয় নৃপতিসহ যোগানে।. ৰথৰ আগত প্ৰকাশস্ত বি॥ ২১০৪১ এহিমতে গৈয়া কৃষ্ণৰ আদেশে কুৰুক্ষেত্ৰে যায় পাইলা। সাগৰ সঙ্কাশ সৈন্যক সবে ৰখাইলা॥ ৰাজাৰ আবাস তাৰ চাৰি পাশে অসংখ্যাত পথ জুবি। মাজত কৰিলা হস্তীশাল৷ আগ কৰি॥ ২১০৪২ অস্ত্ৰশালা পাতি তাৰ চাৰি পাশে তাৰ চাৰি পাশে কৰিল৷ গড় নিৰ্ম্মাণ। অসংখ্য কমাৰ সাক্ষাতে সাধৱ দ্বাৰী থৈলা থানে থান॥ দ্ৰৌপদী প্ৰমুখ্যে মাজা যুধিষ্ঠিৰে পশ্চিলন্ত অভ্যস্তৰ। পাঞ্চ গৃহে পাক মন্দিৰ সাব্জিয়া ৰৈল। জাহবীৰ তীৰে কৃষ্ণৰ লগত সৈঘাগণ শৈল শৰ গঢ়িবাক লৈল # ২১-৪৩ ৰাজাৰ আদেশে গঙ্গাৰ তীৰত শ গ্ৰহৰ পথ। ৰক্ষা গড় দিল৷ এক গৃহে দামোদৰ॥ Jৰাম সৰস্বতী বাজাগণ মানে মাধৱ নৰ এক লাজু হয়৷ দাৰুক সহিতে আসি। সমৰ ভূমিক ধৃষ্টদ্যুম্নে ফুৰে চাহি॥ ২১০৪৪ যত গণ পাণ্ডৱ ৰহিলা সাত্যকি ৰহিলা কৌতূক, ভৈলা মনত॥ । তিনি উদ্ধাৰিয়া গনপল ২০০৪৫