মাধৱ, হুতি দলা নহৈবা বিকল। ত্ৰিভুবনে বিজয় অৰ্জ্জন মহাবলা ২১০২৬ যাক জৰে কৌৰৱৰ ৰাত্ৰি নিদ্ৰা নাই। পৰ্ব্বত ভেদিবে পাৰে একে। শৰ যায়॥ নপাৰি গণিৰে সমুদ্ৰৰ যেন জল। নাহি সীমা সংখ্যা যত অৰ্জ্জুনৰ বল॥ ২১০২৭ বৈশম্পায়ন বদতি শুনিয়ে জন্মেয়। শুনি ৰঙ্গ ভৈলা যুধিষ্ঠিৰ মহাশয়॥ নৃপতিগণক আদেশিলা মহাবল। কৃষ্ণক্ষেত্ৰ সমৰ ভূমিক লাগি চল॥ ২১০২৮ যাত্ৰা কৰি যুধিষ্ঠিৰে ধৰিলন্ত দিশ। দেখি ৰাজাগণৰ লাগিল উসমিস | নমো নমো নাৰায়ণ নিত্য নিৰঞ্জন। ব্ৰহ্মা হবে চিন্তে যাৰ অৰণ চৰণ॥ ২১০২৯ শুনিয়োক প্ৰভু মই পাতকী দুৰ্জ্জন। তুমি সম উদ্ধাৰক নাহি ত্ৰিভুবন। এহিমানে আশা কৰি পশিলে৷ শৰণে। এৱে তযু যেনে ইচ্ছা আপুনাৰ মনে। ২১০৩০ তুমিসি পৰম দেৱ তুমি আত্মা হৰি। তুৱা চৰণক মই আছো আশা কৰি। কহে ৰাম সৰস্বতী এৰি আন কাম। নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥ ২১০৩১ পাওৱৰ যুদ্ধ-যাত্ৰ। নমো নাৰায়ণ পুৰাণ পুৰুষ হবি। তোমাৰ চৰণে নিয়োক নাথ উদ্ধাি যুধিষ্ঠিৰ ৰায় বৌম্যে অগ্নি জালি জগত কাৰণ পশিলো শৰণে যাত্ৰা লৈয়া শুভ দিনে।
দিলা হত ঢালি ৰাজাৰ জয়ক' মনে। ২১০৩২ বুধিষ্ঠিৰ ৰায় -কাকাচি চলি গৈল৷ তেতিক্ষণে গাণ্ডীৱ ধনুক মাধৱে আনিয়া পিঠিত অক্ষয় তূণ! শকটে শঙ্কটে চড়িলা বীৰ অৰ্জ্জুন। ২১০৩৩ অসংখ্য কমাৰ দ্ৰৌপদী সুভদ্ৰা ভণ্ডাৰে ভণ্ডাৰে তুলি। সমৰ ভূমিক বুলি॥ শত অসংখ্যাত যত বিপ্ৰগণ উত্তম শকটে চড়ি। প্ৰজাৰ গিৰত ফাট দেই ঘনে দাসীগণ যত চৌভিতি যায় আৱৰি॥ ২১০৩৪ তেসম্বো চলিলা অসংখ্যাত ৰাজা বধে চড়ি পাচে সমুদ্ৰৰ ঢৌৰ অৰ্জ্জুনে ধৰিল৷ যুদ্ধ চাহিবাক মনে। দুখী দেশান্তৰী ৰথ যোগাইলস্ত বতেক পদাতি অস্ত্ৰ শস্ত্ৰ লৈলা উট ঘোৰে কেহো সসৈন্যে কৰি আন্দোল। অসংখ্যাত বৈদ্য তেসম্বে চলিলা সদৃশ আস্ফাল মুগুনয় মাত বোল॥ ২১০৩৫ তেসম্বো চলিল৷ চাৰি যে অযুত মনত আনন্দ কৰি। লৰিল সূতাৰ ঘনে কুষি যে অযুত দলদোপ ভূমি বাছিলাতো বাছি ভেসম্বো চলিলা পৃথিৱী আন্দোল কৰি সহিষ বৰাহে চড়ি। চলে খৰগতি বীৰ চলি গৈলা বিশল্যকৰণী ধৰি॥ ২১০৩৬ সকল চলিলা ছয় যে অদ্ভুত হাতী। ৰথ চলি গৈলা ৰই চলি গৈলা খাতি।