অঙ্গে পানে পুষিলেজ পুত্ৰখত কৰি। বৰিষেক সুখে আছো বিৰাট নদী। ২×৯৯২ জানে নানাবিধ যুদ্ধ ধৰ্ম্মত জাতি। মোৰ মনে তাহাকে পাডিয়ো সেনাপতি। নকুল বদতি দা শুনা যুধিষ্টিৰ পৰাক্ৰমী প্ৰচণ্ড ভ্ৰুপদ মহাবীৰ॥ ২০৯৯৩ কন্যাদাতা পিতৃ হয়ে খণ্ডৰ আমাৰ। পাণ্ডু পিতৃ সম হিত হুহৃদ আপাৰ॥ শিষ্য ভৰদ্বাজৰ যে যুদ্ধত নিপুণ। মোৰ মুখে তাহান বৰ্ণাইৰে৷ কত গুণ। ২০৯৯৪ সৰ্ব্বকালে জানো গুৰু দ্ৰোণে সমে নাটে। ঘোৰ সমৰত পাইলে দুইকো দুই কাটে॥ একশত পুত্ৰ যাৰ বিপুল শকতি। মোৰ মনে তাহাঙ্কে পাতিয়ে৷ সেনাপতি॥ '৯৫ যুধিষ্ঠিৰ বদতি শুনিয়ে৷ মহাবীৰ। পৰম দপিষ্ঠ ধৃষ্টদ্যুম্বৰ শৰীৰ দ্ৰোণে বধিবাৰ হেতু জানে ত্ৰিভুবন। অগ্নিৰ কুণ্ডৰ হস্তে ভৈলা উতপন। ২০৯৯৬ যাক ভয়ে গুৰু দ্ৰোণ কম্পিত শৰীৰ। সেনাপতি হৌক ধৃষ্টদ্যুম্ব মহাবীৰ॥ ভীমে বোলে শিখণ্ডীৰ কৰা সেনাপতি। ভীষ্মক বধিবে প্ৰতি ভৈল উতপতি৷ ২০৯৯৭ যাক দেখি পিতামহে ভয় কৰে মনে। বৈদ্যক দেখিয়া যেন কালসৰ্পৰ্গণে॥ মহেশৰ বৰত শিখণ্ডী অনিৰ্ধাৰ। ভীষ্মক বধিয়া কাৰ্য্য সাধিবে আমাৰ। ২০৯৯৮ দ্ৰৌপদীৰ ভাই যে শিখণ্ডী মহামতি। মোৰ মনে তাহাঙ্ক পাতিয়ো সেনাপতি॥ যুধিষ্ঠিৰ বদতি শুনিঙ্গে নাৰায়ণ। কি কাৰণে প্ৰভু আৱে নোবোলা ৰচন॥ ২০৯৯৯ ঘোৰ ৰণে কাহাক পাতিৰো সেনাপত্তি। কোন বলৱন্ত মোস্ত কহিৰো সম্প্ৰতি। সমৰক চলি বাইকে এসে। শুভ দিবসত কাল অভিহিত কণে। ২১০ (182) বৈশম্পায়ন বদতি শুনিয়ে৷ নবেম্বৰ। শুনি শুনি আছে ৰাজাগণ নিৰঞ্জৰ। যুধিষ্ঠিৰ নৃপতিৰ বচন সাসকি অৰ্জ্জুনৰ মুখ চাই মাহি। ২০০১ মাধৱ বদতি দদা শুনিয়ো বচন। মহা বলৱন্ত দেখো তযু ৰাজাগণ। ত্ৰিভুৱনে পৰাক্ৰমী চাৰিয়ে সোদৰ। কোন ছাৰ কৌৰৱ পতঙ্গ সমসৰ || ২১০০২ একে ধনঞ্জয়ে ত্ৰিভুবন বিনাশিষ। ভীমৰ আগত কোন কৌৰৱ থাকিব। সহদেৰ নকুল যবঞ্জা দুই ভাই। যমৰ উপমা যাক পটন্তৰ নাই॥ ২১০০৩ ত্ৰিভুৱনে পৰাক্ৰমী ধৃষ্টদ্যুম্ন বীৰ। সাত্যকিৰ আগে কোনজন হুইবে ধিৰ। অভিমন্যু ভাগিন আমাৰ সম বলী। বিৰাটৰ আগে কোনে ধনু লৈবে তুলি। ২১০০ ত্ৰিভুৱনে বিজয় দ্ৰুপদ মহাৰায়। শিখণ্ডীৰ যত গুণ কৰুন নযায়॥ আনো অসংখ্যাত ৰাজা আসি আছে যত। আসম্বাৰ আগত কৌৰৱ তৃণৱত॥ ২১০০৫ তথাপিতে৷ পুছা যদি সেনাপতি সাৰ। সাত অক্ষৌহিণী সেনা লেখিলো তোমাৰ। আসম্বাক যুজাইবাক ৰাখিবে সম্প্ৰতি। সি কাৰণে সাতকো পাতিয়ো সেনাপতি॥২১০০৬ দ্ৰুপদ বিৰাট যে সাত্যকি ধনুৰ্দ্ধৰ। ধৃষ্টকেতু ৰাজা ধৃষ্টদ্যুম্ন বীৰৰ॥ জৰাসন্ধ পুত্ৰ সহদেৱ মহামতি। শিখণ্ডী সহিতে এহি সাত সেনাপতি। ২১৭ আসম্বাৰ মুখ্য ধৃষ্টদ্যুম্ন বীৰ লেখি। সবাৰে৷ পালক ধনঞ্জয় প্ৰাপদখি! সখি পালক বুলি জানিব৷ আমাক। সাৰথি স্বৰূপে বুদ্ধিবলে পাৰি যাক। ২১০০৮ আৰো এক বচন শুনিয়ে দদা তুমি। পৰম শোভন কৃষ্ণক্ষেত্ৰ নামে তুমি।
পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৬৩
অৱয়ব