পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

>836 তান গৃহে আলি ঋষি দুবাসা মিলিল। সেৱা কৰিবাক মনে পিতৃ মোক দিল # পৰম প্ৰচণ্ড ঋষি তান বাক্য জানি। যতনে সেৱিলো মই কায়বাক্য মানি॥ ২0982 ঋষি তুষ্ট হুয়া মন্ত্ৰ কহিলা বুজাই। তাকে পঢ়ি মাতিলে দেৱক লাগ পাই। এক দিন৷ মই ফুল তুলিবাক গৈলো। প্ৰভাততে দেৱ দিবাকৰক দেখিলো॥ ২০৯৪৩ তাঙ্ক দেখিবাক মনে কৌতূহল বৰ। চঞ্চল চৰিত্ৰ মুগুণিলো পূৰ্ব্বাপৰ॥ মন্ত্ৰৰ পৰীক্ষা চাহিবাক মন কৰি। দেৱ দিবাকৰক মাতিলে৷ মন্ত্ৰ পঢ়ি। ২০৯৪৪ তেতিক্ষণে ৰৰি আসি ভৈল উপস্থিত। হেন দেখি আমাৰ সংশয় ভৈল চিত। চৰণত প্ৰণামিয়া বুলিলোহে বাক। মন্ত্ৰৰ পৰীক্ষা চাইলো ক্ষমিয়ে৷ আমাক॥ ২০৯৪৫ | পাণ্ডৱৰ থানত হুয়োক নৰপতি॥ ভীম ধনঞ্জয় যুধিষ্ঠিৰে ভিনে ভিন। দিবাকৰে বোলে কুন্তী শুনিয়ো বচন। কদাচিতো ব্যৰ্থ নাহি দেৱ-পৰিশন॥ আমাসাক দেখিলে বিফল নোহে মতি। কন্যা গুচি এতিক্ষণে হুয়োক যুৱতী | 2094৬ এহি বুলি আদিত্যে তোমাক উপাৰ্জ্জিল। হেন দেখি মোৰ মনে সংশয় মিলিল॥ দিবাকৰে দেখিয়া বুজিয়া অভিপ্ৰায়। পাচে তুমি আমাত জন্মিলা সেহি ঠাই॥ ২০৯৪৭ কৱচ কুগুল সমে জন্মিলাহা তুমি। আদিত্যৰ বৰে পুলু কন্যা ভৈলো আমি। নতু দেস্ত পিতৃ কৈতো বিবাহ আমাক। লোকে হাসিবেক শুনি ইসব কথাক॥ ২০৯৪৮ অভেদ কৰচ দুই কুণ্ডলে সহিত। ত্ৰিভুৱনে তোমাৰ মৃত্যুত নাহি ভীত॥ কুল-কলঙ্কক ভয়ে তেঙ্গিবাক মন। দশনে স্নেহ লাগে তোমাৰ বদন। ২০৯৪৯ উভয় শঙ্কট ভয়ে অনেক কান্দিলো। সাত ভবি আনি তোমাক উঠাইলো॥ [1] গঙ্গাৰ তীৰত অধিবদ্ধ ক্ৰীড়া কৰে। সম্ফ বাক দেখিলেক জগৰ উপৰে। ২০৯৫ সঙ্কু ৰা চপায়া সিটো মেলি চাহে পাচে। ত্ৰিভুৱনে শ্ৰেষ্ঠ শিশু দেখে তাতে আছে। অধিৰথ পুত্ৰ বুলি নিল৷ নিজ থান দেৱ গোপ্য কথা ইটো নজানয় আন। ২০৯৫১ শুনা বাপু কছো ইটো পুত্ৰৰ লক্ষণ। সদ পুত্ৰে কৰে পিতৃমাতৃৰ বচন॥ যুধিষ্ঠিৰ আদি কৰি তোৰে ছোট ভাই। তেসম্বাৰে তোমাৰে যুজিবে নুঘুৱাই॥ ২০৯৫২ যিটো কৌৰৱৰ গৃহে আছস সাদৰি। দুৰাচাৰ কৌৰৱ আমাৰ প্ৰাণ-বৈৰী॥ ইদানিক শুনা বাপু বচন আমাৰ। বৰপুত্ৰ তুমিসে পিণ্ডৰ অধিকাৰ॥ ২০৯৫৩ মাতৃৰ বচন বাপু শুনিয়ো সম্প্ৰতি। । পাঞ্চ ভাই তোমাক সেৱিবে ৰাত্ৰি দিন॥ ২0954 আজি দেখি বিস্ময় মিলোক কৌৰৱৰ। কৰ্ণ ধনঞ্জয় দুয়ে| হুয়ে৷ একতৰ॥ আপুনাৰ ছয় ভাই সহিতে ত্বৰিত। কৌৰৱৰ ৰাজ্য লৈয়ো পাণ্ডৱে সহিত॥ ২০৯৫৫ কৰ্ণ-ধনঞ্জয় প্ৰকাশিয়ে এক হুই। বৃষ্ণিবংশে যেন কৃষ্ণ-বলভদ্ৰ দুই পাঞ্চো ভাই সমে প্ৰকাশিয়ো মহাবল। ব্ৰহ্মায়ে সহিতে যেন দেৱতাসকল॥ ২০৯৫৬ হৃদয় জুৰাউক কৰ্ণ মাতৃ বোল মোক। শূদ্ৰ-পুত্ৰ হেন লোকে নোখোলোক তোক বৈশম্পায়ন দতি শুনিয়ে জন্মেজয়। কৰ্ণক সম্বুধি কুম্ভী তথাতে পাছয়॥২-৯৫৭ আকাশত ৰহিয়া দেখিলা দিবাকৰে। জানো কৰ্ণে জননীৰ ন নকৰে। এহি মনে গুণি পীব্ৰবেগে লৰি গৈলা। কৰ্ণৰ আগত সূৰ্য্য উপস্থিত তৈল ২৫৮