পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বলে পাৰি নমাগিবে স্নোৰ পুত্ৰগণ। ইঙ্গিতে জানিছো শুৰু দ্ৰোণৰ যেন কোলে বোকে তুলি আছে মহাস্নেছে জাতি। পাণ্ডবক ভীষ্মে নমাৰিলে বুলি নাতি॥ ২০২৫ আসস্থাত হস্তে মোৰ নাহিকে সংশয়। কৰ্ণে যদি সমাৰে আমাৰ পুত্ৰচয়॥ আদিত্যৰ বীৰ্য্যে জাত আমাৰ সন্ততি। পৰম প্ৰচণ্ড বীৰ দাৰুণ শত্ৰুতি॥ ২০৯২৬ কলঙ্কৰ কাৰ্য্যে মই তেঙ্গিলো তৈলানি। অধিবৰ্থ ৰাধা পাই তুলিলেক আনি তাতেসে কৰ্ণৰ পাণ্ডৱক কোপমনে। পাণ্ডৱ আপুন ভ্ৰাতৃ তাহাক নজানে॥ ২০৯২৭ সি কাৰণে পাণ্ডৱক ক্ৰোধ আতি যৰ। অভিজ্ঞাসি ইটো দোষ নধৰো কৰ্ণৰ॥ এতিক্ষণে কৰ্ণৰ পাশক যাওঁ মই। লাজ এৰি পুত্ৰ বুলি দেওঁ পৰিচয়॥ ২০৯২৮ জন্মদাতা মাতৃ মই বুলিবো শোভন। অৱশ্যে কৰিবে কৰ্ণে আমাৰ বচন॥ এহি মনে গুণি কুম্ভী কৰিলন্ত থিৰ। কৰ্ণৰ সমীপ পাইলা ভাগিৰথী-তীৰ॥ ২০৯২৯ বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়। গঙ্গামধ্যে স্নান কৰে কৰ্ণ মহাশয়॥ উত্তৰবাহিনী গঙ্গ৷ ফৰ্ণো তৈকে বাই। নিতে নৱ ঘটি থাকে সূৰ্য্যক ধিয়াই॥ ২০৯৩০ ঊৰ্দ্ধমুখ কৰি নাসিফাত দিয়া দৃষ্টি। পূবক সমুখ পশ্চিমক দিয়া পিঠি। যদি আদিত্যৰ তাপ নিজ পিঠি লাগে। তেৱেসে কৰ্ণৰ সিটে৷ সমাধিয়ো ভাগে॥ ২০৯৩১ কুন্তী দেখে কৰ্ণ আছে সূৰ্য্যক ধিয়াই। বাট চাই তখাতে ৰছিল৷ কুত্তী আই এহিমতে তথাতে কুন্তীয়ো ৰহি আছে। মধ্যাহ্ন বেলাত সূৰ্য্য নিবন্ধিল পাচে। ২০৯৩২ আদিত্যৰ তাপ নাই পিঠা। সমাধি ভাগিৰা কৰ্ণ কিনি চাছে পাচে। দেখে কুন্তী গোঙ্গানী আগতে যদি গাছে॥ দেখি কৰ্ণ উঠিলও পঞ্চম সাদৰ। কুম্ভীৰ আগত জুৰিলন্ত যোগ কৰে। কৰ্ণে বোলে ৰাজমাতা গুলিয়ে বচন। কতভাগ্যে ভৈলোছো তোমাক দৰিশন॥ ২০১৪ অধিৰথ-পুত্ৰ মই ৰাধাৰ কুমাৰ। হেৰা নমস্কাৰ কৰো চৰণে তোমাৰ। তযু দৰ্শনে মোৰ পুৰুষৰো ভাগ। কি কাৰ্য্যে আসিছা তুমি কহা মোৰ আগ # '৩৫ কুন্তী বোলে শুনা ৰাপু ৰচন আমাৰ। নোহা অধিৰথ-পুত্ৰ ৰাধাৰ কুমাৰ ইটো কথা অভিজ্ঞাসি বোলাহ! মুগুণি। শামুকত মাণিক আছস কৈত শুনি॥ ২০৯৩৬ সাৰথিৰ কুলে জাত অধিৰথ পাপ। কৌৱৰ সেৱক তোমাৰ মুহি বাপ॥ মুহি ৰাজ-বধূ কৌৰৱৰ সেৱকিনী। দুৰাচাৰী ৰাধা নুহি তোমাৰ জননী। ২-৯৩৭ তযু জন্ম কহো নকৰিবা অপমান। মাৱে পোৱে এৰা এৰি দৈৱৰ নিদান তযু পিতৃ দিবাকৰ আদিত্য সাক্ষাত। ক্যাকালে আমাৰ গৰ্ভতে ভৈলা জাত॥ ২০৯৩৮ যেন অধিৰ্থ পাই ভুলিলা তোমাক। শুনা বাপু কহে৷ আৱে ইসব কথাক। সুৰসেন ৰাজ৷ কুত্তভোজ অধিপতি। সথিত্ব কৰিলা দুয়ো মহামিত্ৰ আভি। ২০ স্থৰত জন্মিলো মই আমো ক্যাচ এ বসুদেৱ আদি কৰি সুৰ নয়। দৈৱযোগে কুন্তভোজ অপুত্ৰক তৈল। এখানি তনয় হুসেনত যাপি। ২-৯৪. অপুত্ৰক কুত্তভোজ নৃপতিম খান। হুসেন পিতৃ মোক দিলন্ত বিলান। কুন্তভোজ আমাক নিবে। জীউ বুলি মোক ৰাখি-ডান পাপে