পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত ১৪১২ ভ্ৰাতৃ যাৰ ধনঞ্জয় বীৰ শিৰোমণি। গদা ধৰি ভীম বলীমধ্যে অগ্ৰগণি॥ ২০৮৪১ অনুকূল আছা আৰো ব্ৰাহ্মণসকল। ব্দে পঢ়ি নিতে আশংসস্ত যাৰ বল॥ বাৰম্বাৰ ৰাজা তোত কছে৷ নিষ্ট কৰি। পাশুৱক যুঞ্জিলে অৱশ্যে যাইবি মৰি॥ ২০৮৪২ জোগে বুলিলেক যেৱে যুগুত বচন। শুনি মৌনে ৰহিলেক ৰাজা দুৰ্য্যোধন॥ সভামাজে যত ৰাজাগলে শুনি আছে। ধৃতৰাষ্ট্ৰে সঞ্জয়ক মাতিলেক পাচে॥ ২0843 কৰ্ণক পাণ্ডৱপক্ষ লবলৈ শ্ৰকৃষ্ণৰ অনুৰোধ শুনিয়ে৷ সঞ্জয় আৱে আমাৰ বচন। কৃষ্ণৰ পাচত গৈল ৰাধান্সত কৰ্ণ॥ ৰাজপুত্ৰ অনেক গৈলন্ত তান কাছে। চতুৰ্ভিতি কৰ্ণক বেঢ়িয়া আগে পাচে॥ ২০৮৪৪ কৰ্ণ যদি গৈল আগ বঢ়াইবাক মনে। শুনিলো ৰথত তুলি নিলা নাৰায়ণে॥ কত দূৰ কৰ্ণক নিলন্ত দেৱহৰি। কি কহিলা কৃষ্ণে কহিয়োক জাণ্ট কৰি॥ '৪৫ কিবা মৃদু বুলিলন্ত বঢ়াইবাক মনে। পাণ্ডৱক থানে তাঙ্ক নিবাৰ কাৰণে॥ কিবা তীক্ষ্ণ বুলি আৰ তোলাই দিলা খঙ্গ। অল্পতে কলহ লগাই চাহিবেক ৰঙ্গ॥ ২০৮৪৬ সঞ্জয় বদতি শুনিয়োক নৰেশ্বৰ! কৰ্ণক তুলিলা কৃষ্ণে ৰথৰ উপৰ॥ নগৰৰ বাজ ভৈল ডাকি দিব্য ৰথে। কৰ্ণক সম্বুধি কৃষ্ণে বুলিলেক পথে॥ ২০৮৪৭ লগতে আসিয়া আছে আনো বীগণ। কৰ্ণক সম্বুধি কৃষ্ণে বুলিলা বচন॥ মাধৱ বদতি কৰ্ণ শুনিয়োক বাক। ত্ৰিভুৱনে সম বীৰ নাহিকে তোমাক ২০৮৪৮ মহাদানী তোমাক উপাসে বিপ্ৰচয়। তাসম্বাত শুনি আছো ধৰ্ম্ম যেন নয়॥ কন্যাকালে জন্ম আৰো শুনি আছে৷ ভালে। যাৰ পুত্ৰ হৱে যাত অবিবাহ ফালে। ২০৮৪৯ সি.কন্য। বিবাহ যিটো কৰে দৈৱবশে। সেহিঙ্গন তাৰ পিতৃ শাস্ত্ৰে যে প্ৰকাশে॥ এতেকে তোমাৰ জন্ম কুন্তীকন্যাকালে। কুন্তীক বিহাইলে পাচে পাণ্ডু মহীপালে॥ '৫০ ইদানীক শাস্ত্ৰ দেখি হুয়ো পৰিচয়। পাণ্ডুসে তোমাৰ পিতৃ হেন শাস্ত্ৰে কয় | এতেকে পিতৃৰ পক্ষ পাণ্ডৱ তোমাৰ। মাতৃপক্ষ বৃষ্ণিবংশ সবে আপুনাৰ। ২০৮৫১ গুণৱন্ত ৰূপৱন্ত সবে ধনুৰ্দ্ধৰ। পাঞ্চ পাণ্ডৱতো কৰি বয়সত বৰ॥ আমিয়ে৷ সেৱিবো সৰাহাৰে মনে খাটে। ৰাজ৷ হুয়ে৷ কৰ্ণ পাণ্ডৱৰ দণ্ডে পাটে৷ ২০৮৫২ যুধিষ্ঠিৰে দেখি কৰিবস্ত নমস্কাৰ। ধৱল ছত্ৰক ধৰি ঢুলিব চামৰ॥ নকুল সহদেৱ দুই ধৰিবন্ত দণ্ড। তোমাৰ পাদুকা দুই ভীমে বহিবস্ত॥ ২০৮৫৩ দ্ৰৌপদী তোমাৰ আসি পখালিব ভৰি। আমি থাকিবোহো কৰ্ণ তযু সেৱা কৰি॥ যাক ডৰে তোমাৰ ৰাত্ৰিও নিদ্ৰা নাই। শয়নে ভোজনে যাক চিন্তা বৈৰ ভাই॥ ২০৮৫৪ হেন ধনঞ্জয় বীৰে পৰম সাদৰে। মহাৰঙ্গে বিঞ্চিবস্তু ধৱল চামৰে॥ দ্ৰুপদ বিৰাটৰাজা সাত্যকি প্ৰভৃতি। তোমাকে সেৱিবে আনো লক্ষেক নৃপতি॥ ৫৫ যিটো দ্ৰৌপদীক দেখি কুষ্ণবীগণ। কামবাণে মোহিত ভৈলেক সৰ্ববজন॥ হেন দ্ৰৌপদীক কৰ্ণ আশা কৰা তুমি। মাসেক তোমাক বণ্টা কৰি দিবো আমি। '৫৬ পাণ্ডৱৰ বিপ্ৰগণ মহা ব্ৰহ্মচাৰী। ব্যাঘ্ৰচৰ্ম্ম আসন নৈষ্ঠিক ব্ৰতধাৰী॥