সমললৈ যাওক

পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্যোগ পৰ্ব্ব হেন দেখি ভীষ্ম দ্ৰোণে দুইকো দুই চাই। গান্ধাৰীয়ে৷ শিখাইলেক অনেক প্ৰকাৰে। অন্যে৷ অন্যে বোলে আত পৰে দুখ নাই॥২০৮২৪ | আমিয়ো শিখালো মুশুনয় দুৰাচাৰে॥ সবংশে নাশিবো ইটো পাপিষ্ঠৰ হেতু। পাণ্ডৱৰ দুখ শুনি কুতূহল মনে। কুৰু কুলমধ্যে দুৰ্য্যোধন ধূমকেতু আৰ অৰ্থে পাণ্ডৱক যুজিবো কেমনে। এহি বুলি ক্ৰন্দন কৰন্ত ভীষ্ম-দ্ৰোণে॥ ২০৮২৫ ভীষ্মে বোলে আত পৰে দুখ আছে আৰ। মহ৷ গুণৱন্ত পাঞ্চ পাণ্ডুৰ কুমাৰ মহাস্নেহে যাক কোলে-বোকে আছো তুলি। শিশুকালে আমাক মাতিলা পিতৃ বুলি॥ ২০৮২৬ পৰম বিনীত মোৰ যুধিষ্ঠিৰ নাতি। শত্ৰুপক্ষ তথাপি আমাক স্নেহ আতি॥ হুকোমল লৱনু পুতলি এৰে সৰি। জিনিবাক আশ কৰে দুষ্ট দুৰ্য্যোধনে॥ ২০৮৩৩ খৰালিত গঙ্গাদেৱী শুখাই যাস্ত আতি। তান বেগ জলেখৰে ৰাখে গাৱ পাতি॥ সেহিমতে পাপী দুষ্ট জলেশ্বৰ সম। পাণ্ডৱ ভৈলন্ত গঙ্গা অমোঘ বিক্ৰম! ২০৮৩৪ তাক লাগি শৰ প্ৰহাৰিবো কেনে কৰি॥ '২৭ ॥ পৰম দাৰুণ বীৰ তথাপি মহস্ত। জননীত কৰিয়া আমাক আদৰম্ভ॥ বংশধৰ নাতি মোৰ পৰম নিপুণ। কতেক কহিবে৷ মই অৰ্জ্জুনৰ গুণ৷ ২০৮২ মহাশান্ত নকুল সহদেৱ দুই ভাই। তৃণৰ প্ৰহাৰ কৰিবাক নুৱাই॥ কিমতে হানিবে৷ শৰ বজ্ৰ সম দৃঢ়। পৰশন্তে অগ্নি বিষ পটন্তৰ। ২০৮২৯ দ্ৰোণে বোলে মই মৰো ইহাকে হুমৰি। কিমতে শৰক প্ৰহাৰিবে৷ টান কৰি॥ অশ্বত্থামা পুত্ৰ সম অৰ্জ্জুনক স্নেহ। হাতে হাতে অস্ত্ৰচয় শিখাইছো নিঃশেষ॥ ৩০ হেন পাণ্ডৱক মই যুজিবো ৰণত। পুত্ৰতো নিদয় আমি ৰাক্ষসৰ মত॥ অৰ্জ্জুনে যিমতে মোক কৰন্ত সম্মান। অশ্বত্থামা আদৰ নকৰা হেন খান॥২০৮৩১ এতেকতে পুত্ৰতো অধিক ধনঞ্জয়। কিমতে যুজিবে৷ তাঙ্ক নিৰ্দাৰ্শ মই আমি যত হিত বোলো নুগুনয় ভালে। এতেকড়ে ভীষ্ম থাক আসিলেক কালে। ৩২ প্ৰথমতে কুৰুদ্ধ আপুনি প্ৰমাণ। হিতযুক্ত মন্ত্ৰণ৷ কহিলা যেন থান॥ বিহুৰে বুলিলা আক সময়স্তি মনে। ১৪১১ কাৰ্য্য বুজি আপুনি আসিল৷ নাৰায়ণে॥ ২০৮৩৫ চাৰি ভাই দ্ৰৌপদী সহিতে যুধিষ্ঠিৰ। বনবাসে যথাত থাকন্ত মহাবীৰ॥ তথাতে হস্তিনাপুৰ সকলে সম্পন্ন। আঠাইশ সহস্ৰ ঋষি নিতে ভুঞ্জে অন্ন॥ ২০৮৩৬ ধাৰ আজ্ঞ৷ কৰম্ভ লক্ষেক ৰাজাগণে। হেন পাণ্ডৱক ৰণ জিনিবেক কোনে॥ মহাবীৰ ভীম ধনঞ্জয় ধনুৰ্দ্ধৰে। কুবেৰক জিনি ৰত্ন আনিবাক পাৰে॥ ২০৮৩৭ ইঙ্গিততে সমস্তে ৰাজাৰ কৰ লবে। তথাপি পিতৃৰ পাগুৱে॥ মহাধৰ্ম্ম সম্ত সাধু পাণ্ডুপুত্ৰগণ। তাঙ্ক যদি বিবাদ কৰ্স দুৰ্য্যোধন॥ ২০৮৩৮ তেৱে তোক এৰিবেক ধনে জনে সুখে। ৰাজ্যভোগে এৰিবে পাইবেক বৰ দুখে॥ যদি ভীষ্মে যুঞ্জন্ত আমি বা কৰো ৰণ। যদি তযু সখা হুয়া আসে দেৱগণ॥ ২০৮৩৯ তথাপিতো পাশুৱক যুজন নযায়। পতিব্ৰতা দ্ৰৌপদী আছন্ত যাৰ ঠাই॥ মহাসতী গুণৱতী শান্তি স্থচৰিতা। দ্ৰৌপদী থাকস্তে পাগুৱৰ কোন চিন্তা॥ ' যাৰ মন্ত্ৰী ভৈলন্ত আপুনি জনাৰ্দ্দন। তাঙ্ক জিনিবাক আশা কৰে দুৰ্য্যোধন॥