পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪১০ ইদানীক কহো শুনা কৰ্ম্মৰ নিৰ্ণয়। তাকে বুলি কৰ্ম্ম যাত দুখ লুপঞ্জয়॥ দিবসত সি কৰ্ম্ম কৰিৰে নৰপতি। মহাসুখে যেন বঞ্চিবাক পাৰে ৰাতি॥ ২০৮০ আঠ মাস সি কৰ্ম্ম কৰিবে মহাৰায়। মহাভাৰত একেশ্বৰে অৰ্জ্জুন কৌৰৱ সমদল। বিৰাটনগৰে বুজি আছো তান বল॥ ইদানিক আসিব অসংখ্য ৰাজাগণ। পাঞ্চ ভাই ধাৰ দিব সংগ্ৰামক মন একৰ ক্ৰোধত তলবল ভূমিখণ্ড। পাঞ্চো যেৱে আসে কৰিবেক ৰণ্ডভণ্ড॥ কৃষ্ণ যাৰ সহায় বঢ়ান্ত গাৱে বল। বাৰিষাত যেন সুখে বঞ্চিবাক পায়। যাৱে জীৱে মানে কৰ্ম্ম কৰিবেক সাৰ। পৰলোকে মোক্ষ যেন হোৱে আপুনাৰ॥ ২০৮০৯ যুধিষ্ঠিৰে বিনাশিবা কৌৰৱসকল॥ ২০৮১৭ আয়ুঃ শ্ৰী যশ কীৰ্তি কৰে বিঘাতন। নগুনিবে ৰাজা দুষ্ট মন্ত্ৰীৰ বচন॥ ই কথা প্ৰমাণ লৈয়ো আপুনাতে গুণি। কৌৰৱৰ শ্ৰীহানি কৰিলে শকুনি॥ ২০৮১০ বিদুৰে কহিলা যত আনো ধৰ্মচয়প সংক্ষেপে কহিলো পদ বাহুল্যক ভয়॥ ৰাজনীতি শুনি ধৃতৰাষ্ট্ৰে জানিলন্ত। দুৰ্য্যোধন মহাশত্ৰু মনে মানিলন্ত॥ ২০৮১১ পাণ্ডৱ পৰম হিত মনত জানিলা। তথাপিতো ৰাজ্যক দিবাক নপাৰিলা॥ ভীষ্ম-দ্ৰোণৰ বেজাৰ বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ। অনন্তৰে মাতিলেক গঙ্গাৰ কুমাৰ॥ ২০৮১২ শুনি আছে আনো যত নৃপতি বহুত। দুৰ্য্যোধন ৰাজাক মাতিল৷ গঙ্গালুত॥ শুন দুৰ্য্যোধন মই বাৰ্ত্ত৷ এক পাইলো। পাণ্ডৱৰ অভিপ্ৰায় সকলে জানিলো॥ ২০৮১৩ নিজ ৰাজ্য নপাইলে পাগুৰ নোহে শাস্ত। তই ৰাজ্য নেদ তাক তেসম্বো জ্ঞানস্ত॥ সত্য অঙ্গীকাৰে বন্দী হুয়া ধৰ্ম্মপাশে। তথাপিতো কৃষ্ণক পঠাইলে ৰাজ্য আশে॥ '১৪ কৃষ্ণৰ বচন পৰিহৰিলি নিস্থল। সাত আঠ দিবসত পাইৰি তাৰ ফল॥ কোন ক্ষুদ্ৰ কৌৰৱ অৰ্জ্জুনে স্বৰ্গপুৰ। পাশুপত্ৰ হানি ঘোৰ বধিলা অনুৰ। ২০৮১৫ ২০৮১৬ 20636 ইন্দ্ৰৰ নিমিত্তে ঘোৰ পাশুপত্ৰ হানে। নিপাত কৱচগণ বধি| অৰ্জ্জুনে। সাক্ষাতে দেখিছা তই অৰ্জ্জুনৰ বল। যিবেলাত বান্ধি নেই গন্ধবসকল॥ ২০৮১৮ কৰ্ণ দুঃশাসন সমদলক বান্ধিলা। বাৰ্ত্ত৷ কহিবাক প্ৰতি কেৱে নৰছিল৷॥ সিবেলা অৰ্জ্জুনে যদি নকৰন্ত ত্ৰাণ। তেৱে অবিলম্বে পাইলা হস্তে যমথান॥ ২০৮১৯ আকে জানি কথা কহে৷ নকৰিবা ৰাগে। তৃণ সম দেখো তোক পাণ্ডৱৰ আগে॥ কুৰুবংশ ৰক্ষা যাউক মুগুণিবি মনে। শৰণ পশিয়ে৷ যুধিষ্ঠিৰৰ চৰণে॥ ২০৮২০ হেন জানি পাণ্ডৱক নকৰিবা দ্ৰোহ। শৰণ পশিয়ো বাপু এৰ অসন্তোষ॥ পাণ্ডৱক ৰৈভাৱ কৰি আছ৷ যত। তোক দেখি যুধিষ্ঠিৰে ক্ষমিৰে সমস্ত॥ ২০৮২১ মহাস্নেহে আলিঙ্গিব দুই বাহু মেলি। সুৱৰ্ণৰ আপুনাৰ সিংহাসনে তুলি॥ মহাবৈৰ বুলি যাক মানস মনত। হেন ভীমে তোমাক বান্ধিবে হৃদয়ত॥ ২০-২২ নকুল সহদেৰ আৰো ধনঞ্জয় বীৰ। তিনিজনে তোমাকে নমিৰে জানুশিষ॥ বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়। ভীষ্মৰ বচনে দুৰ্য্যোধন দুবাশয়॥ ২০৮২৩ অধোমুখে ৰহিলেক মুশুনিলে তাক। মহন্তে মুণ্ডনে যেন ইতৰৰ বাক।