পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিবেদন এই সংস্কৰণত ঐষিক পৰ্ব্ব আৰু আশ্ৰমিক পৰ্ব্ব হুটা ছপাখানাৰ ভুলৰ কাৰণে মাজতে ৰৈ গৈছিল; পিচত সেই ভুল ধৰা পৰাত ৰৈ যোৱা উক্ত পৰ্ব্ব ভুটা পুনঃ ছপা কৰি যথা স্থানত সন্নিবেশ কৰি দিয়া হ'ল! সেই কাৰণে দুয়োটা পৰ্ব্বৰে পৃষ্ঠা সংখ্যা আৰু পদ সংখ্যা ১ৰ পৰা আৰম্ভ কৰা হ'ল। গদা পৰ্ব্বৰ ১৯২০ পৃষ্ঠাৰ ২৮২৩১ পদ সংখ্যাৰ পাচত ঐষিক পৰ্ব্ব আৰু অশ্বমেধ পৰ্ব্বৰ ২৩৮৬ পৃষ্ঠাৰ ৩৫০৮৬ পদসংখ্যাৰ পাচত আশ্ৰমিক পৰ্ব্ব যোগ দিয়া হৈছে। ইয়াত সৰ্ব্বৰ ক্ৰমিকতা ভঙ্গ হোৱা নাই। সজ্জন সকলে এইখিনি ত্ৰুটী মাৰ্জ্জনা কৰে যেন। ইতি 1 প্ৰকাশক–