পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ শ্ৰীকৃষ্ণ আৰু কৌৰৱৰ মিলন ছবি অনন্তৰে ব্ৰাহ্মণৰ ভাৰ্য্যাগণ চলি ভৈলা কুলবধূ তাসম্বাৰ সঙ্গে। মহাশান্তী গুজ্জায়া দ্ৰোণে একে একে কায়া কৃপীয়ে৷ চলিলা মনৰঙ্গে॥ মাধৱ আসস্ত শুনি তনু যেন লভিলা প্ৰাণক। চাহিবাক বান্ধ ভৈল দ্বাৰতে পৰিয়৷ ৰৈল মহাশোকে দেখিয়া যমক॥ ২০৪২৬ নাৰীগণে বেঢ়ি বেঢ়ি গৃহৰ মঞ্চত চৰি শাৰী শাৰী ৰহিলেক চাই। প্ৰজাৰ গিৰত আতি মাধৱৰ ৰথ গতি গাৱ ঠেলি পৈশন নযায় কন্যাগণ গৃহে চৰি কুন্তীয়ে৷ লৱৰ দিল প্ৰজাৰ গিৰত নাহি সন্ধি। ধীৰে ধীৰে ৰথ যাই। নগৰীয়া লোকে চাই মনত আলিঙ্গে গলে বান্ধি॥ 20427 মনে হেন অভিলাষ আমাৰ যৌৱন চাই কোঞ্চে দূৰ্ব্বাক্ষত বিতোপন। দলদোপ বহুমতী কুলধৰ্ম্ম পৰিহৰি শিথিল ভৈলেক আতি পীন ঘন নবীন যৌৱন। মাধৱৰ দৃষ্টি পাই পুষ্পমালা সিঞ্চাৱন্ত অভক্তক কোপমনে কামদৃষ্টি চাহিব৷ আমাক। যাইবা হবি মোৰ পাশ এতহস্তে কৃষ্ণে পাচে চাৰি দুৱাৰৰ প্ৰশংসিবা যদুৰায় লক্ষ্মীয়ো সেৱস্তে নিতে যাক॥ ২০৪২৮ হুইবো তানে কিঙ্কৰিণী ভকতৰ ৰোমাঞ্চিত তনু। পুলকিত সৰ্ব্বকায় চাস্ত হৰি ঘনে ঘনে দুৰ্জ্জনৰ মনে মহামন্যু॥ মহাভাৰত নগৰীত পশিলন্ত I জানি ধৃতৰাষ্ট্ৰ ৰায় দুৰ্য্যোধন সঙ্গে যাই সভামাজে পূজিলা বিস্তৰ॥ ২০৪২৯ দিব্য সিংহাসন লই দুৰ্য্যোধনে উঠি গই মাধৱক দিলন্ত বঢ়াই। পাচে কুবীগণ মাধৱক গৌৰৱে বৈসাই অনন্তৰ কৃষ্ণে পাচে জানি ধৃতৰাষ্ট্ৰ ৰায় আশীৰ্ব্বাদ ভীষ্মক নমিলা পাচে জানুশিৰে নমিল৷ চৰণ। দ্ৰোণ বাহলীক দুইকক মাঙ্কোৱালি ধৰিলন্ত তুলি। আনো যত কুৰুগণ নমিলন্ত কৰি কৃতাঞ্জলি। বসিলেক থানে খান কাৰে৷ মুখ চাই আসি কৰ্ণে মাধৱৰ গৈয়া ধৃতৰাষ্ট্ৰ নৃপতিৰ হাত মেলি লাগ পাই কৰিলা তেখন॥ ২০৪৩০ দেখি ভীষ্মে আথেবেথে নানাভাৱে সাদৰি বিস্তৰ। মুখত মধুৰ বাণী বচনে প্ৰশংসি হাসি আসনে বসিলা গদাধৰ॥ ২০৪৩১ চৰণৰ ধূলি লৈলা চৰণৰ ধূলি লই তথাহন্তে চমু হুয়া মহেশে ধৰিছে যাক জটে। দুঃশাসন আদি যত সবাৰে তুষিলা মন নমো নমো নাৰায়ণ দুৰ্য্যোধনে নমিলা কপটে॥ বোলে ৰাম সৰস্বতী হৃদয়ত খুৰখানি পাচমুখে পেলাইলা জঙ্কাৰি। তাসম্বাৰ ভাই শত সমস্তে নমিলা জানু পাৰি॥ ২০৪৩২ ভভয় বিনাশন কতো দূৰ মানে গই অৰুণ চৰণে ৰাখিয়োক। ৰাম বুলি সাধা গতি যত আছা সামাজিক লোক॥ ২০৪৩৩