পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

36- অতি অভাজনো কৃষ্ণ নাম যশ গাই ।। ২২৮ জানি প্রিয় সতী থাকি বনবাসে তোমাৰে৷ যতন হৌক। হেন শুনি দেৱী এৰাইব৷ দাণ শোক ॥ নাম বিনা আন হেৰ৷ প্রিয় স্বামী কৃষ্ণ বোলে ধৈৰ্য্য ধৰি । ঝাপ্টে চলিয়োক কহিলো নিশ্চয় কৰি ৷৷ ২২৯ এহি বুলি দেৱী হেন সময়ত আপুনাক তাৰে বুলিলা যেন উচিত । জুৰি দুইহাত এৰা আন মতি চলিবো আমি সন্নিত ॥ হেবা নৰনাথ বেদৰ বিহিত পৰম সন্ন্যাসে শোকক তত্তীয়া জাণ্টিল আনন্দ মনে । এতেকে অ'মাক নাহি পৰিত্ৰাণ ধৃতৰাষ্ট্ৰ সম্ভাষণে ৷৷ ২৩০ যাৱত আমাৰ সম্ভোষিত আমি সবাৰ উচিত হয়। সাধিবে৷ তথাত বোলে বাক্য গদ গদ । শুনি কুপতি দুর্গম বনক খণ্ডিয়ো আমাৰ খেদ ॥ গান্ধাৰী বোলয় অন্ধৰ পাৱক সঞ্জয় আসিল কৰি প্ৰণিপাত নমাইলো মাথ ৰাখি কিঙ্কৰৰ দায় ২৩১ ইটো সদকৰ্ম্ম সংহতি লৈয়োক আজ্ঞা পালি নৃপতিৰ । পৰম প্ৰফুল্ল মনে । চৈতন্য থাকিব হেনসে বাঞ্ছ! আমাৰ ॥ প্রয়োজন মানে তাঙ্ক আশ্বাসিলা তুমিসে কৃপালু হেন বোলা অকাৰণে ॥ ২৩২ মহাভাৰত হেন সময়ত কৃপাচার্য্য ব্যাসদের। জানি কুৰুপতি অন্ধ নৃপতিৰ কৰিলন্ত পাৱে সেৱ । বুঞ্জি অনুক্রম জানি পৰাশৰস্থত । চতুৰ্ব্বর্গ লাগি চাৰি আশ্ৰমতে ভাবিছা যেন মনত ॥ ২৩৩ চতুর্থবর্গ জানা চাৰি আশ্রমতে মিলে। ইহকালে কীৰ্ত্তি কীৰ্তি আৰো পুণ্য আসিলন্ত পাচে অযত্নে পাৱে সকলে । ধাৰণ কাৰণ হেতু। উদৰৰ অৰ্থে কৰস্তে প্রণতি পৰম দুৰ্দ্দৈৱ বৈৰাগ্য মিলিল মনুষ্য জন্মৰ বুলিলা উত্তম লোকৰ মঙ্গল সেতু | ২৩৪ বৃথাত মনুষ্য নাম। জানি তুমি অন্ধ এহি পুৰুষৰ পুণ্য যশ কীৰ্ত্তি মানৱ জীৱন নসাধিল কিছু কাম ॥ তষু পুৰুষাৰ্থ অমুল্য জনম পাই । পৰকালে পুণ্য আৰে৷ নানামতে শুনা সভাস যিটো ভৈল শূন্য ধৰ্ম্মৰ সাধন আয়ু গৈল ব্যর্থে চতুৰ্ব্বর্গে বোধ নাই ॥ ২৩৫ বানপ্ৰস্থ কৰা সাৰ । জানিবা তাহাৰ ধৰ্ম্ম হুবুঞ্জিল তেজি মায়া বান্ধ নাহিকে সম্পদ আৰ # নিজ পৰমাৰ্থ জন্মৰ উদ্দেশ্য জার্নি । হউক কৃতার্থ স্বধৰ্ম্ম বুল্লাই দিলা তার আড্ডা বাণী ॥ ২৩৬ ভাৰতৰ পদ শুনিবাক অনুপান ।