পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কল্প আস্তে কল্প পাই নিষ্ঠ নিষ্ঠ বুলিবা বচন॥ ১১৯ জানি তুমি মহামতি শোক চিন্ত৷ দুখময় বানপ্ৰস্থ পন্থ আৱে লোৱা। সঞ্জয়ৰ বাণী শুনি কৃষ্ণৰ ভকতি ৰস পিয়া॥ নৰকৰ পোকে মোক মহাৰথী ভীষ্মদেৰ কুৰুপতি বুলিল৷ বচন। দ্ৰোণ কৰ্ণ শল্যবীৰ বুজিলো দৈৱৰ বিড়ম্বন। ১২০ হয় হস্তী ৰখ লই বল বীৰ্য্যে বিশ্বখ্যাত বিষয়ক নেতেজয় ত্যব্জি গৃহাশ্ৰম প্ৰীতি স্বৰ্গ মৰ্ত্য পাতাল লোকত। চতুৰঙ্গে যুদ্ধক জ্ঞাতি গোত্ৰ বন্ধু সমে ঘিবা পাণ্ডৱৰ হাতে স্বভাৱে হৈৱন্ত লয় আৰো মহাবীৰ শত শত॥ বিমৰিষি মনে গুণি ভীমৰ বাক্যক পাই শৌৰ্য বীৰ্য্য সমে সমৰ্পিল। লাৰি চাৰি খাইবেক হায় নিদাৰূণ বিধি যাক সম নাহি কেৱ কিব! বৰ যশ পাই মিত্ৰ আতি কৌৰৱৰ গাৱ কাম্পে তৰতৰি মোক ৰাথিলন্ত অনন্তৰে। সমৰক আমি ধাই 4 চলিল # ১২১ মোৰ পুত্ৰ এক শত উদৰ পুষিছো তাৰ ঘৰে॥ শোকে প্ৰাণ ফুটি যায় অম্লক ভুঞ্জিছো যেন বিষ তাত কেনে নাহি শোক দৈৱেসে দণ্ডিল মোক সবাকে| নিলন্ত যশে আছে মোৰ যাতনা অশেষ॥ ১২২ সবে গৈলা যমবাটে আৰে৷ কিবা বিকথিবি মোক। আসিলো ইসব সাধি মৰিবাব কালে তই শোক ঘালি নামাৰ৷ আমাক | কাছে লই কঙ্গাঙ্গুলি ভিক্ষুক জনৰ বেশ ধৰি। এহিসে মনৰ বন্ধ বনক চলিব কেন কৰি॥ ১২৩ দুইচক্ষু যাৰ অন্ধ গৃহাঙ্খম পাৰ ভৈল ৰাজ্যত নাহিকে তথাপি গৃহত বন্দী মিলাইল ইটো কৰ্ম্মযোগ কিনো মহা অন্ধ হই তাহাৰ কাৰণে মই গৃহুতেই বন্দী নৰেশ্বৰ 1 জ্যেষ্ঠ পিতৃ ভীষ্ম বীৰ চলি গৈল৷ যমপুৰ মৰণ নভৈল কেনে মোৰ॥ ১২৪ এহি বুলি অন্ধৰাঞ্জ বানপ্ৰস্থ কাল ভৈল উপভোগ। দৈৱে কৰ্ম্মফল ছান্দি বুজিয়োক সাধুজন কান্দে শোকে বিয়াকুল ভাৱে। কৃষ্ণৰ ভকত যেই আপোনাৰ সভামাজ পাৱে দুখ মোহ শৰ ঘাৱে। বিৰচিল কালিদাস ভক্তিহীন জনে কেনে মায়াক দমিলে সেই নপৰশে কিছুৱে আপদে। কৃষ্ণ পদসেৱা আশ কৃষ্ণ কৃষ্ণ বোল৷ সভাসদে॥ ১২৫ ধৃতৰাষ্ট্ৰখ খেদ আৰু ৰানগ্ৰন্থ অৱলম্বন কৰাৎ কাৰণে বিচৰৰ লগত আলোচনা পদ জন্মেজয় নিগদতি শুনা মুনিবৰ। কহিয়োক কিবা কথা ভৈল অনন্তৰ মুনি বোলে শুনিয়োক পৰীক্ষিতস্থত। বিদুৰ সঞ্জয় বাক্য মানি হৃদয়ত॥ ১২৬ কতোবেল৷ অন্ধৰাজ হুপ্ৰসন্ন চিত্তে। স্নান আচমন পান কৰে ভালমতে॥ কতোবেদা ভীমৰ অশান্ত বাক্য পাই। শোক অগনিত হেন শৰীৰ নহয়। ১২৭ গুণি গাষ্ঠি চিন্তাৰ নপাৱে কিছু পাৰ। দুই চাৰি দিবস থাকম্ভ নিৰাহাৰ। বিছুৰ সঞ্জয় গান্ধাৰীক আদি কৰি। নানা বাক্যে প্ৰৰোখিয়া গোলে সেয়া কৰি॥ ১২৮