পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিন্তিলেক আত্মাহিত সাধিলন্ত গতি আপুনাৰ ৷ ভক্তিৰ ৰহ্য জানি তাৰ কৰ্ম্মফল যত সর্ববক্ষণে কৃষ্ণক স্মৰয় । কৃষ্ণক ভজিল যেৱে মহাত্রাসে সঙ্গক ত্যজয় ৷৷ ১১১ দুখহ ইন্দ্ৰিয়চয় প্ৰৱন্ধয় দৃঢ়মতি সমস্তয় হয় ভস্মীভূত ৷ কৰ্ম্মৰ বন্ধন ছোৰি হৰিভক্তি কৰন্ত বেকত ॥ জানি তুমি নৰপতি আগম নিগম যত অনায়াসে চিত্তি মায়াজাল। তপ ব্ৰত দান বুদ্ধি আক নিষ্ট বুজিব| জগতবে৷ সাধিল মঙ্গল ॥ ১১২ ভকতিত ভৈলা শুদ্ধি পায় পৰকাল বিত ভক্তিত বিশ্বাস আনি জানি কৃষ্ণ সেৱা ধৰা কৰা আৰো ভকতি আশ্রয়। সংসাৰ বৈভৱ ধন মহাভয়ে হুয়া ভী জ্ঞানে কাকে৷ ভেদ কৰ্ম্মফল মানে তেৱে ভক্তি বিনা কেহো নতৰয় ॥ আছে যত জীৱচয় ভক্তি ভৈলে দূৰে যায় ব্ৰহ্ম৷ ৰ পুৰন্দৰ শুনা শুনা কুফায় সাধিল ঈশ্বৰ প্ৰীতি প্রলয় মিলিলে যাে আশ্রমিক পৰ্ব্ব লভিয়া মুকুতি তৰি হুকতিসে জীৱৰ সম্পদ। করে জানা লোক এৰি বিষয়ৰ প্ৰীতি সমস্ততে মিলয় আপদ | সমস্তৰে নিষ্ঠমত আত্মাক নকৰে শুদ্ধি নিশ্চয়। নাই ভেদাভেদ বুদ্ধি নকৰয় ৷৷ ১১৩ কৃষ্ণত ভকতি কৰা কর্ম্মে জন্ম-মৃত্যু আমি মিলে ৷ মিছা সবে বিড়ম্বন কৰ্ম্মপন্থে প্ৰবৰ্ত্তয় জন্ম মৃত্যু লভে কালে কালে ॥ ১১৪ কৰ্ম্মফলে নিৰন্তৰ ঋণ্ডোক নমৰ যত মল। পুনু পুনু বোলে৷ মই কর্ম্মফলে নানা ভাবে বিকল নিজানন্দ কৃপাময় তথাপিতো জানিবা নিশ্চয়। বজিৰূপে কৰ্ম্মফল এতেকতে ভৱকূপে ভৱাৰ্ণৱে অঙ্কুৰ গজয় ॥ ১১৫ যেৱে পুনু সৃষ্টি হয় থাকে জান৷ মহা প্রলয়ত । জানি শোক চিন্তা এৰি ভক্তি বিনা নহয় খণ্ডিত হাতে বাঘজবী ধবি চাৰি আশ্ৰমক ধৰি বানপ্ৰস্থ কৰিয়ে৷ আশ্রয় । ধৰ্ম্ম অর্থ কীৰ্ত্তি ভিন্ন কাল মৃত্যু আছে বেঢ়ি ক্ষম্ভেকতে মিলিবে প্ৰলয় ॥ ১১৬ এতেকে তত্ত্বক জানি ৰাজা প্ৰজা যত জ্ঞানী বেদৰ বিহিত নলঙ্ঘয় । এতেকে মনুষ্য হই ব্রহ্মাঙৰ সাধে লয় বল বীৰ্য্য আয়ু লাগি যেহেন জলৰ মল ধৰ্ম্ম অর্থ কীৰ্ত্তি উপাৰ্জ্জয় ॥ দেখুৱাই দান ত্যাগ কৰ্ম্মফলে বীজৰূপে মিলে জানা সমস্ত যোনিত। অনস্তৰে ব্ৰত ধৰি দৈৱৰূপে প্ৰকাশয় মন চিত্তে ব্ৰহ্মক ব্ৰহ্মক চিন্তয় যেকে কৃষ্ণসেৱ৷ মনে ধৰি ধিক ধিক মনুষ্য জন্মত ॥ ১১৭ ইসে লোক পৰমার্থ কৃষ্ণপদ হৃদি ধৰি বিষয় কাৰণে গৃহাশ্রম । হেন ধৰ্ম্ম কৰি ত্যাগ বিষয়ৰ সুখ আন মায়াৰ অধীন ভৈলে সামৰিল বিষয়ৰ কাম ॥ কীৰ্ত্তি ধৰ্ম্ম যাব নাই হয় ব্রহ্মচর্য্য যোগী বানপ্রস্থ লাগি আগ আহাৰ বিহাৰ এৰি অন্তকালে মুকুতি মিলয় ৷ ১১৮ চিন্তয়। সন্ন্যাস বোলয় তেৱে জন্মৰ উদ্দেশ্য ভৈল শেষ। পুৰুষৰ পুৰুষাৰ্থ বিষয়ত অনুৰাগ সিটো মায়াৰেসে ভৈল দাস ॥ বিড়ম্বয় কর্মফলে দৈৱ পাশে কৰন্ত বন্ধন ।