পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুত্ৰ পৌত্ৰ ভ্ৰাতৃ যত কৌৰৱৰ্ভ বুজিলা বিশেষ ॥ ২৩ ধৰ্ম্মেসে সবাৰো গুৰু সুবাসনা পায় পুৰুষক। গুচয় মলিন বুদ্ধি অধৰ্ম্মৰ কাৰ্য্যচয় সাক্ষাতে দেখাহা পাওৱক জানি তুমি নৰপতি কৰিয়োক হিতকৰ্ম্ম আপোনাৰ সাধয় প্রলয়। ধৰ্ম্মৱস্ত যিবা হয় ধৰ্ম্মপন্থ| কৰিয়ে৷ আশ্রয় ॥ ২৪ এতেকতে ধৰ্ম্ম প্রাণ সদ। প্রীতি বাক্য ধৰি অঙ্ক ধৰ্ম্মে সদা ৰক্ষা কৰে। আশ্রমিক পৰ্ব্ব স্বপ্নৰ বৈভৱ মত | শত্রু মিত্রে সম মতি ধৰ্ম্মসেৱা মোক্ষ তৰু সর্ববক্ষণে পুণ্যক আচৰে ৷৷ ব্রত পূজা যজ্ঞদানে আত্মাক কৰয় শুদ্ধি অশ্বমেধ কৰি সমাপন। ধৃতৰাষ্ট্ৰ নৃপতিক জ্ঞাতি মিত্র বিড়ম্বয় শুদ্ধমতি সদাশয় ধৰ্ম্মত ৰাখাহ৷ মতি ৰাজ্যক চর্চ্চিল ৰঙ্গমন ॥ ২৫ ধৰ্ম্মত নিপুণ শ্ৰেষ্ঠ যিজনে ৰাখয় ধৰ্ম্ম হেন ৰাজা মহাভাগ সমস্তৰে প্ৰীতি পায় নাহি আৰু দম্ভ ঘেষচয় । সত্য শৌচ দয়। দান কায় বাক্যে সদ| উপাসয় ॥ হেন ৰাজোচিত ধৰ্ম্ম প্ৰজাগণে সমাদৰি তযু পিতামহগণ অর্থে নাহি আসকতি মান্য কৰে পিতৃতো অধিক। দেৱ দ্বিজ ব্ৰাহ্মণক বখানয় সবে পাণ্ডৱক ॥ ২৬ যুধিষ্ঠিৰ ৰাজ ৰাজেশ্বৰ । সেৱা কৰে প্ৰতি নিত অধ্যীজনৰ চিত্তে মাৰ সকলো বান্ধৱময় দয়াশীল কৰ্ম্মনিষ্ঠ সজ্জনত অনুৰাগ শৰণাগতক ত্ৰাণ আঙুৰক অভয় প্রদান । পাণ্ডৱৰ নিত্যকৰ্ম্ম জানি প্রশংসয় সর্ববর্জন ॥ ২৭ হেনমতে পাণ্ডুহুত অন্ধৰ আদেশ প্রতিপালি ৷ পঞ্চভ্ৰাতৃ সমাদৰে পঞ্চদশ বর্ষ ভৈঙ্গা কৰিলন্ত আতি কুতূহলি সন্ন্যাস আনিল মনে সঙ্গে কুন্তী গান্ধাৰী সঞ্জয়। বন পোৱা বহি পাই জেষ্ঠপিতৃ জননীব তিনিবর্ষ কাল যেৱে ক্ষয় ॥ ২৮ অনন্তৰে পাণ্ডুপুত্ৰ হয়। ধর্ম্মে অনুগত শুনি পাণ্ডৱৰ মিলে শোক। সমস্ত কথাকে আরে পঞ্চদশ বৰ্ষ ৰাজ্য আশ্রমবাসীক পদ অন্ধৰাজ বনে গৈলা যজ্ঞ দানে তুষি ব্রাহ্মণক ॥ শ্ৰৱণে বাসনা গুচয় মলিন বুদ্ধি কৰিপদ সেৱা ধ্যানে কৃষ্ণৰ সেৱাত ৰাখি মতি। কৃষ্ণসেৱা মনে আশ দেহা কৰিলন্ত ছাই মলিন পাতকচয় শ্ৰাদ্ধ কৰি অনন্তৰ শুনা জন্মেজয় নৰপতি ৷৷ ২৯ ৰাজ্যভোগ ভুঞ্জিলন্ত কহিবোহো তযু আাগে আতি মহা বিদগদ কৰে ক্ষয়। অল্পকালে মায়াক তেঞ্জয় ! আত্মাক কৰন্ত শুদ্ধি ভণিলন্ত কালিদাস আশ্রমিক পৰ্ব্ব পদচয় ৷ সম্যকে হউক লয় বোলা সবে ৰাম কৃষ্ণ জয় ॥ ৩০ যুধিষ্ঠিৰৰ নগৰ নিৰ্ম্মাণ আৰু ধৃতৰাষ্ট্ৰ-গান্ধাৰীৰ গুহা পদ মুনি বোলে শুনিয়োক ৰাজ! জন্মেজয়। যুদ্ধত নিহত যেৱে ভৈলা শত্রুচয় ॥ মহাত্মা পাণ্ডৱগণ লভি সিংহাসন। বিশ্বকৰ্ম্মা সম শিল্পী আনি কত জন ॥ ৩১