পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

3090 মহাভাৰত শ্বতৰাষ্ট্ৰ-দুৰ্য্যোধনৰ বাক-বিতণ্ডা ধৃতৰাষ্ট্ৰ বদতি শুনিয়ে৷ দুৰ্য্যোধন। দুৰ্জ্জনৰ সঙ্গত দুষ্টালি তোৰ মন॥ ২০১৯৫ কৰ্ণ দুঃশাসন যে শকুনি মুখ্যপাত্ৰ। তোক নষ্ট কৰিলেক তিনিজনে মাত্ৰ। তিনিৰো বচন লুগুনিবি দুৰাচাৰ। পাণ্ডৱক অৰ্দ্ধৰাজ্য দিয়ে| আপুনাৰ॥ ২০১৯৬ দ্ৰোণে শিখাইলন্ত অস্ত্ৰ শিখিল সকল। তৈসানিয়ে৷ পৰাক্ৰমী পাণ্ডৱ প্ৰৱল॥ আৰো দেৱতাৰ অস্ত্ৰ শিথিল সম্প্ৰতি। পাশুৱক জিনিবেক কাহাৰ শকতি॥ ২০১৯৭ অৰ্জ্জুনৰ প্ৰহাৰ লভিয়া একে জোপে। অনাযুদ্ধে ভঙ্গ দিবে ভীষ্ম দ্ৰোণ ৰূপে॥ দুৰ্য্যোধন বদতি নকৰে৷ কাতে৷ গহ। নলাগে যুজিবে দ্ৰোণ ভীষ্ম পিতামহ॥ ২০১৯৮ আকে মাত্ৰ সাধা কৰ্ণ থাকোক কুশলে। শকুনি মমাই দুঃশাসন মহাবলে॥ আপুনাৰ শত ভাই কৰিবে৷ সমৰ। পাণ্ডৱক লাগি মোৰ এতমান ডৰ॥ ২০১৯৯ বৈৰক নিডলি ঘোৰ সময়ত ছেদো। অঙ্গুষ্ঠ প্ৰমাণ ৰাজ্য পাগুৱক নেদো। ভীষ্মে উঠি বোলে এতমান গহ কাৰ। দেৱতাৰ অংশে জাত পাণ্ডুৰ কুমাৰ॥ ২০২০ আছোক মনুষ্য মুৱাৰিবে দেৱগণে। পাণ্ডৱক ৰণত জিনস্তা আছে কোনে। দুৰ্য্যোধনে বোলয় চটুৱা বৰ তুমি। পাণ্ডৱৰ আমাৰ জনম একভূমি | ২০২০১ সিটে৷ কুস্তী আমি গান্ধাৰীৰ গৰ্ভে জাত। কেনমতে চাটু কথা কহিছ৷ আমাত॥ কৌৰৱ-পাণ্ডৱকূল সবে একে বংশ। তাত কেনে প্ৰশস্ত পাণ্ডৱ দেৱ অংশ। 20202 বৃদ্ধৰ কুমতি হেন চাটু পটু বাক। সেহি সেহি দেৱতা তোমৰ৷ বোলা যাক॥ কৌৰৱৰ খায়া মনে পাণ্ডৱৰ ব্য। চতুৰন্তা নাহি কেহো আমিতো মনুষ্য | ২০২০৩ ধৃতৰাষ্ট্ৰ বদতি যে গুনিয়ো সঞ্জয়। পাওৱৰ প্ৰৱল কোননো বীৰচয়॥ কৌৰৱক যুক্তিবাক উপায় বিস্তৰ। কোনে কোনে উৎসাহ বঢ়াৱে পাণ্ডৱৰ 20208 সঞ্জয় বদতি যে বিৰাট নৃপবৰ। সাত্যকিয়ো উৎসাহ বঢ়াৱে পাওৱৰ॥ দ্ৰুপদ প্ৰমুখ্যে অসংখ্যাত ৰাজাগণ। কৌৰৱক যুক্তিবাক সবাৰে যতন॥ ২০২০৫ ধৃতৰাষ্ট্ৰ বোলে দুয়ো ঘৰে দন্দ কৰি। কোন ঘৰে জিনিবে যাইবেক কোন মৰি॥ ঘোৰ সমৰত কোন ঘৰ হুইবে জয়। স্বৰূপ বচন মোত কহিয়ো সঞ্জয়। ২০২০৬ ব্যাস-ধৃতৰাষ্ট্ৰ সংবাদ এতহস্তে ব্যাস আইলা সঙ্গে শিষ্যগণ। সমাজক আসিলন্ত মুনি দ্বৈপায়ন ব্যাস আসিবাৰ শুনি ধৃতৰাষ্ট্ৰ ৰায়। হুৱৰ্ণৰ সিংহাসন দিলস্ত বঢ়াই॥ ২০২০৭ পাছা অৰ্থ দিলা সঞ্জয়ৰ অনুমতি। অনন্তৰে ধৃতৰাষ্ট্ৰ ব্যাসত বদতি॥ শুন৷ শুনা পিতৃ যে স্বৰূপ বাক্য মোৰ। কৌৰৱে পাণ্ডৱে যুদ্ধ মিলিবে দুৰ্ধোৰ॥ ২০২০৮ কোনে যুদ্ধে জিনিবে হাৰিবে কোনে ৰণ। শুনি ব্যাসে সঞ্জয়ক বুলিসা বচন॥ ধৃতৰাষ্ট্ৰে যি পুছিলা শুনিলোহো আমি। আমাৰ আদেশে আক কহিয়োক তুমি॥ '২০৯ সঞ্জয় বদতি শুনিয়োক নৃপবৰ। শুনিয়োক কহে৷ যিবা জিনিবে সময়। ক্ষমা দায়৷ লজ্জাত ধাহাৰ ভূষ্ট মতি। ধৰ্ম্ম বিন৷ যাৰ অধৰ্ম্মত নাহি ৰতি॥ ২০২১ ধৰ্ম্মক নেৰিলে হৰি নহাৰন্ত সঙ্গ। এতেকতে পাণ্ডৱৰ নাহি বঙ্গ |