পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সবে কূল বহোক মোহোৰ বোল কৰা। দুৰ্য্যোধন পাপিষ্ঠক দূৰে পৰিহৰা॥ উদ্যোগ পৰ্ব্ব হিত বোল মুণ্ডন সঞ্চলে কুফল | একৈৰ নিদানে সবংশে যাইবি তল॥ ২০১১২ যি কালত কোপে ধনঞ্জয় আসে যাই। কি কৰিবে শকুনি পাশাৰ মূল খাই। কৰ্ণ দুঃশাসন আদি মন্ত্ৰী যত আছে। ভীমৰ প্ৰহাৰে মোক হুমৰিবি পাচে। ২০১১৩ হেন শুনি ক্ৰোধে দুৰ্য্যোধন বোলে বাক। সমাজক লাগি কোনে মাতিলে ইহাক॥ কোনে মোক এৰিষে কাহাত কৰো আশ। কৰ্ণক সম্বুধি ৰাজা তুলিলেক হাস। ২০১১৪ সৰ্ববকালে পাণ্ডৱক দেখে বৰগোট। একবেলি পাণ্ডৱে দেখিছে মোৰ চোট॥ আৰোবাৰ আসে যদি যি কৰিবো পাচে। পাণ্ডৱৰ কথাক মোহোৰ মনে আছে॥ ২০১১৫ কৰ্ণে বোলে পাওৱক নকৰিবা ভৰ। দেখিছে৷ বীৰত্ব মই অৰ্জ্জুন ভীমৰ। দেৱৰ দুৰ্জ্জয় একে৷ একো মোৰ শৰ। অৰ্জ্জুনক লাগি তযু এতমান ডৰ॥ ২০১১৬ ডাঙ্গৰ শৰীৰ ভাৰ থুলন্তৰ কায়। এহিমানে পৰাক্ৰম ভীমৰ বৰাৰ॥

      • RAR F

অৰ্জ্জুনক সময়ত জিনিকে কোনে। আপুনি সমৰ্থ তাতে কৃষ্ণবল পাই। মৰস্তেয়ো নেৰিবস্তু আপুন বৰাই। ২০১১৮ ভীষ্ম তুমি সমস্তে কৌৰ বিদ্যমানে। গৰু নানি মৎস্যৰ আসিলা কি কাৰণে॥ অৰ্জ্জুনৰ শৰে পঙ্কাকূল ৰণভূমি। সি বেলাত কোথাত আছিলা ফৰ্ম তুমি॥২০১১৯ এনে কৰ্ণ কৈতক্ষা শাহি পৰি পৰি। লঙ্গটাই কাঠি দিয়ে কি | sube হেন অৰ্জ্জুনক শাৱে নিন্দ৷ পৰিহৰা। আপুন কুশল হেতু আন চিন্তা কৰা। ২০১২০ কৃষ্ণ ধনঞ্জয়ৰ মহিমা অদভূত। এহি বুলি মৌন ভৈলা ভৰদ্বাজলুত॥ ভীষ্মে উঠি বোলে দুৰ্য্যোধন নৃপবৰ। মোহোৰ বচনে তই হেন খানি কৰ৷ ২০১২১ বলৱন্ত সহিতে দন্দৰ কিবা কাজ। আমাৰ বচনে ৰাপ দেহ অন্ধ ৰাজ॥ আপুনাৰ কুশলক চিন্তিয়ো আপুনে! অৰ্দ্ধৰাজ্য পাগুৱক দিয়ো এতিক্ষণে॥ ২০১২২ অৰ্দ্ধৰাজ্য নেদস তাহাকো নেদো হাক। তাৰে অৰ্দ্ধখানি ৰাজ্য দিয়ো পাণ্ডৱক॥ তাতে তুষ্ট হৈবস্তু পাণ্ডৱ মহাশান্ত৷ গুৰু গৌৰৱত ৰত ভকত একান্ত॥ ২০১২৩ ধৃতৰাষ্ট্ৰ-বিছৰ সংবাদ বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ। এত হস্তে অস্তাঙ্গত ভৈল দিবাকৰ॥ ৰাত্ৰি আসি মিলিল নিচিনি পৰাপৰ। সমাজ বিসজি ৰাজা গৈল অভ্যন্তৰ॥ ২০১২৪ ভীষ্ম আদি কৌৰৱ বিছুৰ মহাবল। স্বকি স্বকি থানে চলি গৈলেক সকল॥ সমৰ নিয়ম ৰণধৰ্ম্ম একো গুণে। পাণ্ডৱৰ বাৰ্তা শুনি পৰম বিস্ময়। নুহিকে সমান মোক ভীম যে অৰ্জ্জনে। ২০১১৭ | ধৃতৰাষ্ট্ৰ নৃপতিৰ ভৈল মহাভয়। ২০১২৫ অনন্তৰে কৰ্ণক মাতিল৷ গুৰু দ্ৰোণে। মুচে ভোজন কাকো নেদে সমিধান। যেন মহাযোগীৰ লাগিল যোগ ধ্যান॥ শয়ন কৰিলে নিদ্ৰ৷ নিৰ্মিলৰ বাতি। অনন্তৰে বিৰক অনাইলণ্ড মাতি। ২০১২৬ বিছুৰ আসিল৷ ধৃতৰাষ্ট্ৰে শুনি তাক সকৰণে অনেক বুলিল৷ প্ৰিয়বাক॥ দেখা দেখা বাপু যে বিদুৰ আজি মোক। কি কাৰণে জন্য কুণ্ডচে কুখ শোক ২০১২৭ বামউক বামভুজ ফন্সে বামকটি। কি কাৰণে ৰাহু লোগ নাসৰ বুটি *