পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৬৪ পাওৱৰ বোলে হস্তিনাপুৰক প্ৰতি। কৃষ্ণ পদে নতি মাধৱেয়ো চলে পদবন্ধে নিগদতি॥ কুকথাক এৰি ৰাম সৰস্বতী আৱে থাকা ৰড়ি কৃষ্ণ হেন মহা নাম। জানি সৰ্ব্বলোক এৰি হিংসা লোভ জাঁকি বোলা ৰাম ৰাই। ২০০৯৭ মহাভাৰত ধৃতৰাষ্ট্ৰ-সঞ্জয় সংবাদ; আৰু দুৰ্য্যোধনৰ ক্ৰোধ বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়। পাণ্ডৱত বিদায় যে কৰিল৷ সঞ্জয়॥ ধৃতৰাষ্ট্ৰ নৃপতি পঠাইলা যিবা আশে। কহিলন্ত সঞ্জয়ে মনত নিৰুৎসাসে। ২০০৯৮ পাগুৱেয়ে৷ যি বুলিলা তাকে আকলিলা। হস্তিনাপুৰক প্ৰতি আৰকা চলিলা॥ বসি আছে ধৃতৰাষ্ট্ৰ বহল সভাত। গধূলিকা সঞ্জয় প্ৰবেশে সি বেলাত। ২০০৯৯ ধৃতৰাষ্ট্ৰ নৃপত্তিক দেখি বিদ্যমান। প্ৰথমতে কহিলন্ত কৃষ্ণৰ প্ৰণাম॥ পাছে পাঙৱৰ গৈয়া নমস্কাৰ কৰি। আপুনি প্ৰণামি গৈয়া আসনত বহি। ২০১০০ কথিলৰ পাণ্ডৱৰ যতেক নিকাৰ। বনবাদ দুখত আছয় ছাল-হাড়॥ তথাপিতো আদভুত কৰ্ম্ম ভয়ঙ্কৰ। ভীম কালসৰ্পক দেখম্ভে লাগে ভৰ৷ ২০১০১ শুনি আছে ভীষ্ম দ্ৰোণ কৰ্ণ দুৰ্য্যোধন। ধৃতৰাষ্ট্ৰ শকুনি গান্ধাৰী দুঃশাসন বহুলীৰ মৌৱল আনো সবে মাছে শুনি। সভাত সঞ্জয়ে কহে ভীমৰ কাহিনী। ২০১০২ সহস্ৰ লোহাৰ তাৰ মুখ্য গদাগোট। ভীষা বাহুৰ বল নিয়ে সহে চোট দুই হাতে দাঙ্গি এহি দুৰ্য্যোধন বুলি। পৃথিৱীত গদায়ে কোবাৱে তুলি তুলি॥ ২০১০৩ দুঃশাসন বুলি অৰণ্যৰ পশু ধৰি। পকাই ছিলন্ত ঘাড় মুচৰি মুচৰি॥ কৰ্ণ কৰ্ণ বুলিয়া হাম্ফলি কতো দূৰ। মুক্তি হানি পৰ্ব্বতসবক কৰে চুৰ॥ ২০১০৪॥ হেনমতে ক্ৰোধৰণে বনবাসে গৈল। অজ্ঞাতবাসৰ এৱে সমাপতি তৈল লাগ লৈল পুৰাতন পাৰ্ক্স যন্ত্ৰীগছে। বিৰাট নগৰে সবে আছে ৰঙ্গমনে॥ ২০১০৫ দ্ৰুপদ কৌশল ৰাজা সবে তাক গৈল। মাধৱ আসিয়৷ পাণ্ডৱক লাগ লৈল। কৃষ্ণৰ ভাগিন প্ৰিয় পুত্ৰ অৰ্জ্জুনৰ। বিবাহ কৰাইল৷ অভিমন্যু কুমাৰৰ॥ ২০১০৬ পাঞ্চো ভাই ভিন্নে ভিন্নে সাদৰি বিস্তৰ। কুশল পুছিলা সবে বন্ধু বান্ধৱৰ॥ তোমাক বুলিল৷ শুনা ধৃভৰাষ্ট্ৰ ৰায়। প্ৰতিজ্ঞ৷ সাম্ফলি আসি ভৈলো পাঞ্চো ভাই॥১০৭ দুখ পাইলো জানি হেন শুনি মোৰ বাক। বিভাগিয়৷ অৰ্দ্ধৰাজা দিয়োক আমাক॥ অৱশ্যে নেদিবে জানো দুৰ্য্যোধন মঙ্গে। তেৱে তাক কোনে এৰিবেক বিনা দন্দে॥ ১০৮ এতেক বুলিয়া মোক পঠাই দিলে এখা। আলচিয়ো যেন হোৱে মন্ত্ৰণাৰ কথা॥ বিহুৰে বোলয় কেন হোৱয় বিহিত। অৰ্দ্ধৰাজ্য পাগুৱক দিবাফ উচিত | ২০১০৯ আমাৰ বচন শুনিয়োক নৃপবৰ। পাগুৱক লাগি তুমি সায়োক ঘৰ॥ আগবাঢ়ি তুমি পাওৱক আনা গাঙ্গে। গোবিন্দক প্ৰিয়বাক্য বুলিবা নাখে। ২০১১ যদি খোলা দুৰ্যোধনে নখানে ইহাক্ষ। তেৱে শুনা হিতপৰ মন্ত্ৰণা। একক এৰিলে যদি সৰে ৰক্ষা যা। সিজনক, গত কিছু গোফনাই *২০১১২