পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টাদশ পৰ্ব অসমীয়া মহাভাৰত নমো হৃষীকেশ সঙ্গল জল শ্যাম। পূৰ্ণ শশধৰ গলে বনমালা পীতবস্ত্ৰে অনুপাম॥ মাচৰণ জুড়ী গড় কত চৰি। আজানুলম্বিত সুনন্দ প্ৰভৃতি ভকতক চাই মুতি বিশেষ হাসি মনোহৰ ভুজ মনোনীত হাতে গদা পদ্ম ধৰি। ২০০৯৩ লক্ষ্মী সৰস্বতী উদ্যোগ পৰ মুখত মথুৰ হাসে। হৰিক বেঢ়ি চৌপাশে। সুবৰ্ণ মেখলা যত যোগীজনে বাহিৰ দৃষ্টিক এৰি। একচিত্ত মনে আনন্দ বঢ়াই হৰি দৰ্শনে নিবিড় আলনে দুৰ্য্যোধনৰ ওচৰলৈ বুধিষ্ঠিৰৰ দূত প্ৰেষণ অজ্ঞাত বসতি পাণ্ডৱ বেকত ভৈলা। দূত পাঞ্চি মাতি সাত্যকি সহিতি সবে এক খান হৈলা!! পাচে ধৰ্ম্ম সম্ভ ৰাজ্যকে৷ নেছিল ভৈল সমাপতি আমিলা তহিকে লাগি। দ্ৰুত পঠাইলও কৌৰৱত ৰাজ্য মাগি। ২০০৯৫ অপ্ৰিয় বুলিল ধৃতৰাষ্ট্ৰে পাচে হুহুদ সহিতি দুৰ্য্যোধন মহামন্দে। ধৰ্ম্মে আলোচিলা দেৱ স্বপতি ৰাজা নেদে বিনা দন্দে | অৰ্দ্ধৰাজ্য নেদে কৃষ্ণৰ পঠাইলা দুৰ্যোধন পাশ লাগি।

    • d ats

দেউক পাৰ্কো লাभি ২০০৬