পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/৪৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সম্ৰাটৰ আনন্দত চকুলো ওলাল। তাৰ পাছত সম্ৰাটক আল্লাউদ্দিনে চাকিটোৰ গোটেই কাহিনীটো ক'লে আৰু তেতিয়াৰ পৰা পাছলৈ চাকিটো অতি সাৱধানে ৰাখিব বুলি জনালে।

 যেতিয়া সেই সম্ৰাটৰ মৃত্যু হ’ল, আল্লাউদ্দিন আৰু কুঁৱৰী তেওঁৰ ৰাজপাটত উঠিল, আৰু অতি সুখে-সন্তোষে তেওঁলোকে বহুত কাল ৰাজ্য ভোগ কৰিলে।

সমাপ্ত







48