এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সামাজিক অবিচাৰৰ বলি হ’ল, তাৰবাবে তেওঁৰ
প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ’লহেঁতেন যদি তেওঁৰ মৃত্যুৰ
আগমুহূৰ্তত কাণে কাণে কৈ দিব পাৰিলোহেঁতেন—
“ইউছুফ চাহাব, এইখনেই সমাজ, ময়ো তাৰে এজন
ষড়যন্ত্ৰকাৰী। ইউছুফ চাহাব মনত পৰিছে সেই
সংলাপটোলৈ— Away, and mock the time
with fairest show; False face must
hide what the false heart doth
know."