সমললৈ যাওক

পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কামৰূপ দিহি পেলাই সেই বাঞ্ছিত ৰতন দেৱৰা মহেন্দ্ৰৰ চৰণ-তলত। স্বৰ্গ মৰ্ত্য পাতালৰ সীমাৰ মাজত, কোনে মহা তপ কবি, ইন্দ্ৰৰ আসন আশঙ্কাত কঁপায় সঘনে? মোৰ এই ফুলৰ ধনুৰ দৰে, কোন সুন্দৰীৰ খুগালে হানি থই প্ৰভুৰ হৃদয়, চলমাৰ কুটিল জালত মেৰিয়াই নি। নিষাদ-প্ৰাণ দেখায় নিউ? আজ্ঞা হক, এতিয়াই বাঞ্চি সেই জন সপি দিওঁ স্বৰ্গৰাজ ইন্দ্ৰ পদত। সাক্ষা শঙ্কৰে যদি পানিত মগন, স্বৰূপ সতীও যদি আহে নিজে সেই প্ৰণয়ৰ কুটিল দৃষ্টিৰে; তেন্তে মোৰ ই ধনুৰ এপাত শৰতে, পৰিবহি সৃষ্টিত শৰীৰ হই প্ৰভু পাৰত। ই— সুমধুৰ বীৰৰচিত তোমাৰ বচন শুনি তৃপ্ত হলো। কিন্তু এটি কথা - কলা তুমি এতিয়াই, হৰৰ চিতা সহই টাৰ পাৰিবা; পাৰিবানে, সচাকৈয়ে নিশাচে কৰিবই কাম। পৰমান খান কৰি যোগত মগন থাকোতে শৰ, পৰিবানে দুল চাই ছানি হিব ফুলৰ হৰৰ বুক